ৰাষ্ট্ৰীয়

May 28, 2024 12:59 PM

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত নির্বাচন হ'বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে নির্বাচনী সভা তথা ৰোড শ্ব’ৰ জৰিয়তে ভোটদাতাক আকৰ্ষণ কৰিবলৈ আপ্রাণ প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ বিজেপ...

May 27, 2024 7:56 PM

আত্ম নিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ অন্যতম উদ্দেশ্য হৈছে স্থানীয় প্ৰতিভাসমূহক উদগণি যোগোৱাঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, আত্ম নিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ অন্যতম উদ্দেশ্য হৈছে স্থানীয় প্ৰতিভাসমূহক উদগণি যোগোৱা আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা। এটা সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে, প্রত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে ৩৮ লাখ কোটিৰো অধি...

May 27, 2024 7:39 PM

নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠান চৌহদত সংবেদনশীলতা কাৰ্যসূচী

আয়ুষ মন্ত্ৰালয়ে অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠান - এ আই আই এৰ সহযোগত নতুন দিল্লীৰ এ আই আই এ চৌহদত এটা সংবেদনশীলতা কাৰ্যসূচীৰ আয়োজন কৰিছে। বীমা খণ্ড আৰু আয়ুষ স্বাস্থ্য যতন প্রদানকাৰীসকলৰ মাজত তথ্যৰ আদান প্ৰদানৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰ্যসূচীত আয়ুষ চিকিৎ‍সালয়ৰ স্বত্তাধিকাৰীস...

May 27, 2024 7:35 PM

ভাৰত মণ্ডপমত ব্ৰহ্মকুমাৰীসকলৰ দ্বাৰা আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে কৈছে যে, স্বাৰ্থপৰতাৰ উৰ্ধলৈ গৈ জনকল্যাণৰ উদ্যমেৰে নিৰন্তৰ কাম কৰি যোৱাটো অন্তর্নিহিত আধ্যাত্মিকতাৰ সমজুৱা প্ৰকাশ। নতুন দিল্লীৰ ভাৰত মণ্ডপমত ব্ৰহ্মকুমাৰীসকলৰ দ্বাৰা আয়োজিত এটা অনুষ্ঠানত আজি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। ব্ৰহ্মকুমাৰীসকলৰ এই বছৰৰ নিৰ্ধাৰিত ...

May 27, 2024 6:30 PM

সমগ্ৰ দেশতে প্রাক্তন প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু বার্ষিকীত শ্রদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সামাজিক মাধ্যমযোগে প্রাক্তন প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু বার্ষিকীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে, দলৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলেও আজি জৱাহৰলাল নেহৰুৰ ৬০ সংখ্যক মৃত্যু বার্ষিকীত দিল্...

May 27, 2024 6:21 PM

ঘূৰ্ণী বতাহ ৰেমলৰ তীব্ৰতা হ্ৰাস পাইছে : এন ডি আৰ এফ

ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনীৰ উপ-মহাপৰিদৰ্শক মোহছেন শ্বাহিদীয়ে কৈছে যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া তথ্য অনুসৰি ঘূৰ্ণী বতাহ ৰেমলৰ তীব্ৰতা হ্ৰাস পাইছে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে প্ৰতি ঘণ্টাত ১১০ৰ পৰা ১২০ কিলোমিটাৰ বেগত অহা ৰেমলৰ গতিবেগ বর্তমান ৬০ৰ পৰা ৭০ কিলোমিটাৰ হৈছে। শ্ৰীশ্বাহিদীয়ে...

May 27, 2024 6:16 PM

ৰেমল নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত কলকাতাত ১৫ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ

ৰেমল নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত কলকাতাত ১৫ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হৈছে। মহানগৰখনত এতিয়াও বৰষুণ দি আছে। কিছুমান অঞ্চলত গছ-গছনি উভালি পৰাৰ লগতে বাৰানগৰত এটা কাৰখানাৰ চিমনী ৰাস্তাৰ ওপৰত পৰি যোৱাৰ ফলত ভালেমান যান-বাহনৰ ক্ষতিসাধন হয়। এছপ্লান্ড আৰু পাৰ্ক ষ্ট্রীট মেট্রো ষ্টেচনৰ মাজত পানী জমা হোৱাৰ ফলত ...

May 27, 2024 6:13 PM

অন্তৱৰ্ত্তীকালীন জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত মুখ্যমন্ত্ৰী অবিন্দ কেজৰিৱালৰ আবেদন দাখিল

দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অবিন্দ কেজৰিৱালে স্বাস্থ্য পৰীক্ষাৰ বাবে আৰু সাত দিনৰ অন্তৱৰ্ত্তীকালীন জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। সর্বোচ্চ ন্যায়ালয়ে শ্ৰীকেজৰিৱালক আবকাৰি নীতিৰ কেলেংকাৰিত ধনৰ লেন-দেন কৰাৰ অভিযোগৰ গোচৰ সন্দৰ্ভত ১ জুনলৈকে অন্তৱৰ্ত্...

May 27, 2024 6:08 PM

অভিলেখ সংখ্যক ভোটদান কৰাৰ বাবে অনন্তনাগ ৰাজৌৰীৰ ভোটদাতাক প্রধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদান কৰাৰ বাবে অনন্তনাগ ৰাজৌৰীৰ ভোটদাতাসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীমোডীয়ে কয় যে তেওঁলোকৰ উৎসাহী অংশগ্রহম গণতান্ত্রিক মনোভাৱৰ এক জীৱন্ত প্রমাণ। উল্লেখযোগ্য যে অনন্তনাগ ৰাজৌৰী সংসদীয় সমষ্টিত এইবাৰ ভোট...

May 27, 2024 12:29 PM

প্রধানমন্ত্ৰীৰ নেতৃত্বত জনসাধাৰণে এখন নতুন ভাৰতৰ উত্থানৰ সাক্ষী হৈছে বুলি যোগী আদিত্যনাথৰ প্ৰকাশ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জনসাধাৰণে এখন নতুন ভাৰতৰ উত্থানৰ সাক্ষী হৈছে। তেওঁ লগতে ভাৰত বৰ্তমান এটা মুখ্য শক্তি হোৱাৰ দিশত আগবাঢ়িছে বুলিও উল্লেখ কৰে। মির্জাপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী অনুপ্রিয়া পেটেল আৰু ৰবাৰ্টগঞ্জ সংসদীয় সমষ্টিৰ প্ৰা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।