ৰাষ্ট্ৰীয়

June 25, 2024 12:45 PM

নতুন দিল্লীত আজি আন্তঃৰাষ্ট্ৰীয় চেনী সংস্থা পৰিষদৰ ৬৪ সংখ্যক বৈঠক

নতুন দিল্লীত আজি আন্তঃৰাষ্ট্ৰীয় চেনী সংস্থা পৰিষদৰ ৬৪ সংখ্যক বৈঠক আৰম্ভ হ'ব। বৈঠকত ৩০ খনতকৈও অধিক দেশৰ প্ৰতিনিধিৰ উপৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়ে চেনী আৰু জৈৱ ইন্ধন খণ্ডৰ বিষয় লৈ আলোচনাত মিলিত হয়। এই তিনি দিনীয়া বৈঠকত অংশগ্ৰহণ কৰা প্ৰতিনিধিবর্গক জৈৱ ইন্ধন খণ্ডত দেশে গ্ৰহণ কৰা ...

June 25, 2024 12:42 PM

দিল্লীত STOP DIARRHOEA শীর্ষক বিশেষ অভিযান মুকলি

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কালি দিল্লীত আয়োজিত এটা অনুষ্ঠানত STOP DIARRHOEA শীর্ষক এটা বিশেষ অভিযান মুকলি কৰে। স্বাস্থ্য ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেল আৰু প্ৰতাপৰাও যাধবৰ উপস্থিতিত শ্রী নাড্ডাই শিশুসকলৰ মাজত অ' আৰ এছ আৰু জিংক টেবলেট বিতৰণ কৰি এই অভিযানৰ মুকলি কৰে...

June 24, 2024 6:14 PM

৩০ জুনত আকাশবাণীযোগে প্রধানমন্ত্ৰীৰ ১১১ সংখ্যক খণ্ড মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনা...

June 24, 2024 6:06 PM

অমৰনাথ যাত্ৰাৰ বাবে স্বাস্থ্য সেৱা বিভাগৰ সঞ্চালকৰ বেচ কেম্প হাস্পতাল পৰিদৰ্শন

জম্মু-কাশ্মীৰত কাশ্মীৰ স্বাস্থ্য সেৱা বিভাগৰ সঞ্চালক ডাঃ মুস্তাফ আহমেদ ৰাডাৰে এই মাহৰ ২৯ তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া পৱিত্ৰ অমৰনাথ যাত্ৰাৰ বাবে চন্দনৱাড়ী বেচ কেম্প হাস্পতালৰ পৰা শেষনাগ বেচ কেম্প হাস্পতাললৈ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ কালছোৱাত তেওঁ পেহেলগামত স্থাপন কৰা স্বাস্থ্য সেৱা সুবিধাসমূহো নিৰীক...

June 24, 2024 6:04 PM

দেশৰ সকলো পাছপোর্ট সংস্থাক ডºএছ জয়শংকৰৰ দ্বাদশ পাছপোর্ট সেৱা দিৱসৰ শুভেচ্ছা

বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰে দ্বাদশ পাছপোর্ট সেৱা দিৱস উপলক্ষে দেশৰ সকলো পাছপোর্ট সংস্থাক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত জয়শংকৰে নাগৰিক-কেন্দ্ৰিক বৈদেশিক নীতিৰ প্ৰচাৰৰ ক্ষেত্ৰত পাছপোৰ্ট সংস্থাৰ প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ লগতে পাছপোৰ্ট প্ৰেৰণ প্ৰক্ৰিয়াত হোৱা গুৰুত্বপূৰ্ণ ...

June 24, 2024 5:59 PM

জ্যেষ্ঠ নাগৰিকসকলক বিনামূলীয়া স্বাস্থ্য বীমা প্রদান কৰা হব বুলি প্ৰচাৰ হোৱা বাৰ্তা ভুৱা বুলি প্ৰকাশ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে সামাজিক মাধ্যমত প্ৰচাৰিত মন্ত্ৰালয়ৰ দ্বাৰা জ্যেষ্ঠ নাগৰিকসকলক বিনামূলীয়া স্বাস্থ্য বীমা প্রদান কৰা হ'ব বুলি প্ৰচাৰ হোৱা এটা বাৰ্তা ভুৱা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কৈছে যে এনেকুৱা কোনো ধৰণৰ তথ্য মন্ত্ৰালয়ৰ দ্বাৰা প্ৰচাৰ কৰা হোৱা নাই ।

June 24, 2024 5:57 PM

অষ্টাদশ লোকসভা অধিবেশন বিকশিত ভাৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰ সৈতে আৰম্ভ হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে অষ্টাদশ লোকসভা অধিবেশন আজি বিকশিত ভাৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰ সৈতে আৰম্ভ হৈছে। তেওঁ কয় যে তেওঁৰ চৰকাৰে দেশৰ সেৱা কৰিবলৈ আৰু জনসাধাৰণৰ আশা- আকাংক্ষা পূৰণ কৰিবলৈ পূর্ণগতিত প্রয়াস চলাব। অধিবেশন আৰম্ভ হোৱা পূৰ্বে সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি শ্ৰীমোদীয...

June 24, 2024 12:30 PM

অষ্টাদশ লোকসভাৰ আজি প্ৰথম অধিৱেশন, প্ৰ’-টেম অধ্যক্ষ ভার্তুহাৰি মহতাবক শপতবাক্য পাঠ কৰোৱাব ৰাষ্ট্ৰপতী দ্ৰৌপদী মুৰ্মুৱে

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন আজি আৰম্ভ হ'ব। অধিৱেশনত নৱ-নির্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হ'ব। সংসদৰ প্ৰ’-টেম অধ্যক্ষ হিচাপে নিয়োজিত, জ্যেষ্ঠ বিজেপি সাংসদ ভাৰ্তুহাৰি মহতাবে লোকসভাৰ নৱ-নিৰ্বাচিত সদস্যসকলক শপতবাক্য পাঠ কৰোৱাব। আনহাতে অহা বুধবাৰে লোকসভাৰ নতুন অধ্যক্ষগৰাকীৰ নি...

June 24, 2024 12:29 PM

নদীসমূহৰ জলস্তৰ নিৰ্ধাৰণ কৰা আগতীয়া পদ্ধতি উন্নত কৰিবলৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ-কেন্দ্ৰীয় জল আয়োগক নির্দেশ গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে উন্নত বান ব্যৱস্থাপনাৰ বাবে নদীসমূহৰ জলস্তৰ নিৰ্ধাৰণ কৰা আগতীয়া পদ্ধতি উন্নত কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা চলাবলৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু কেন্দ্ৰীয় জল আয়োগক নির্দেশ দিছে। নতুন দিল্লীত কালি দেশৰ বান পৰিস্থিতিৰ জোৰা মৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত এখন উচ্চ পৰ্...

June 24, 2024 12:27 PM

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীক ড০ শ্যামাপ্রসাদ মুখার্জী বঁটা প্ৰদান

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীক ৰাজ্যখনত সম-নাগৰিক সংহিতা ৰূপায়ণ কৰাৰ বাবে সন্মানীয় ড০ শ্যামাপ্রসাদ মুখার্জী বঁটা প্ৰদান কৰা হয়। মুম্বাইত কালি আয়োজিত এটা অনুষ্ঠানত দ্বীপকমল ফাউণ্ডেচনে প্রয়াত ৰাজনীতিবিদ তথা বেৰিষ্টাৰ ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ সপোন বাস্তবায়িত কৰি দেশৰ ভিতৰতে প্ৰথম সম-ন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।