ৰাষ্ট্ৰীয়

April 8, 2024 8:28 PM

মধ্য প্ৰদেশত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীৰ অংশগ্ৰহণ

কংগ্ৰেছৰ তাৰকা প্ৰচাৰক ৰাহুল গান্ধীয়ে আজি মধ্য প্ৰদেশৰ চিউনী জিলাত ধানৌৰা অঞ্চলত এখন ৰাজহুৱা সভা সম্বোধন কৰে। শ্ৰীগান্ধীয়ে কয় যে, জনজাতীয় লোকসকল হৈছে এই দেশ তথা এই মাটিৰ প্ৰথম স্বত্তাধিকাৰী আৰু সেইবাবেই কংগ্ৰেছ দলে তেওঁলোকক আদিবাসী নামেৰে অভিহিত কৰিছে। আনহাতে, বিজেপি তথা প্রধানমন্ত্ৰী মোদী আৰু অ...

April 8, 2024 8:26 PM

দেশৰ প্ৰতিটো জনজাতীয় পৰিয়ালৰ জীৱন উন্নত কৰাটোৱে হৈছে মোদী গেৰাণ্টী :- প্ৰধানমন্ত্ৰী

বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশৰ প্ৰতিটো জনজাতীয় পৰিয়ালৰ জীৱন উন্নত কৰাটোৱে হৈছে মোদী গেৰাণ্টী। চত্তিশগড়ৰ বাষ্টাৰ খণ্ডৰ আমাবল গাওঁত অনুষ্ঠিত এখন জনসভাত ভাষণ দি আজি শ্রীমোদীয়ে কয় যে, জনসাধাৰণৰ সপোনেই হৈছে মোদীৰ গেৰাণ্টী। তেওঁ কয় যে, তেওঁৰ লক্ষ্য হৈছে দেশৰ বিক...

April 8, 2024 6:24 PM

শৈক্ষিক সমলসমূহৰ স্বত্ব উলংঘন সন্দৰ্ভত এন চি ই আৰ টিৰ পৰামৰ্শমূলক সতর্কতা জাৰি

 ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ আয়োগ অর্থাৎ এন চি ই আৰ টিয়ে ইয়াৰ শৈক্ষিক সমলসমূহৰ স্বত্ব উলংঘন সন্দৰ্ভত পৰামৰ্শমূলক সতর্কতা জাৰি কৰিছে। এই জাননী অনুসৰি কোনো ব্যক্তি বা সংস্থাই যাৱতীয় অনুমতি অবিহনে আয়োগৰ দ্বাৰা প্ৰকাশিত পাঠ্যপুথিসমূহৰ বিষয়বস্তু ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰিলে তাৰ বিৰ...

April 8, 2024 6:10 PM

চেন্নাইত যুটীয়াভাৱে অনুৰাগ সিং ঠাকুৰ আৰু ডº এল মুৰুগানৰ তামিল জনম টিভি মুকলি

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ আৰু ডº এল মুৰুগানে আজি চেন্নাইত তামিল জনম টিভি যুটীয়াভাৱে মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্রী ঠাকুৰে কয় যে, মানসম্পন্ন বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত আঞ্চলিক ভাষাৰ চেনেলসমূহৰ বিকাশ ঘটোৱাৰ প্ৰয়োজন। তেওঁ চেনেলটোৰ এটা পেছাদাৰী পৃষ্ঠভূমি আছে বুলি প্ৰ...

April 8, 2024 12:25 PM

দেশক শক্তিশালী আৰু সুস্থিৰ কৰি ৰখাৰ বাবে কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ নিৰ্বাচন কৰাটোৱে লোকসভা নিৰ্বাচনৰ উদ্দেশ্যঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশক শক্তিশালী আৰু সুস্থিৰ কৰি ৰখাৰ বাবে কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ নিৰ্বাচন কৰাই হৈছে সমাগত লোকসভা নিৰ্বাচনৰ উদ্দেশ্য। তেওঁ লগতে কয় যে, চৰকাৰৰ বিভিন্ন নীতিৰ ফলস্বৰূপে ভাৰতে বর্তমান গোলকীয় ক্ষেত্ৰত বিনিয়োগৰ বিকাশৰ লগতে এটা উল্লেখনীয় স্থান লাভ কৰিছে। পশ্চ...

April 8, 2024 12:20 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু গৰচিৰলি লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা বিজেপি প্রার্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি চন্দ্ৰপুৰ ভ্ৰমণ কৰিব। মৰৱা বিমানবন্দৰ গ্ৰাউণ্ডত হ'বলগীয়া জনসভাত ৰাজ্যখনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতা ত...

April 8, 2024 12:18 PM

প্রধানমন্ত্ৰী মোদীয়ে আজি চত্তিশগড়ৰ বাষ্টাৰ জিলাৰ পৰা বিজয় সংকল্প শংখনাদ সমদল আৰম্ভ কৰিব

জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি চত্তিশগড়ৰ বাষ্টাৰ জিলাত এটা নির্বাচনী সমদলত অংশ ল'ব। চত্তিশগড়ৰ বনমন্ত্ৰী কেদাৰ কাশ্যপে কৈছে যে, প্রধানমন্ত্ৰীয়ে বাষ্টাৰ জিলাৰ পৰা বিজয় সংকল্প শংখনাদ সমদল আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে বাষ্টাৰ লোকসভা সমষ্টিৰ ভানিপুৰীৰ আমাবল গাঁৱত এখন সভাক ...

April 8, 2024 11:33 AM

CAA কাৰ্যকৰীকৰণৰ জাননীৰ বৈধতা সম্পর্কে কাইলৈ উচ্চতম ন্যায়ালয়ত শুনানি

নাগৰিকত্ব সংশোধনী আইন তথা চমুকৈ CAA কাৰ্যকৰী কৰিবলৈ ভাৰত চৰকাৰে জাৰি কৰা জাননীৰ বৈধতা সম্পর্কে কাইলৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্রহণ কৰিব। ভাৰত চৰকাৰে যোৱা ১১ মাৰ্চত জাৰি কৰা নির্দেশনাৱলী স্থগিত ৰাখিবলৈ অসম সন্মিলিত মহাসংঘৰ লগতে বিভিন্ন পক্ষই দাখিল কৰা ২০ খন হস্তক্ষেপ আবেদনৰ পৰিপ্ৰেক্ষিতত এই শুনানি ...

April 7, 2024 9:23 PM

কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু গৰচিৰলি নিৰ্বাচনী প্ৰচাৰত ভাগ ল’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু গৰচিৰলি লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্রার্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ চন্দ্ৰপুৰ ভ্ৰমণ কৰিব ৷ মৰৱা বিমনবন্দৰ গ্ৰাউণ্ডত আয়োজিত হ'বলগীয়া জনসভাত ৰাজ্যখনৰ কেবাগৰাকীও জ্যেষ্ঠ বিজে...

April 7, 2024 9:05 PM

কাইলৈ নতুন দিল্লীত দেশৰ তিনিওটা সামৰিক সেৱাৰ পৰিৱৰ্তন চিন্তন শীর্ষক বিশেষ সন্মিলন

নতুন দিল্লীত কাইলৈ দেশৰ তিনিওটা সামৰিক সেৱাৰ পৰিৱৰ্তন চিন্তন শীর্ষক বিশেষ সন্মিলন অনুষ্ঠিত হ'ব। নতুন তথা অভিনৱ ধাৰণাৰ সৃষ্টি কৰাৰ লগতে সংহত প্ৰচেষ্টাৰ হকে সংস্কাৰ সাধনৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। দিনজোৰা কাৰ্যসূচীৰে আয়োজিত হ'বলগীয়া এই আলোচনাত ছীফ অব্ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে অ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।