ৰাষ্ট্ৰীয়

May 29, 2024 6:33 PM

নতুন দিল্লীত এফ আই চি চি আইৰ COLD CHAIN AND LOGISTICS SUMMIT আয়োজন

নতুন দিল্লীত এফ আই চি চি আয়ে COLD CHAIN AND LOGISTICS SUMMIT আয়োজন কৰিছে। এই সন্মিলনৰ লক্ষ্য হৈছে ভাৰতত নষ্ট হ'ব পৰা সামগ্ৰীমূহৰ বাবে সংহত, বহনক্ষম আৰু কাৰ্যক্ষম শীতল শৃংখল পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা। এই সন্মিলনত ভাষণ দি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ দি পি আই আই টিৰ যুট...

May 29, 2024 6:25 PM

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ সাত দিনৰ বৃদ্ধিৰ বাবে জনোৱা আবেদন নাকচ কৰে। অহা ২ জুনত তেওঁ পুনৰ তিহাৰ কাৰাগাৰলৈ যাব লাগিব। উল্লেখযোগ্য যে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা ১০ মে'ত ন্যায়াধীস সঞ্জীৱ খান্না আৰু দিপাংকৰ দত্তৰ পৰা অন্তৱৰ্তীকালীন জামিন...

May 29, 2024 6:19 PM

অহা মাহৰ ৩০ তাৰিখলৈকে আই এ এছ প্রদীপ কুমাৰ ত্ৰিপাঠীক লোকপালৰ সচিব হিচাপে নিযুক্তি

আই এ এছ প্রদীপ কুমাৰ ত্ৰিপাঠীক লোকপালৰ সচিব হিচাপে অহা মাহৰ ৩০ তাৰিখলৈকে নিযুক্তি দিয়া হৈছে। কেবিনেটৰ নিযুক্তি সমিতিয়ে আই এ এছ ৰাকেশ ৰঞ্জনক কৰ্মচাৰী চয়ন আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ বাবেও অনুমোদন জনাইছে। ইয়াৰ লগতে ১৯৯১ বেটছৰ আই এ এছ অমিত যাদৱক সামাজিক, ন্যায় আৰু সবলীকৰণ বিভাগৰ বিশেষ কৰ...

May 29, 2024 6:12 PM

ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শান্তিৰক্ষক দিৱস উপলক্ষে মন্ত্ৰী ড০ এছ জয়শংকৰৰ শুভেচ্ছা জ্ঞাপন

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শান্তিৰক্ষক দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে ড০ জয়শংকৰে সংঘাতৰ ফলত ক্ষতিগ্রস্ত অঞ্চলত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে জীৱন উৎসৰ্গা কৰা বীৰসকলৰ বীৰত্বক প্রণাম জনাইছে। তেওঁ লগতে ৰাষ্ট্ৰসংঘৰ শান্ত...

May 29, 2024 12:17 PM

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি, বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী...

May 29, 2024 12:30 PM

ৰীমাল ঘূর্ণী বতাহ গভীৰ নিম্নচাপলৈ ৰূপান্তৰিত হৈছে

ৰীমাল ঘূর্ণী বতাহ দুৰ্বল হৈ পৰিছে আৰু গভীৰ নিম্নচাপলৈ ৰূপান্তৰিত হৈছে। বতাহজাক ক্রমান্বয়ে অধিক দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বতাহ জাকৰ প্রভাৱত পৰৱৰ্তী ৫ দিনত উত্তৰ বংগৰ জলপাইগুৰি, কালিমপোং আৰু আলিপুৰ দুৱাৰ জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

May 29, 2024 12:09 PM

ইছলামাবাদে ১৯৯৯ চনত ভাৰতৰ সৈতে এখন চুক্তি উলংঘা কৰা বুলি পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী নৱাজ শ্বৰীফৰ স্বীকাৰ

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী নৱাজ শ্বৰীফে ইছলামাবাদে ১৯৯৯ চনত ভাৰতৰ সৈতে এখন চুক্তি উলংঘা কৰা বুলি স্বীকাৰ কৰিছে। পাকিস্তান মুছলীম লীগ, পি এম এল-এনৰ সাধাৰণ পৰিষদৰ বৈঠকত কালি তেওঁ এই কথা সদৰী কৰে। বৈঠকত শ্ৰীশ্বৰীফে কয় যে তেওঁ ১৯৯৮ চনৰ ২৮ মে’ত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। ইয়াৰ পাছতে সেই সম...

May 29, 2024 12:07 PM

ভাৰতৰ সত্যদ্বীপ গুপ্তাৰ একেটা আৰোহণ বৰ্ষত মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট ল্‌হোটছেত দুবাৰকৈ আৰোহণৰ নতুন ইতিহাস ৰচনা

ভাৰতৰ সত্যদ্বীপ গুপ্তাই একেটা আৰোহণ বৰ্ষত মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট ল্‌হোটছেত দুবাৰকৈ আৰোহণ কৰি নতুন ইতিহাস ৰচনা কৰিছে। সত্যদ্বীপ এনে কৃতিত্ব অর্জন কৰা প্ৰথমগৰাকী পৰ্বতাৰোহী ৰূপে পৰিগণিত হৈছে। সত্যদ্বীপে মাউণ্ট এভাৰেষ্টৰ পৰা মাউণ্ট ল্‌হোটছেলৈকে ১১ ঘণ্টা আৰু ১৫ মিনিটত যাত্ৰা কৰা প্ৰথমগৰাকী ভাৰতীয় হ...

May 29, 2024 12:25 PM

উত্তৰ-পূৰ্বাঞ্চলত ৰীমাল ঘুর্ণী বতাহৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত, কেইবাজনো লোকৰ প্ৰাণহানি

ৰীমাল ঘুর্ণী বতাহৰ প্ৰভাৱত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ইয়াৰ ফলত অঞ্চলটোৰ ভালেমান এলেকা প্ৰভাৱিত হৈছে। ধুমুহা-বৰষুণ আৰু ভূমিস্খলনৰ ঘটনাত অসমত চাৰিজন, মিজোৰামত ২৮জন আৰু মেঘালয়ত এজন লোকে প্ৰাণ হেৰুৱাইছে। ধাৰাসাৰ বৰষুণৰ সৈতে অহা প্ৰবল বতাহৰ ফলত ভালেমান...

May 28, 2024 7:51 PM

সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মুঠ ৯০৪ গৰাকী প্রার্থীৰ প্রতিদ্বন্দ্বিতা

ৰাজনৈতিক দলসমূহে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।