ৰাষ্ট্ৰীয়

June 8, 2024 9:00 PM

আজি বিশ্ব সমুদ্ৰ দিৱস উদযাপন

সামুদ্রিক অঞ্চলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, প্ৰদূষণ হ্ৰাসৰ লগতে পৃথিৱীৰ উপৰিভাগ বাসোপযোগী কৰি ৰখাৰ লক্ষ্যৰে সজাগতা সৃষ্টিৰ বাবে আজি বিশ্ব সমুদ্ৰ দিৱস উদযাপন কৰা হৈছে। উল্লেখযোগ্য যে পৃথিৱীৰ উপৰিভাগৰ ৭০ শতাংশ সমুদ্রই আৱৰি আছে। সমুদ্ৰৰ পৰা পৃথিৱীৰ ৫০ শতাংশ অম্লজান উৎপন্ন হোৱাৰ লগতে ইয়াত অজস্ৰ জীৱ প্ৰজাতি...

June 8, 2024 6:44 PM

দেশত তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোদীক ইল’ন মাস্কৰ অভিনন্দন

টেছলা আৰু স্পেচ এক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইল’ন মাস্কে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। এক্স হেণ্ডেলত শ্ৰী মাস্কে কয় যে, তেওঁৰ কোম্পানীয়ে ভাৰতত বিনিয়োগৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে। তেওঁ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক নির্বাচনত বিজয় সাব্যস্ত কৰাৰ বাব...

June 8, 2024 6:42 PM

প্ৰাক্তন ৰে’লমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ কেলেংকাৰিৰ চূড়ান্ত অভিযোগনামা আদালতত দাখিল চিবিআইৰ

চি বি আয়ে প্ৰাক্তন ৰে'লমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ লোকসকল জড়িত থকা বহু চৰ্চিত ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰিৰ চূড়ান্ত অভিযোগনামা আদালতত দাখিল কৰিছে। বিশেষ আদালতে এই অভিযোগনামা সন্দৰ্ভত ৬ জুলাইত বিবেচনা কৰিব। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ৪ অক্টোবৰত আদালতে প্ৰাক্তন ৰে'ল মন্ত্ৰী লালু প্রসা...

June 8, 2024 6:40 PM

ওড়িশাত সোমবাৰে বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ

ওড়িশাত সোমবাৰে বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰিব আৰু ইয়াৰ বাবে প্ৰস্তুতি চলি আছে। এই শপতগ্রহণ অনুষ্ঠান ভুবনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে সেইদিনা পুৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। শপতগ্রহণ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে যদিও বিজেপিয়ে এই পর্যন্ত মুখ্যমন্ত্রী...

June 8, 2024 6:39 PM

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ বিশেষ কাৰ্যসূচী

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে যোগ সাধনাৰ ইতিবাচক দিশ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কেতবোৰ বিশেষ কাৰ্যসূচীৰ প্ৰস্তুতি চলাইছে। কালি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজু আৰু আয়ুস বৈদ্য ৰাজেশ কোটেশাই এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ...

June 8, 2024 6:37 PM

কেৰালাৰ এৰ্নাকুলাম জিলাত অগ্নিদগ্ধ হৈ দুই কন্যাসহ মাতৃৰ মৃত্যু

কেৰালাত আজি নিচেই পুৱা সংঘটিত এটা শোকাৱহ ঘটনাত দুগৰাকী কন্যাসহ মাতৃৰ অগ্নিদগ্ধ হৈ মৃত্যু হয়। মৃত কন্যা দুগৰাকীৰ বয়স ৮ বছৰ আৰু ৫ বছৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ৰাজ্যখনৰ এৰ্নাকুলাম জিলাৰ আংগামেলিত বসবাস কৰা মহিলাগৰাকীৰ ঘৰটোত আকস্মিকভাৱে জুই লগাৰ ফলতে দুৰ্ভাগ্যজনকভাৱে তিনিওৰে মৃত্যু হয়। আৰক্ষীৰ মত...

June 8, 2024 2:54 PM

সোমবাৰে ওড়িশাত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব

ওড়িশাত সোমবাৰে বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু ইয়াৰ বাবে প্ৰস্তুতি চলি আছে। এই শপতগ্রহণ অনুষ্ঠান ভূৱনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে সেইদিনা পুৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। শপতগ্রহণ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে যদিও বিজেপিয়ে এই পর্যন্ত মুখ্যমন্ত্র...

June 8, 2024 2:52 PM

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে বিশেষ কাৰ্যসূচীৰ প্ৰস্তুতি

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে যোগ সাধনাৰ ইতিবাচক দিশ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কেতবোৰ বিশেষ কাৰ্যসূচীৰ প্ৰস্তুতি চলাইছে। কালি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজু আৰু আয়ুস বৈদ্য ৰাজেশ কোটেশাই এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ...

June 8, 2024 2:51 PM

কেৰালাত পুৱা সংঘটিত এটা শোকাবহ ঘটনাত দুগৰাকী কন্যাসহ এগৰাকী মাতৃৰ অগ্নিদগ্ধ হৈ মৃত্যু

কেৰালাত আজি নিচেই পুৱা সংঘটিত এটা শোকাবহ ঘটনাত দুগৰাকী কন্যাসহ এগৰাকী মাতৃৰ অগ্নিদগ্ধ হৈ মৃত্যু হয়। মৃত কন্যা দুগৰাকীৰ বয়স ৮ বছৰ আৰু ৫ বছৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ৰাজ্যখনৰ এৰ্নাকুলাম জিলাৰ আংগামেলিত বসবাস কৰা মহিলাগৰাকীৰ ঘৰটোত আকস্মিকভাৱে জুই লগাৰ ফলতে দুৰ্ভাগ্যজনকভাৱে তিনিওৰে মৃত্যু হয়। আৰক...

June 8, 2024 2:46 PM

প্রধানমন্ত্ৰী মোদীক অভিনন্দন টেছলা আৰু স্পেছ এক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কৰ

টেছলা আৰু স্পেছ এক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোদীৰ অভিনন্দন জনাইছে। এক্স হেণ্ডেলত শ্ৰী মাস্কে কয় যে, তেওঁৰ কোম্পানীয়ে ভাৰতত বিনিয়োগৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে। তেওঁ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক নির্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে ন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।