ৰাষ্ট্ৰীয়

June 5, 2024 7:12 PM

অষ্টাদশ লোকসভাৰ নতুন সদস্যসকলক আদৰণি জনোৱাৰ বাবে সাজু

লোকসভা সচিবালয়ে অষ্টাদশ লোকসভাৰ নতুন সদস্যসকলক আদৰণি জনোৱাৰ বাবে সাজু হৈছে। সচিবালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে, সদস্যসকলক আদৰণি জনোৱাৰ বাবে আৰু বাধাৰোহিত পঞ্জীয়ন সুনিশ্চিত কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে । সময় ৰাহি কৰা আৰু কাগজ বিহীন ডিজিটীয় প্ৰক্ৰিয়া প্ৰয়োগৰ উদ্দেশ্যে সংহত অনলাইন ছফটৱ...

June 5, 2024 6:59 PM

লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ সকাহ দিয়াৰ উদ্দেশ্যে বিশেষ পদক্ষেপ দূৰসংযোগ বিভাগৰ

দূৰসংযোগ বিভাগে লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ তথা উদ্যোগ ৪.০ ৰূপান্তৰকৰণক সকাহ দিয়াৰ উদ্দেশ্যে বিশেষ পদক্ষেপ হাতত লৈছে। 5G আৰু 6G প্ৰযুক্তিৰ আগমনৰ লগে লগে ডিজিটেল ৰূপান্তৰকৰণক আগবঢ়াই নিয়াৰ বাবে উদ্যোগসমূহ প্ৰস্তুত কৰি তোলাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। উদ্যোগ ৪.০ ৱেচলাইন সমীক্ষাই উত্তৰ আৰু...

June 5, 2024 6:23 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অন্তিমখন বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত আজি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অন্তিমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্রধানমন্ত্রী শ্রীমোদীয়ে কয় যে, বিগত ১০ বছৰত চৰকাৰে জনসাধাৰণৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। এই ধাৰা পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি তেওঁ মন্তব্য কৰে। জয়-পৰাজয় ৰাজনীতিৰ এটা অংশ বুলিও তেও...

June 5, 2024 5:36 PM

ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন কুমাৰ পাটনায়কৰ পদত্যাগ পত্ৰ দাখিল

ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন কুমাৰ পাটনায়কে আজি ভূৱনেশ্বৰৰ ৰাজভৱনত ৰাজ্যপাল ৰঘূবীৰ দাসৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে। ৰাজ্যখনৰ সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত বিজু জনতা দলৰ পৰাজয়ৰ পাছতে তেওঁ পদত্যাগ পত্র দাখিল কৰে। উল্লেখযোগ্য যে শ্রীপাটনায়ক হৈছে ওড়িশাৰ আটাইতকৈ দীৰ্ঘদিনীয়া সেৱা আগবঢ়োৱা মুখ্যমন্ত্ৰী...

June 5, 2024 12:38 PM

তৃণমূল কর্মীসকলৰ অবিহনে বিজেপিৰ জয় কেতিয়াও সম্ভৱ নাছিল বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল পৰিস্ফূত হোৱাৰ পাছতে কালি নিশা দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা উপস্থিত হৈ দলীয় কার্যকর্তাসকলক সম্বোধন কৰে। দলৰ সভাপতি জে পি নাড্ডাই ভাৰতীয় জনতা পাৰ্টীৰ সকলো কর্মকর্তালৈ ধন্যবাদ জ্ঞ...

June 5, 2024 12:18 PM

অহা ৩১ জুলাইৰ ভিতৰত প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে আবেদন আহ্বান

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা শিশুসকলক স্বীকৃতি প্রদান সন্দৰ্ভত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ে জিলাসমূহৰ পৰা মনোনয়ন বিচাৰিছে। যোগ্যতাসম্পন্ন প্রার্থীসকলে awards/gov.in অনলাইন প’ৰ্টেলত অহা ৩১ জুলাইৰ ভিতৰত আবেদন কৰিব পাৰিব। আবেদনকাৰীয়ে আবেদনৰ ...

June 5, 2024 12:02 PM

বিধানসভা নিৰ্বাচনত ১৩৫ খন আসনত বিজয়ৰে অন্ধ্ৰ প্ৰদেশত তেলেগু দেশম পাৰ্টীৰ সংখ্যাগৰিষ্ঠতা লাভ

অন্ধ্ৰ প্ৰদেশৰ ১৭৫ জনীয়া বিধানসভা নিৰ্বাচনত তেলেগু দেশম পাৰ্টীয়ে ১৩৫খন আসনত বিজয় সাব্যস্ত কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। শাসনাধিষ্ঠিত YSRCPয়ে মাত্র ১১খন আসন লাভ কৰিবলৈ সক্ষম হয়। মুখ্যমন্ত্ৰী ওৱাই এছ জগন মহন ৰেড্ডীয়ে ৬১ হাজাৰ ভোটৰ ব্যৱধানত পুলিভেগুলা বিধানসভা আসনত জয়লাভ কৰে। জনসেনা পাৰ্টীয়ে ২১...

June 5, 2024 12:00 PM

দেশৰ বিভিন্ন ৰাজ্যৰ ২৫ খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত উপ-নির্বাচনৰ ফলাফল ঘোষণা

দেশৰ বিভিন্ন ৰাজ্যৰ ২৫খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত উপ-নির্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। এই আসনৰ ১১খন বিজেপিয়ে, কংগ্ৰেছে ৭খন সমাজবাদী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছে দুখনকৈ, চি পি আই (এম এল), জে এম এম আৰু বি এ পিয়ে এখনকৈ আসন লাভ কৰিছে। বিজেপিয়ে গুজৰাট ৫খন আৰু হাৰিয়ানাত এখন আসনত জয়লাভ কৰিছে। হিমাচল প্...

June 5, 2024 11:57 AM

ওড়িশাৰ ১৪৭ জনীয়া বিধানসভা নিৰ্বাচনত ৭৮খন আসন দখল কৰি বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা লাভ

বিজেপিয়ে ওড়িশাৰ ১৪৭ জনীয়া বিধানসভা নিৰ্বাচনত ৭৮খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। শাসনাধিষ্ঠিত বিজু জনতা দলে ৫১খন আসন লাভ কৰিছে। আনহাতে, কংগ্ৰেছে ১৪ খন আৰু চি পি আই এমে এখন আসনত জয়ী হৈছে। নিৰ্দলীয় প্রার্থীয়ে ৩ খন আসন পাইছে।

June 5, 2024 11:50 AM

লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন-ডি-এ মিত্রজোঁটৰ ২৯২খন আসন লাভ

লোকসভা নিৰ্বাচনৰ ৫৪৩খন আসনৰ আটাইকেইখনৰে ফলাফল ঘোষণা কৰা হৈছে। সেই অনুসাৰে বিজেপি নেতৃত্বাধীন এন-ডি-এ মিত্রজোঁটে ২৯২খন আসন লাভ কৰিছে। আনহাতে, আই এন ডি আই মিত্রজোঁটে ২৩৩খন আসন লাভ কৰি দ্বিতীয় স্থানত আছে। অন্যান্যসকল ১৮খন আসনত জয়ী হৈছে। বিজেপিয়ে অকলে ২৪০খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হৈছ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।