June 1, 2024 6:09 PM
লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত বিয়লি ৫ বজালৈকে ৫৮ শতাংশৰো অধিক ভোটদান সম্পন্ন
♦ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অব্যাহত আছে। আজি পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈ বাতৰি যুগুতোৱাৰ পৰলৈকে ৫৮.৩৪ শতাংশ ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খনকৈ, প...