ৰাষ্ট্ৰীয়

July 5, 2024 8:18 PM

১১ আগষ্টত অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা

চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা অহা ১১ আগষ্টত দুটা সময়সূচীত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় চিকিৎ‍সা বিজ্ঞান পৰীক্ষা পৰিষদে আজি পৰীক্ষাৰ সংশোধিত সময়সূচী জাৰি কৰিছে। উল্লেখযোগ্য যে, প্ৰৱেশিকা পৰীক্ষা যোৱা মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষাত আস...

July 5, 2024 8:14 PM

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ ই ডিলৈ জাননী

দিল্লী উচ্চ ন্যায়ালয়ে আজি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক জাননী জাৰি কৰে। সুৰা নীতি কেলেংকাৰীৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰ সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাখিল কৰা জামিন আবেদনক কেন্দ্ৰ কৰি ন্যায়ালয়ে এই জাননী জাৰি কৰে। ন্যায়াধীশ নীনা বানচাল কৃষ্ণাৰ বিচাৰপীঠে কেন্দ্ৰীয় অনুসন্ধানক...

July 5, 2024 8:05 PM

ব্ৰিটেইনৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা কীৰ ষ্টাৰমাৰক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্রীমোদীয়ে কয় যে ব্ৰিটেইনৰ সৈতে বন্ধুত্ব অধিক শক্তিশালী কৰাৰ বাবে ভাৰত সদায়েই আগ্রহী। দুয়োখন দেশৰ মাজত ইতিবাচক আৰু গঠনমূলক সহযোগিতাৰ বাবেও ভাৰত আগ্রহী বুলি শ্রীমোদীয...

July 5, 2024 8:01 PM

২০২৩-২৪ বৰ্ষত প্ৰতিৰক্ষা সামগ্ৰীৰ মূল্যত সৰ্বধিক বৃদ্ধিৰ বাবে প্রধানমন্ত্ৰীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩-২৪ বৰ্ষত প্ৰতিৰক্ষা সামগ্ৰীৰ মূল্যত সৰ্বধিক বৃদ্ধিৰ বাবে দেশখনক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে ইয়াক উৎসাহজনক উন্নয়ন বুলি অভিহিত কৰি এই কৃতিত্বত অৰিহণা যোগোৱা সকলোকে অভিনন্দন জনাইছে। তেওঁ কৈছে যে, ভাৰতক আগশাৰীৰ প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ হিচ...

July 5, 2024 6:52 PM

ঝাৰখণ্ড মুক্তি মৰ্চাক তীব্ৰ সমালোচনা প্ৰভাৰী শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ ঝাৰখণ্ডৰ প্ৰভাৰী শিৱৰাজ সিং চৌহানে ৰাজ্যখনত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী সলনি কৰাৰ বাবে ঝাৰখণ্ড মুক্তি মৰ্চাক তীব্ৰ সমালোচনা কৰিছে। হেমন্ত চোৰেণৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি শ্ৰী চৌহানে বিজেপিয়ে কাকো হাৰাশাস্তি নকৰে বা ৰক্ষা নকৰে বুলি মন্তব্য কৰি অনুসন্ধানক...

July 5, 2024 6:45 PM

পুৰীত প্ৰভু জগন্নাথ ৰথ যাত্ৰাৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ

ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ, বলোভদ্ৰ আৰু সুভদ্ৰা বিশ্বপ্ৰসিদ্ধ ৰথ যাত্ৰাৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে। অহা দেওবাৰে আৰম্ভ হ'বলগীয়া এই ব্যাপক বাৰ্ষিক উৎসৱ নিয়াৰিকৈ আৰু সফলতাৰে সম্পন্ন কৰাৰ বাবে নিৰীক্ষণ অন্তিম পৰ্যায়ত উপনীত হৈছে। দেওবাৰে উদযাপন হ'বলগীয়া উৎসৱৰ মূল কাৰ্যসূচী নৱযৌৱন ...

July 5, 2024 6:39 PM

২০২৩-২৪ বৰ্ষত প্ৰতিৰক্ষা উৎপাদন মূল্য ভাৰতৰ সৰ্বকালৰ সৰ্বাধিক বৃদ্ধি

ভাৰতে ২০২৩-২৪ বৰ্ষত প্ৰতিৰক্ষা উৎপাদন মূল্য সৰ্বকালৰ সৰ্বাধিক বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে। বিগত বিত্তীয় বৰ্ষৰ তুলনাত ১৬.৮ শতাংশ বৃদ্ধি হৈ এই মূল্য প্রায় ১ লাখ ২৬ হাজাৰ ৮৮৭ কোটি হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে মেক ইন ইণ্ডিয়া কাৰ্যসূচীয়ে এত...

July 5, 2024 6:35 PM

পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া ভাৰতীয় দলটোৰে প্রধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰ সৈতে মত বিনিময় কৰি এই দলটোৱে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি গভীৰ আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে অলিম্পিক কেৱল জিকিবৰ বাবেই নহয় শিকিবলৈও এক ডাঙৰ মঞ্চ। সকলো অজুহাত তথা অভিযোগ আঁতৰাই ৰাখি আগবাঢ়ি যাবলৈ আৰু জয়ী হ'বলৈ দৃঢ় স...

July 5, 2024 12:55 PM

পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰ সৈতে প্রধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে, খেলুৱৈসকলে প্ৰতিযোগিতাত নিজৰ সৰ্বোচ্চ উজাৰি দিব আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি তেওঁ বিশ্বাসী। খেলুৱৈসকলৰ জীৱন কাহিনী আৰু সাফল্য...

July 5, 2024 12:53 PM

ন্যায়াধীশ ছিল নাগোক পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ছিল নাগোক পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে এই নিযুক্তিত অনুমোদন জনাইছে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।