ৰাষ্ট্ৰীয়

April 6, 2024 7:03 PM

বিৰোধী দলৰ নেতাক হাৰাশাস্তি কৰিবলৈ কেন্দ্ৰীয় সংস্থা ব্যৱহাৰ কৰা বুলি মমতা বেনাৰ্জীৰ বিজেপিক তীব্র সমালোচনা

তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে বিৰোধী দলৰ নেতাক হাৰাশাস্তি কৰিবলৈ কেন্দ্ৰীয় সংস্থা ব্যৱহাৰ কৰা বুলি বিজেপিক তীব্র সমালোচনা কৰে। ৰায়গঞ্জ সংসদীয় সমষ্টিত নির্বাচনী প্ৰচাৰত আজি ভাষণ দি তেওঁ কয় যে, বিজেপিয়ে কেন্দ্ৰীয় সংস্থাৰ সহায় লৈ হেমন্ত চোৰেণ আৰু অৰৱিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰোৱায়। এন...

April 6, 2024 6:43 PM

দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্রী মনীষ শিশোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৮ এপ্ৰিললৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে দিল্লী আবকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় ক'লা ধন বৈধকৰণৰ গোচৰত আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্রী মনীষ শিশোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৮ এপ্ৰিললৈ বৃদ্ধি কৰিছে। পূৰ্বৰ ন্যায়িক জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাছত আজি ন্যায়ালয়ত হাজিৰ কৰাৰ সময়ত ৰাউজ আদালতৰ বিশেষ ...

April 6, 2024 5:08 PM

আই পি এল ক্রিকেট প্রতিযোগিতাত ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব। আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা হায়দাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদে চেন্নাই ছুপাৰ কিংছক ৬ উইক...

April 6, 2024 4:58 PM

দেশৰ আটাইতকৈ সৰু লোকসভা সমষ্টি লাক্ষাদ্বীপত ১৯ এপ্রিলত প্রথম পর্যায়ৰ নির্বাচন

দেশৰ আটাইতকৈ সৰু লোকসভা সমষ্টি লাক্ষাদ্বীপত ১৯ এপ্রিলত প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ'ব। কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ একমাত্ৰ সমষ্টিটোত চাৰিজন প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এই সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি লাক্ষাদ্বীপ সমষ্টিত বৰ্তমানৰ সাংসদ তথা এন চ...

April 6, 2024 4:50 PM

চট্টীশগড়ৰ বিজাপুৰত সুৰক্ষা বাহিনী আৰু নিষিদ্ধ চিপি আই মাওবাদী দলৰ গুলীয়াগুলিত তিনিজন নক্সাল বিদ্ৰোহীৰ মৃত্যু

তেলেংগানাৰ সীমান্তৱৰ্তী চট্টিছগড়ৰ বিজাপুৰ জিলাৰ ঘন অৰণ্যত সুৰক্ষা বাহিনী আৰু নিষিদ্ধ চিপি আই মাওবাদী দলৰ মাজত হোৱা গুলীয়াগুলিত তিনিজন নক্সাল বিদ্ৰোহীৰ মৃত্যু হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেলেংগানাৰ মুলুগী জিলাৰ সমীপৰ পুজৰী কানকেড় অৰণ্যত সুৰক্ষা বাহিনীৰ সৈতে মাওবাদীৰ গুলীৰ বিনিময় হয়। এট...

April 6, 2024 4:45 PM

ভাৰতীয় জনতা পাৰ্টিৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ভাৰতীয় জনতা পাৰ্টিৰ আজি ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দলটোৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে জ্যেষ্ঠ নেতা অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জগত প্রসাদ নাড্ডাই দলীয় নেতা-কর্মীসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত আজি প্ৰধানমন্ত্রী মোদীয়ে দলৰ উত্তৰণত তেওঁলোকৰ কষ্ট, সং...

April 6, 2024 4:38 PM

ছাহাৰানপুৰৰ জনসভাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এইবাৰৰ নিৰ্বাচন কেৱল চৰকাৰ গঠনৰ বাবে অনুষ্ঠিত হোৱা নাই, বৰং এখন উন্নত ভাৰত গঠনৰ বাবে অনুষ্ঠিত হৈছে। যোৱা ৫ বছৰত ভাৰত বিশ্বৰ পঞ্চম স্থানৰ অৰ্থনীতি হ'বলৈ সমৰ্থ হৈছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। ছাহাৰানপুৰৰ এখন জনসভাত ভাষণ দি প্রধানমন্ত্ৰ...

April 6, 2024 12:53 PM

লোকসভা নিৰ্বাচনৰ প্ৰতিটো ই ভি এমত চোকা নজৰ ৰাখিব দেশৰ নিৰ্বাচন আয়োগে

ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰতিটো ই ভি এমৰ ওপৰত দেশৰ নিৰ্বাচন আয়োগে চোকা নজৰ ৰাখিব। নির্বাচন সম্পূর্ণ স্বচ্চ আৰু নিকাভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োগে এই পদক্ষেপ গ্ৰহণ কৰিছে । সেই মর্মে আয়োগে ই ভি এমৰ গতিপথ অহৰহ নজৰত ৰাখিব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সাংবাদিকৰ সৈত...

April 6, 2024 12:52 PM

সামাজিক মাধ্যমযোগে প্ৰচাৰিত ১৫ লাখ ই ভি এম হেৰুওৱাৰ বাৰ্তা ভুৱা বুলি অভিহিত নিৰ্বাচন আয়োগৰ

নির্বাচন আয়োগে সামাজিক মাধ্যমযোগে ১৫ লাখ ই ভি এম হেৰুওৱাৰ প্ৰচাৰিত বাৰ্তা ভুৱা বুলি অভিহিত কৰিছে। আয়োগে সামাজিক মাধ্যমযোগে কৈছে যে এই বাৰ্তা ভুৱা আৰু বিভ্ৰান্তিকৰ। আয়োগে লগতে কোনো ই ভি এম হেৰুওৱা নাই আৰু উচ্চতম ন্যায়ালয়েও ই ভি এম হেৰুওৱা সন্দৰ্ভত দাখিল কৰা একাধিক আবেদন খাৰিজ কৰিছে বুলি উল্লেখ ক...

April 6, 2024 12:42 PM

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে উপভোক্তা মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি ৪.৫ শতাংশ হোৱাৰ সম্ভাৱনাঃ আৰ বি আই

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) কৈছে যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে উপভোক্তা মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি ৪ দশমিক ৫ শতাংশ হোৱাৰ সম্ভাৱনা আছে। আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে দ্বি-মাসিক মুদ্রানীতি ঘোষণা কৰি কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ২০২২ চনৰ এপ্ৰিলৰ ৭ দশমিক ৮ শতাংশৰ তুলনাত মুদ্রাস্ফী...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।