ৰাষ্ট্ৰীয়

June 16, 2024 7:38 PM

সংসদ ভৱন চৌহদত নতুনকৈ নিৰ্মাণ কৰা প্ৰেৰণা স্থল উদ্বোধন উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ৰ

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদ্বীপ ধনখড়ে আজি সংসদভৱন চৌহদত নতুনকৈ নিৰ্মাণ কৰা প্ৰেৰণা স্থল উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীত ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিং, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে ৰাজ্যসভা আৰু লোকসভাৰ সদস্যসকল উপস্থিত থাকে। বিভিন্ন দেশৰ প্রতিনিধি তথা অন্যান্য দর্শ...

June 16, 2024 7:23 PM

যোগ দিৱসৰ পূৰ্বে প্রধানমন্ত্ৰীৰ পদ্মহস্তাসনৰ ভিডিঅ’ প্ৰচাৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে আজি সামাজিক মাধ্যমযোগে পদ্মহস্তাসনৰ এটা ভিডিঅ' প্ৰচাৰ কৰিছে। ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে বিভিন্ন উপকাৰৰ হেতু এই আসনৰ অনুশীলন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। ভিডিঅ' ক্লিপটোত হিন্দী আৰু ইংৰাজী ভাষাত এই আসনৰ বিভিন্...

June 16, 2024 7:19 PM

৯ কোটি ৩ লাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০০০০ কোটি টকা হস্তান্তৰ কৰা হ’ব : মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্রীয় গ্রামোন্নয়ন তথা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত মঙলবাৰে বাৰানসীৰ পৰা ৯ কোটি তিনি লাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা হস্তান্তৰ কৰিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-ব...

June 16, 2024 7:14 PM

আলাস্কাৰ এইলচন বায়ু সেনা ঘাটিত ৰেড ফ্লেগ ২০২৪ শীৰ্ষক অনুশীলনত ভাৰতীয় বায়ু সেনাৰ অংশগ্ৰহণ

ভাৰতীয় বায়ু সেনাৰ এটা দলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কাৰ এইলচন বায়ু সেনা ঘাটিত আয়োজন কৰা ৰেড ফ্লেগ ২০২৪ শীৰ্ষক অনুশীলনত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে আমেৰিকা বায়ু সেনাই বছৰত ৪ বাৰকৈ আকাশী যুদ্ধ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে। এই অনুশীলনত ভাৰতীয় বায়ু সেনাৰ লগতে ছিংগাপুৰ, যুক্তৰাষ্ট্ৰ, নেডাৰলেণ...

June 16, 2024 2:14 PM

নতুনকৈ কাৰ্যকৰী হবলগীয়া ৩ খন ফৌজদাৰী আইনে ভাৰতক ঔপনিবেশিক চিন্তাচৰ্চাৰ পৰা মুক্ত কৰিবঃ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ উদ্যোগত আজি কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনত ভাৰতৰ প্রগতিশীল পথ শীর্ষক এখন সন্মিলন অনুষ্ঠিত হৈ যায়। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এই সন্মিলন উদ্বোধন কৰি কয় যে, নতুনকৈ কাৰ্যকৰী হবলগীয়া ৩ খন আইনে ভাৰতক ঔপনিবেশিক চিন্তাচৰ্চাৰ পৰা ম...

June 16, 2024 1:46 PM

শয়নকক্ষযুক্ত বন্দে ভাৰত ৰে’লৰ পৰীক্ষামূলক চলাচল অহা দুমাহৰ ভিতৰত আৰম্ভ হ’ব: ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

শয়নকক্ষযুক্ত বন্দে ভাৰত ৰে'লৰ পৰীক্ষামূলক চলাচল অহা দুমাহৰ ভিতৰত আৰম্ভ হ'ব। সম্প্ৰতি ৰে'ল বিভাগে বন্দে ভাৰত এক্সপ্ৰেছ চেয়াৰকাৰহে চলাচল কৰাই আছে। ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীত কয় যে, জনসাধাৰণে শয়নকক্ষ যুক্ত বন্দে ভাৰত ৰে'ল চলাচলৰ বাবে বহুদিনৰ পৰাই দাবী জনাই আহিছে। উল্লেখযোগ্য যে, বন্দ...

June 16, 2024 1:42 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত মঙলবাৰে বাৰানসীৰ পৰা ৯ কোটি তিনিলাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা হস্তান্তৰ কৰিবঃ মন্ত্রী শিৱৰাজ সিং চৌহান

কেন্দ্রীয় গ্রামোন্নয়ন তথা কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত মঙলবাৰে বাৰানসীৰ পৰা ৯ কোটি তিনিলাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা হস্তান্তৰ কৰিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বত...

June 15, 2024 9:41 PM

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে খেতিয়কৰ একাউণ্টলৈ ধন হস্তান্তৰ কৰিব

কেন্দ্ৰীয় গ্রামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত মঙলবাৰে বাৰানসীৰ পৰা ৯ কোটি ৩ লাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা হস্তান্তৰ কৰিব। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত...

June 15, 2024 9:40 PM

কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনৰ ভাৰতৰ প্ৰগতিশীল পথ শীৰ্ষক সন্মিলনৰ আয়োজন

আইন আৰু ন্যায় মন্ত্ৰালয়ে কাইলৈ কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনৰ ভাৰতৰ প্ৰগতিশীল পথ শীৰ্ষক এখন সন্মিলনৰ আয়োজন কৰিছে। আইন আৰু ন্যায় মন্ত্ৰালয়ে কৈছে যে, ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ অধিনিয়ম ২০২৩ৰ বিশেষ বৈশিষ্টসমূহ আলোচনা আৰু প্রশ্নোত্তৰ শিতান...

June 15, 2024 9:39 PM

চীনৰ অসাধু ব্যৱসায় প্ৰথাৰ সন্মুখীন হোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতা প্রকাশ জি-৭ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ

জি-৭ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহে ইটালীত অনুষ্ঠিত বাৰ্ষিক শীৰ্ষ সন্মিলনৰ কালি অন্তিম দিনা এটা যৌথ বিবৃতি যোগে চীনৰ অসাধু ব্যৱসায় প্ৰথাৰ সন্মুখীন হোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতা প্রকাশ কৰিছে। এই অসাধু প্ৰথাসমূহে চীনৰ শ্ৰমিক আৰু উদ্যোগসমূহক দুৰ্বল কৰি তুলিছে। জি-ছেভেন ৰাষ্ট্ৰসমূহে লগতে ইউক্রেইন বিৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।