May 18, 2024 10:29 PM
আজি আন্তৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস
◊ আজি আন্তৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস। এই উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অধ্যয়ন বিভাগৰ উদ্যোগত যোৱা ১৩ মে'ৰ পৰা আয়োজন কৰা সপ্তাহযোৰা কাৰ্যসূচীৰ আজি সামৰণি পৰে। কাৰ্যসূচীৰ অংশ হিচাপে শোণিতপুৰ জিলা সংগ্ৰহালয়ৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তেজপুৰৰ ঐতিহ্যমণ্ডিত স্থানসমূহ পৰিদৰ্শনৰ ব্যৱস্থা ক...