ৰাষ্ট্ৰীয়

September 14, 2024 3:02 PM

দেশত বাছমতী চাউলৰ ৰপ্তানি বৃদ্ধিৰ উদ্দেশ্যে এই চাউলৰ গুৰিৰ মূল্য সম্পুর্ণভাৱে আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ

কেন্দ্রই উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি ভাৰতবৰ্ষত বাছমতী চাউলৰ ৰপ্তানি বৃদ্ধিৰ উদ্দেশ্যে এই চাউলৰ গুৰিৰ মূল্য সম্পুর্ণভাৱে আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চলিত বাণিজ্যক উদ্বেগ আৰু চাউলৰ পৰ্যাপ্ত ঘৰুৱা উপলব্ধতাৰ প্ৰতি সহাৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ঘৰুৱা চাউলৰ বৰ্ধিত মূল্য আৰু যোগানৰ কটকটীয়া ব্যৱস্...

September 14, 2024 2:58 PM

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত ৩ টা অচিনাক্ত সন্ত্রাসবাদী নিহত

কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত আজি পুৱা সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত তিনিটা অচিনাক্ত সন্ত্রাসবাদী নিহত হয়। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে ক্ৰীৰি অঞ্চলত সন্ত্ৰাসবাদী দলে সুৰক্ষা বাহিনীলৈ লক্ষ্য কৰি গুলি বৰ্ষণ কৰে। সুৰক্ষা বাহিনীয়েও গুলিৰে প্ৰত্যুত্তৰ দিয়ে। নিহত সন্...

September 14, 2024 2:56 PM

কাইলৈ গুজৰাটৰ ৰাজকোটত পশ্চিমৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তৃতীয়খন আঞ্চলিক বৈঠকত মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই সভাপতিত্ব কৰিব

শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কাইলৈ গুজৰাটৰ ৰাজকোটত পশ্চিমৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তৃতীয়খন আঞ্চলিক বৈঠকত সভাপতিত্ব কৰিব। বৈঠককালত তেওঁলোকে শ্রম সংস্কাৰ, অসংগঠিত শ্রমিকৰ ই-শ্ৰম ৰাষ্ট্ৰীয় তথ্যকোষ আৰু নিয়োগৰ সুযোগ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য...

September 14, 2024 2:54 PM

চি পি আই-এমৰ সদ্য প্রয়াত সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীক বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ শ্রদ্ধাঞ্জলি

চি পি আই-এমৰ সদ্য প্রয়াত সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীক নতুন দিল্লীত আজি বিভিন্ন ৰাজনৈতিক দলৰ নেতাই শ্রদ্ধাঞ্জলি জনায়। নতুন দিল্লী এইমছত দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত কালি ৭২ বছৰ বয়সত প্রবীণ বাওঁপন্থী ৰাজনীতিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। সীতাৰাম য়েছুৰীৰ নশ্বৰ দেহ ৰাজহুৱা দৰ্শন আৰু শ্ৰদ্ধাঞ...

September 14, 2024 2:50 PM

সমগ্র দেশতে আজি হিন্দী দিৱস পালন

সমগ্র দেশতে আজি হিন্দী দিৱস পালন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগিৰি লিপিত লিখা হিন্দী ভাষাক দেশৰ ৰাজভাষা হিচাপে গ্ৰহণ কৰিছিল। সম্প্ৰতি হিন্দী বিশ্বৰ বহুলভাৱে প্ৰচলিত ভাষাসমূহৰ অন্যতম আৰু ৫২ কোটিৰো অধিক লোকৰ প্ৰথম ভাষা। এই উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত...

September 14, 2024 2:48 PM

খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাৰ বাবে ভাৰতবৰ্ষই বিশ্বৰ সৰ্ববৃহৎ খাদ্য ভিত্তিক সুৰক্ষা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছেঃ ৰামনাথ ঠাকুৰ

কৃষি আৰু কৃষক কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামনাথ ঠাকুৰে কয় যে খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাৰ বাবে ভাৰতবৰ্ষই বিশ্বৰ সৰ্ববৃহৎ খাদ্য ভিত্তিক সুৰক্ষা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আজি ব্রাজিলৰ কুইয়াবাত অনুষ্ঠিত জি-২০ কৃষি মন্ত্ৰীপৰ্যায়ৰ বৈঠকত ভাষণ দি কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্...

September 14, 2024 2:44 PM

কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ যাব। প্ৰথমতে প্রধানমন্ত্ৰীগৰাকী কাইলৈ ঝাৰখণ্ডত উপস্থিত হ'ব। তাত টাটানগৰ জংচন ৰে'ল ষ্টেচনত তেওঁ ৬ খন বন্দে ভাৰত ৰে'লগাড়ীৰ পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে ৰাজ্যখনত ৬৬০ কোটিৰো অধিক টকাৰ ব্যয়সাপেক্ষ ...

September 14, 2024 2:43 PM

প্রধানমন্ত্ৰী মোদীয়ে বিয়লি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি কুৰুক্ষেত্ৰত হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰচাৰৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে আজি বিয়লি কুৰুক্ষেত্ৰৰ থেম পাৰ্কত এখন নির্বাচনী সভাত ভাষণ দিব। এইখন হৈছে হাৰিয়ানাত প্রধানমন্ত্ৰীৰ প্ৰথমখন নির্বাচনী সভা। মুঠ ৯০খন আসন বিশিষ্ট হাৰিয়ানা ব...

September 14, 2024 11:03 AM

সমগ্র দেশতে আজি হিন্দী দিৱস পালন

■ সমগ্র দেশতে আজি হিন্দী দিৱস পালন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগিৰি লিপিত লিখা হিন্দী ভাষাক দেশৰ ৰাজভাষা হিচাপে গ্ৰহণ কৰিছিল। সম্প্ৰতি হিন্দী বিশ্বৰ বহুলভাৱে প্রচলিত ভাষাসমূহৰ অন্যতম আৰু ৫২ কোটিৰো অধিক লোকৰ প্ৰথম ভাষা। এই উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেশবাসীক শুভেচ...

September 14, 2024 10:56 AM

পদ্ম বঁটাৰ বাবে মনোনয়নৰ দাখিল প্ৰক্ৰিয়া কাইলৈ অন্তিম দিন

■ পদ্ম বঁটাৰ বাবে মনোনয়নৰ দাখিল প্ৰক্ৰিয়া কাইলৈ সামৰণি পৰিব। যোৱা ১ মে'ত এই মনোনয়ন গ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছিল। সামাজিক মাধ্যমত এই বিষয়ে প্রকাশ কৰি প্রধানমন্ত্ৰী...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।