ৰাষ্ট্ৰীয়

May 25, 2024 5:14 PM

ৰেমালৰ নিম্নচাপ আজি সন্ধিয়া ঘূৰ্ণীবতাহ-ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, পূব-মধ্য বংগোপ সাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্নচাপ আজি সন্ধিয়া ঘূৰ্ণীবতাহ-ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা আছে। এটা বিবৃতিত বিভাগে প্ৰকাশ কৰা অনুসৰি ৰেমাল নামৰ এই বতাহজাকে কাইলৈ মাজনিশাৰ ভিতৰত বাংলাদেশ আৰু পশ্চিম বংগৰ উপকূল অতিক্ৰম কৰি বিপজ্জনক সাগৰীয় ধুমুহাত পৰিণত হ’...

May 25, 2024 5:06 PM

বিৰোধী জোঁটক সাম্প্ৰদায়িক, জাতিগত আৰু পৰিয়ালতান্ত্রিক ৰাজনীতি কৰা বুলি তীব্র সমালোচনা মোদীৰ

♦ প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী জোঁট ইণ্ডিয়াৰ দলসমূহক অত্যন্ত সুবিধাবাদী আৰু পৰিয়ালতান্ত্রিক দলৰ সমষ্টি হিচাপে অভিহিত কৰিছে। বিহাৰৰ পাতলিপুত্ৰ সংসদীয় সমষ্টিৰ বিক্ৰামত এখন জনসভাত ভাষণ দি শ্ৰী মোদীয়ে বিৰোধী জোঁটক সাম্প্ৰদায়িক, জাতিগত আৰু পৰিয়ালতান্ত...

May 25, 2024 4:57 PM

ৰাষ্ট্ৰপতি মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ভোটাধিকাৰ সাব্যস্ত

◊ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি পুৱাৰ ভাগতে নতুন দিল্লীত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটাধিকাৰ সাব্যস্ত কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে সংবাদ মাধ্যমক কয় যে, ভোটাধিকাৰ এটা দায়িত্ব আৰু ক্ষমতা। Read Now : ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰী...

May 25, 2024 4:58 PM

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ

◊ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। এই পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১৪টা, হাৰিয়ানাৰ ১০, বিহাৰৰ ৮টা, পশ্চিমবংগৰ ৮টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, ঝাৰখণ্ডৰ ৪টা আৰু জম্মু কাশ্মীৰৰ এটা সমষ্টি আছে। পুৱা ৭ বজাত ...

May 25, 2024 11:38 AM

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতৰ Sunflowers were the first ones to know’ শীর্ষক ছবিখনৰ ‘লা চিনেফ’ বঁটা লাভ

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ছাত্ৰ চিদানন্দ এছ নাইক আৰু তেওঁৰ দলৰ Sunflowers were the first ones to know' শীর্ষক ছবিখনে 'লা চিনেফ' বঁটা লাভ কৰিছে। বুধবাৰে মহোৎসৱস্বীত ভাৰতীয় চলচ্চিত্ৰখনক আনুষ্ঠানিকভাৱে বিজয়ী ঘোষণা কৰা হয়। ছবিখনৰ পৰিচালনা চিদানন্দ এছ ন...

May 25, 2024 11:32 AM

ঘূৰ্ণী বতাহত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কমিটী NCMC য়ে বংগোপ সাগৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ জোৰা মৰাৰ বাবে ল'বলগীয়া প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি কেবিনেট সচিব ৰাজীৱ গৌবাৰ অধ্যক্ষতাত এখন বৈঠকত মিলিত হয়। বৈঠকত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধানে বংগোপ সাগৰৰ মধ...

May 25, 2024 11:27 AM

ৰেমাল নামৰ ঘূৰ্ণী বতাহজাক কাইলৈ পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূল ভাগত খুন্দা মৰাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, বংগোপ সাগৰত সৃষ্টি হোৱা ৰেমাল নামৰ ঘূৰ্ণী বতাহজাকে কাইলৈ প্রচণ্ড ঘূৰ্ণী বতাহৰৰূপত পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূল ভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। বংগোপ সাগৰত সৃষ্টি হোৱা নিম্ন চাপ বলয়ে কালি প্রতি ঘণ্টাত ৮ কিলোমিটাৰ বেগেৰে উত্তৰ-উত্তৰ পূব দিশে গতি কৰে আৰু স...

May 25, 2024 11:20 AM

ভোটদানৰ হাৰৰ তথ্য আপলোড কৰাৰ বাবে নিৰ্বাচন আয়োগক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে এইবাৰৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰতিটো পৰ্যায়ৰ পাছত নিৰ্বাচন আয়োগৰ ৱেবছাইটত ভোটগ্রহণ কেন্দ্ৰ ভিত্তিক ভোটদানৰ হাৰৰ তথ্য আপলোড কৰাৰ বাবে আয়োগক নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছে। ন্যায়াধীশ দীপাংকৰ দত্তা আৰু সতীশ চন্দ্ৰ শৰ্মাক লৈ গঠিত এখন অৱকাশকালীন বিচাৰপীঠে কালি বিষয়টোৰ শুনানি স্...

May 24, 2024 8:36 PM

২৬ মে’ত ডী ডী কিষাণে নতুন ৰূপ আৰু শৈলীত খেতিয়কৰ মাজত আত্মপ্ৰকাশ কৰিব

ডী ডী কিষাণ কৃত্রিম বুদ্ধিমত্তাৰে চালিত পৰিৱেশকৰ জৰিয়তে অনুষ্ঠান পৰিৱেশন কৰা দেশৰ প্ৰথমটো চৰকাৰী টি ভি চেনেল ৰূপে পৰিগণিত হ'বলৈ ওলাইছে। কৃষি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি অহা ২৬ মে'ত ডী ডী কিষাণে এটা নতুন ৰূপ আৰু নতুন শৈলীত খেতিয়কসকলৰ মাজত আত্মপ্ৰকাশ কৰিব। এ আই কৃষ আৰু এ আই ভূমি নামৰ এই অনুষ্ঠান...

May 24, 2024 8:31 PM

বিকশিত ভাৰতৰ যাত্ৰাত কলা আৰু সংস্কৃতিৰ গুৰুত্ব অপৰিসীম : কেন্দ্রীয় সাংস্কৃতিক সচিব

কেন্দ্রীয় সাংস্কৃতিক সচিব গোবিন্দ মোহনে বিকশিত ভাৰতৰ যাত্ৰাত কলা আৰু সংস্কৃতিৰ গুৰুত্ব অপৰিসীম বুলি মন্তব্য কৰিছে। নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰত কালি চাৰিদিনীয়া সমাগম কলা মহোৎসৱ উদ্বোধন কৰি শ্ৰী মোহনে সমাজত কলা-সংস্কৃতিৰ ভূমিকা আৰু ইয়াৰ পৃষ্ঠপোষকতাৰ প্ৰয়োজনীয়তাৰ বিষয়েও লগতে কয়। কলা আ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।