ৰাষ্ট্ৰীয়

June 12, 2024 2:14 PM

কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ

কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে আজি পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰে। শ্রীগাডকাৰীয়ে মোদী ৩.০ কাৰ্যকালত পুনৰবাৰ তেওঁক পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীৰ দায়িত্ব অর্পণ কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে কয় যে, প্রধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বৰ অধীনত অতি ক্ষীপ্...

June 12, 2024 5:40 PM

তেলুগু দেশম পাৰ্টিৰ মুৰব্বী নৰ চন্দ্ৰবাবু নাইডুৰ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ

তেলুগু দেশম পাৰ্টিৰ মুৰব্বী নৰ চন্দ্ৰবাবু নাইডুৱে আজি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। ৰাজ্যখনৰ কৃষ্ণা জিলাৰ কেছাৰাপল্লী আই টি পাৰ্কত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল এছ আব্দুল নাজিৰে আজি দিনৰ ১১ বাজি ২৭ মিনিটত তেওঁক শপতবাক্য পাঠ কৰোৱায়। নৱনিযুক্ত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যখনৰ ২৪ গ...

June 12, 2024 2:10 PM

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অহা ২৪ জুনত আৰম্ভ হ’ব

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অহা ২৪ জুনত আৰম্ভ হ'ব। এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলৰ শপতগ্ৰহণ, অধ্যক্ষ নির্বাচন, ৰাষ্ট্ৰপতিৰ ভাষণ আদিকে ধৰি আন কেতবোৰ বিষয় আলোচনা কৰা হ'ব। আনহাতে ৰাজ্যসভাৰ ২৬৪ সংখ্যক অধিৱেশন ২৭ জুনত আৰম্ভ হ'ব আৰু ৩ জুলাইত অন্ত পৰিব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজি...

June 12, 2024 1:34 PM

সমবায় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ অমিত শ্বাহৰ

বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি নতুন দিল্লীৰ অটল অক্ষয় উৰ্জা ভৱনত সমবায় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে তেঁও কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমবায়ৰ পৰা সমৃদ্ধি দৃষ্টিভংগী আগত ৰাখি সমবায় মন্ত্ৰালয়ে দেশৰ অৰ্থনীতিক শক্তিশালী কৰাৰ লগতে কৃষকসকলক উপকৃত কৰ...

June 12, 2024 1:30 PM

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ পীয়ুষ গোৱেলৰ

নতুন দিল্লীত কালি পীয়ুষ গোৱেলে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। এই উপলক্ষে তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শক্তিশালী আৰু উন্নয়নমুখী শাসন ব্যৱস্থাই সমগ্ৰ দেশতে প্ৰগতিৰ ঢৌৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ লগতে সকলো নাগৰি...

June 12, 2024 12:48 PM

লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিৱেদীক পৰৱৰ্ত্তী স্থল সেনাধ্যক্ষ হিচাপে নিযুক্তি

লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিৱেদীক পৰৱৰ্ত্তী স্থল সেনাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। অহা ৩০ জুনত তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিব। বৰ্তমানৰ স্থল সেনাধ্যক্ষ জেনেৰেল মনোজ পাণ্ডেৰ অৱসৰৰ বাবে শ্রী দ্বিৱেদীক তেওঁৰ স্থলাভিষিক্ত কৰা হ'ব। ১৯৬৪ চনৰ পহিলা জুলাইত জন্মগ্রহণ কৰা লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিৱে...

June 12, 2024 12:44 PM

পুনৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰি পৰৱৰ্তী ১০০ দিনৰ কৰ্মসূচী পৰ্যালোচনা সর্বানন্দ সোণোৱালৰ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ তৃতীয়টো কাৰ্যকালত পুনৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰি পৰৱৰ্তী ১০০ দিনৰ কৰ্মসূচী পৰ্যালোচনা কৰে। মোডী কেবিনেটৰ জ্যেষ্ঠ সদস্যৰূপে দায়িত্ব গ্ৰহণ কৰি সোণোৱালে কালি তেওঁৰ বিভাগৰ ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰ প্ৰম...

June 12, 2024 12:33 PM

মোহন চৰণ মাঝিক ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে বাছনি

বিজেপিৰ জ্যেষ্ঠ নেতা মোহন চৰণ মাঝিক ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰা হৈছে। শ্ৰীমাঝিয়ে আজি বিয়লি ভূৱনেশ্বৰৰ জনতা ময়দানত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় মন্ত্রী জুৱেল ওৰাম, অশ্বিনী বৈষ্ণৱ আৰু বিজেপ...

June 12, 2024 12:29 PM

অন্ধ্ৰ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে তেলুগু দেশম পাৰ্টীৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে শপত গ্ৰহণ কৰিব

তেলুগু দেশম পাৰ্টীৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে আজি অন্ধ্ৰ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। এই উপলক্ষে দিনৰ ১১ বাজি ২৭ মিনিটত বিজয়ৱাড়া আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সমীপৰ কেশৰপল্লী আই টি উদ্যানত শপত গ্রহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভালেসংখ্যক বিশিষ্ট ব...

June 12, 2024 12:25 PM

যোগক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ প্রধানমন্ত্ৰী মোডীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোগক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনাইছে। অহা ২১ জুনত হ'বলগীয়া দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমৰ এটা বার্তাযোগে প্রধানমন্ত্রীয়ে কয় যে যোগ হৈছে একতা আৰু সমন্বয়ক উদযাপন কৰা শাশ্বত অনুশীলন। আন্তঃৰাষ্ট্ৰীয় যোগ দ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।