June 19, 2024 9:10 PM
সংসদ ভৱন চৌহদৰ বিশিষ্ট নেতাৰ প্ৰতিমূৰ্তিৰ স্থানান্তৰক লৈ কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেৰ প্ৰশ্ন উত্থাপন
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেই সংসদ ভৱন চৌহদত থকা বিশিষ্ট নেতাসকলৰ প্ৰতিমূৰ্তিৰ স্থানান্তৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ মহাত্মা গান্ধী, ড০ বাবাচাহেব আম্বেদকাৰ আৰু অন্য ৰাষ্ট্ৰীয় নেতাসকলৰ প্ৰতিমূৰ্তি সংসদ ভৱন চৌহদৰ মূল স্থানলৈ পুনৰ স্থানান্তৰিত কৰিবলৈ দাবী জনাইছে। শ্রীখার্গে আজি এ...