ৰাষ্ট্ৰীয়

May 30, 2024 2:47 PM

আজি হিন্দী সাংবাদিকতা দিৱস

আজি হিন্দী সাংবাদিকতা দিৱস। ১৮২৬ চনৰ ৩০ মে'ত পণ্ডিত যুগল কিশোৰ শুক্লাই প্ৰকাশ কৰি উলিওৱা প্ৰথম হিন্দী বাতৰি কাকত ‘উদান্ত মাতণ্ড’-ৰ জৰিয়তে হিন্দী সাংবাদিকতাৰ যাত্ৰা আৰম্ভ হৈছিল। সততা আৰু সাহসেৰে জনকল্যাণৰ উদ্দেশ্যে কাম কৰা হিন্দী সাংবিদকতাৰ যাত্ৰা আৰম্ভ হৈছিল। সততা আৰু সাহসেৰে জনকল্যাণৰ উদ্দেশ্যে কা...

May 30, 2024 2:40 PM

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। আজি সন্ধিয়া ৫ বজাত নির্বাচনী প্ৰচাৰৰ অন্ত পৰিব। দেশৰ ৭ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত এই পৰ্যায়ত পহিলা জুনত ভোটগ্ৰহণ কৰা হ'ব। অন্তিম পৰ্যায়ত ভোটগ্রহণ হ'বলগীয়া উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টিৰ পৰা বিজেপিৰ জ্যে...

May 30, 2024 2:18 PM

কন্যাকুমাৰীৰ বিবেকানন্দ ৰ’ক মেম’ৰিয়েলত প্রধানমন্ত্ৰী মোদীয়ে আজি ৪৫ ঘণ্টীয়া ধ্যানত বহিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কন্যাকুমাৰীৰ বিবেকানন্দ ৰ'ক মেম'ৰিয়েলত ৪৫ ঘণ্টীয়া ধ্যানত বহিব। ইতিমধ্যে প্রধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ বাবে ২ হাজাৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে আনুসংগিক প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। শ্রীমোদীয়ে আজি সন্ধিয়াৰ পৰা ১ জুনৰ বিয়লি ৩ বজালৈ ধ্যানত বহিব বুলি জিলা...

May 30, 2024 1:21 PM

সপ্তম পৰ্যায়ৰ লোকসভা নির্বাচন হ’বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান তুংগত

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত দেশত নির্বাচন হ’বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান তুংগত উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ আপ্রাণ প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰী তথা...

May 30, 2024 1:18 PM

কেন্দ্ৰত তৃতীয়বাৰৰ বাবে এখন মজবুত মোডী চৰকাৰ গঠন হ’বঃ প্রধানমন্ত্রী

প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোডীয়ে কালি ওড়িশাত নির্বাচনী প্ৰচাৰ চলায়। শ্রীমোডীয়ে ময়ুগঞ্জ লোকসভা সমষ্টিৰ বড়ীপদাত, বালাছোৰ লোকসভা সমষ্টিৰ ৰেমু নাথ আৰু কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ বাৰুৱাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম বংগ, ঝাৰখণ্ড আৰু ...

May 30, 2024 1:10 PM

প্ৰথমবাৰৰ বাবে দেশত ৮৫ বছৰৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ বাবে ঘৰৰ পৰাই ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছেঃ নিৰ্বাচন আয়োগ

নিৰ্বাচন আয়োগে শাৰীৰিক বা অন্য যিকোনো বাধাগ্ৰস্ততাৰ বাবে যাতে কোনো যোগ্য ভোটাৰ ভোটাধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ বাবে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সৰ্বাংগীনতা আৰু সুলভতা নিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যাপক অগ্রগতি লাভ কৰিছে। আয়োগে কয় যে এতিয়ালৈকে ছয়টা পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত বিশেষভাৱে সক্ষম ব্যক...

May 30, 2024 1:08 PM

ঢাকা আৰু কাষৰীয়া অঞ্চলত ৰিখটাৰ স্কেলত ৫.৫ প্রাবল্যৰ ভূইকঁপৰ জোকাৰণি

বাংলাদেশৰ ঢাকা আৰু কাষৰীয়া অঞ্চলসমূহক কালি বিয়লি ৰিখটাৰ স্কেলত ৫.৫ প্রাবল্যৰ এটা ভূমিকম্পই জোকাৰি যায়। বাংলাদেশৰ স্থানীয় সময় অনুসৰি সন্ধিয়া ৭ বাজি ১৩ মিনিটৰ এই ভূমিকম্পৰ জোকাৰণি ঢাকা, ছট্টগ্রাম, চিলেট আৰু আন কিছু অঞ্চলত অনুভূত হয়। বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগে ঢাকাৰ পূবে প্ৰায় ৪৩৯ কিলোমিটাৰ দ...

May 29, 2024 7:40 PM

আকাশ মাৰ্গৰ পৰা ভূপৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা ৰুদ্ৰ-M2 ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা-ডিআৰডিঅ'ই আজি উড়িশাৰ ভাৰতীয় বায়ু সেনাৰ এছ ইউ-থাৰটি এম কে ওৱান মঞ্চৰ পৰা আকাশ মাৰ্গৰ পৰা ভূপৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা ৰুদ্ৰ এম টু ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে পৰীক্ষণৰ সকলো উদ্দেশ্যে পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে। ৰুদ্ৰ-এম টু থলু...

May 29, 2024 7:35 PM

টেলি-মানস হেল্পলাইনত বৰ্তমানলৈকে ১০ লাখৰো অধিক ফোন কল লাভ

ৰাষ্ট্ৰীয় টেলিমানসিক স্বাস্থ্য কার্যসূচী টেলি-মানস হেল্পলাইন মুকলি কৰাৰে পৰা বৰ্তমানলৈকে এই হেল্পলাইনযোগে ১০ লাখৰো অধিক ফোন কল লাভ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ ৰাষ্ট্ৰতে মানসিক স্বাস্থ্য সেৱা বৃদ্ধিৰ উদ্দেশ্যে ২০২২ চনৰ অক্টোবৰত এই হেল্পলাইন মুকলি কৰা হৈছিল। দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত...

May 29, 2024 7:24 PM

সঘনাই পানী খাবলৈ আৰু গৰমৰ পৰা নিজকে নিৰাপদে ৰখাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ জনসাধাৰণলৈ আহ্বান

দেশৰ বিভিন্ন অংশত গ্রীষ্ম প্রবাহৰ প্ৰকোপ বৃদ্ধি পোৱালৈ চাই কেন্দ্রীয় স্বাস্থ্য মন্ত্রী ডাঃ মনসুখ মন্দাভিয়াই জনসাধাৰণক সঘনাই পানী খাবলৈ আৰু গৰমৰ পৰা নিজকে নিৰাপদে ৰখাৰ বাবে শৰীৰত পানীৰ পৰিমাণ অটুত ৰাখিবলৈ আহ্বান জনাইছে। ডাঃ মন্দাভিয়াই সামাজিক মাধ্যমযোগে কৈছে যে ভালেমান ঠাইত গ্ৰীষ্মৰ প্ৰকোপ বৃদ্ধি ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।