May 15, 2024 11:18 AM
লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ কালি সামৰণি, শুকুৰবাৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন
লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ কালি সামৰণি পৰে। মনোনয়নসমূহ আজি পৰীক্ষা কৰা হ'ব আৰু শুকুৰবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব। এই পৰ্যায়ত সাতখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টি সামৰি লোৱা হ'ব। বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও আগশাৰী...