ৰাষ্ট্ৰীয়

June 19, 2024 12:49 PM

ৰাজনাথ সিঙৰ বাসগৃহত বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নতুন দিল্লীস্থিত বাসগৃহত কালি বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় মন্ত্রী মনোহৰ লাল, ধর্মেন্দ্ৰ প্ৰধান, কিৰেন ৰিজিজু, ডাঃ এছ জয়শংকৰ আৰু চিৰাগ পাছৱানে এই বৈঠকত অংশগ্ৰহণ কৰে। ২৪ জুনত আৰম্ভ হ'বলগীয়া সংসদৰ অধিৱেশ...

June 19, 2024 12:47 PM

ৰাহুল গান্ধীৰ কেৰালাৰ ৱায়নাড লোকসভা আসন ত্যাগ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড লোকসভা আসন ত্যাগ কৰিছে। শ্রীগান্ধী পদত্যাগ পত্র লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি গ্ৰহণ কৰে । কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই কালি কৈছিল যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰায়বেৰেলি আসনখন নিজৰ হাতত ৰাখিব আৰু ৱায়নাড আসনখন ত্যাগ কৰিব। নতুন দিল্লীত সাংবাদিক...

June 19, 2024 12:46 PM

কালিৰে পৰা ডাকঘৰ আইন, ২০২৩ প্ৰযোজ্য

ডাকঘৰ আইন, ২০২৩ কালিৰে পৰা প্ৰযোজ্য হৈছে। এই আইনখনে ১৮৯৮ চনৰ ভাৰতীয় ডাকঘৰ আইনৰ ঠাই লৈছে। নতুন আইনখন অনুসৰি চৰকাৰে দেশৰ সুৰক্ষা আৰু ৰাজহুৱা শৃংখলাকে ধৰি কেতবোৰ বিশেষ কাৰণত ভাৰতীয় ডাক বিভাগৰ জৰিয়তে প্ৰেৰণ কৰা যিকোনো সামগ্ৰী গন্তব্যস্থান গৈ পোৱাৰ আগতে বাধা প্ৰদান কৰিব পাৰিব। জৰুৰীকালীন অৱস্থাত অথবা ...

June 19, 2024 12:30 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিকল্পনামৰ্মে তিনি কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ সংকল্প

কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ে যুটীয়াভাৱে দেশৰ ১২খন ৰাজ্যত গ্ৰহণ কৰা কৃষি সখী কাৰ্যসূচীৰ অধীনত এক কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিছে। কৃষি ক্ষেত্ৰত মহিলাৰ অংশগ্রহণ বৃদ্ধি কৰাৰ লগতে তেওঁলোকক প্ৰাপ্য মর্যদা প্ৰদানৰ বাবে এই আঁচনি ৰূপায়ণ কৰিবলৈ দুয়োটা মন্ত্ৰ্যালয়ে বুজাবুজিৰ...

June 19, 2024 12:27 PM

অহা ৩০ জুনত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান...

June 18, 2024 8:16 PM

নীট-ইউ জিত প্রশ্নকাকত ফাদিল আৰু অনিয়মৰ অভিযোগ সম্পর্কে কেন্দ্রীয় চৰকাৰ আৰু এন টি এ লৈ উচ্চতম ন্যায়ালয়ৰ জাননী

উচ্চতম ন্যায়ালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বছৰৰ প্ৰৱেশ পৰীক্ষা নীট-ইউ জিত প্রশ্নকাকত ফাদিল আৰু অনিয়ম সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগ সম্পর্কে দাখিল কৰা আবেদন সন্দৰ্ভত কেন্দ্রীয় চৰকাৰ আৰু এন টি এ লৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাষ্ট্ৰীয় পৰীক...

June 18, 2024 8:09 PM

নিউ জলপাইগুৰি ষ্টেছনৰ ওচৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পাছত ৰে’লপথছোৱাৰে আজি স্বাভাৱিক ৰে’ল চলাচল আৰম্ভ

পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ সমীপৰ নিউ জলপাইগুৰি ষ্টেছনৰ ওচৰত কালি সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পাছত ৰে’লপথছোৱাৰে আজি স্বাভাৱিক ৰে’ল চলাচল আৰম্ভ হৈছে। উত্তৰ পূৱ সীমান্ত ৰে’লৱে প্ৰকাশ কৰা মতে, অবধ আসাম এক্সপ্ৰেছ ৰেলগাড়ীখনৰ নামনিমুৱা সেৱা আজি পুৱা ৭.৩০ বজাত পুনৰ আৰম্ভ কৰা হৈছে। ৰেলপথছোৱাৰে কালিয়েই উজনিমুৱা স...

June 18, 2024 8:05 PM

বিচাৰাধীন গোচৰসমূহৰ সৌহাদ্যপূর্ণ সমাধানৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ৰ ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ বিশেষ লোক আদালতৰ আয়োজন

উচ্চতম ন্যায়ালয়ে বিচাৰাধীন গোচৰসমূহৰ সৌহাদ্যপূর্ণ সমাধানৰ উদ্দেশ্যে ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ বিশেষ লোক আদালতৰ আয়োজন কৰিব। সৰ্বোচ্চ ন্যায়ালয়ৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা বৰ্ষৰ লগত সংগতি ৰাখি এই লোক আদালতৰ আয়োজন কৰা হৈছে।

June 18, 2024 7:47 PM

views 1

বিশ্ব প্রসিদ্ধ চলচ্চিত্র নির্মাতা বিনোদ গনাত্রাক নেলচন মেণ্ডেলা জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত

বিশ্ব প্রসিদ্ধ চলচ্চিত্র নির্মাতা বিনোদ গনাত্রাক চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে দক্ষিণ আফ্ৰিকাৰ নেলচন মেণ্ডেলা জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হৈছে। বিনোদ গনাত্ৰা এই সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় । তেওঁক শিশুৰ চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সপ্তম নেলচন মেণ্ডেলা চলচ্চিত্র মহোৎসৱত এ...

June 18, 2024 7:44 PM

দিল্লীৰ সেনা বাহিনীৰ ৰিচাৰ্ছ এণ্ড ৰেফাৰেল হস্পিতালত অত্যাধুনিক মানৱ ছালৰ বেংক মুকলি

নতুন দিল্লীৰ সেনা বাহিনীৰ ৰিচাৰ্ছ এণ্ড ৰেফাৰেল হস্পিতালত এটা অত্যাধুনিক মানৱ ছালৰ বেংক মুকলি কৰিছে। সশস্ত্র বাহিনীৰ চিকিৎসা সেৱা প্ৰতিষ্ঠানসমূহৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে এনেধৰণৰ বেংক স্থাপন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে, সেনাবাহিনীত কৰ্মৰত সৈনিকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ গুৰুতৰভাৱ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।