May 2, 2024 8:48 PM
ছক্ছগাম উপত্যাকাৰ নিৰ্মাণৰ তথ্য সলনিৰ বাবে চীনে চলোৱা অবৈধ প্ৰয়াসৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিবাদ
ভাৰতে ছক্ছগাম উপত্যাকাৰ নিৰ্মাণৰ কাম-কাজৰ তথ্য সলনি কৰাৰ বাবে চীনে চলোৱা অবৈধ প্ৰয়াসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণদ্বীপ জয়ছোৱালে কয় যে, ভাৰতে ছক্ছগাম উপত্যাকাক নিজৰ ক্ষেত্ৰ বুলি গণ্য কৰে আৰু ১৯৬৩ চনৰ ...