ৰাষ্ট্ৰীয়

July 6, 2024 5:55 PM

ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাৰে নেতাগৰাকীক সোঁৱৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তীত আজি শ্ৰদ্ধাৰে নেতাগৰাকীক সোঁৱৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে, ৬০ শ্যামাপ্রসাদ মুখাৰ্জীয়ে তেওঁৰ বলিষ্ঠ ৰাষ্ট্ৰীয় চিন্তাৰে ভাৰতবাসীক গৌৰৱান্বিত কৰিছিল। তে...

July 6, 2024 5:29 PM

আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব। এই ভ্ৰমণ কালত শ্ৰী শ্বাহ আহমেদাবাদ আৰু গান্ধীনগৰত হ'বলগীয়া বিভিন্ন কাৰ্যসূচীত উপস্থিত থাকিব। গৃহমন্ত্ৰীগৰাকীয়ে গান্ধীনগৰৰ মহাত্মা মন্দিৰত ১০২ সংখ্যক আন্তর্জাতিক সমবায় দিৱস উপলক্ষে আয়োজিত চাহাড় চে সমৃদ্ধি শীর্ষক...

July 6, 2024 5:21 PM

ব্ৰিটেইনৰ প্ৰধানমন্ত্রী হিচাপে নিৰ্বাচিত ছাৰ কেইৰ ষ্টাৰমাৰক প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টীৰ জয়ৰ বাবে নতুনকৈ প্ৰধানমন্ত্রী হিচাপে নিৰ্বাচিত ছাৰ কেইৰ ষ্টাৰমাৰক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্রীমোদীয়ে কয় যে, ব্ৰিটেইনৰ সৈতে বন্ধুত্ব অধিক শক্তিশালী কৰাৰ বাবে ভাৰতে আগ্ৰহেৰে বাট চাইছে। দুয়োখন দেশৰ মাজত ইতিবাচক আৰু গঠনমূলক সহযোগ...

July 6, 2024 5:04 PM

৪ দিনীয়া ভ্ৰমণসূচীৰে গৃহ ৰাজ্য ওড়িশালৈ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি গৃহ ৰাজ্য ওড়িশালৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৰীত হ'বলগীয়া বিশ্বখ্যাত ভগৱান জগন্নাথ, বলোভদ্ৰ, দেৱী শুভদ্ৰা আৰু সুদৰ্শনৰ ৰথ যাত্ৰা চাব। ৰাষ্ট্ৰপতি ভৱনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্ৰী মতী মুর্মু আজি সন্ধিয়া ভূৱনেশ্বৰত হ'বলগীয়া উৎকলমা...

July 6, 2024 12:15 PM

ব্ৰিটেইনৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰক প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা কীৰ ষ্টাৰমাৰক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে, ব্ৰিটেইনৰ সৈতে বন্ধুত্ব অধিক শক্তিশালী কৰাৰ বাবে ভাৰত সদায়েই আগ্রহী। দুয়োখন দেশৰ মাজত ইতিবাচক আৰু গঠনমূলক সহযোগিতাৰ বাবেও ভাৰত আগ্ৰহী বুলি শ্ৰীমোদী...

July 6, 2024 12:11 PM

হাথৰছত সংঘটিত শোকাৱহ ঘটনাৰ অভিযোগত দেৱপ্ৰকাশ মধুকৰক গ্ৰেপ্তাৰ

উত্তৰ প্ৰদেশ আৰক্ষীয়ে হাথৰছত সংঘটিত শোকাৱহ পদপিষ্টৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দেৱপ্ৰকাশ মধুকৰ নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে। এই দুৰ্ঘটনাত ১২১ জন লোকে প্ৰাণ হেৰুৱাইছে। আৰক্ষীয়ে এজাহাৰত দেৱপ্ৰকাশ মধুকৰক এই ঘটনাৰ মূল অভিযুক্ত বুলি উল্লেখ কৰিছিল। পূৰ্বেই এই লোকজনৰ তথ্য দিব পৰা ব্যক্তিক ১ লাখ টকা...

July 6, 2024 12:02 PM

দুদিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ কেৰেলা ভ্ৰমণ

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আজি দুদিনীয়া কাৰ্যসূচীৰে কেৰেলালৈ যাব। ভ্ৰমণৰ প্ৰথমদিনা উপ ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ দ্বাদশ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰিব। শ্রীধনখড়ে প্ৰতিষ্ঠানৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উৎকৃষ্টতাৰ মেডেল আগব...

July 6, 2024 11:58 AM

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰীপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ওড়িশা ভ্ৰমণ

ৰাষ্ট্ৰীপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে ওড়িশালৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভূৱনেশ্বৰত উত্কলামণি পণ্ডিত গোপাবন্ধু দাসৰ ৯৬ সংখ্যক মৃত্যু বার্ষিকী অনুষ্ঠানত ভাগ ল'ব। শ্ৰীমতী মুমুৰে কাইলৈ পুৰীত ভগৱান জগন্নাথ গুণ্ডীচ্ছাহ ৰথ যাত্ৰাত উপস্থিত থাকিব। এই ভ্ৰমণৰ সময়চোৱাত ৰাষ্ট্ৰপতিগৰাকী...

July 6, 2024 11:55 AM

পৰিয়াল পেঞ্চন অভিযোগ প্ৰতিকাৰ সম্বন্ধীয় বিশেষ অভিযানৰ প্ৰথম সপ্তাহত ১০০০কৈ অধিক গোচৰ সমাধান

পৰিয়াল পেঞ্চন অভিযোগ প্ৰতিকাৰ সম্বন্ধীয় বিশেষ অভিযানৰ প্ৰথম সপ্তাহত এহেজাৰতকৈ অধিক গোচৰ সমাধান কৰা হৈছে। উল্লেখযোগ্য যে, পেঞ্চন আৰু পেঞ্চনাৰসকলৰ কল্যাণ বিভাগে কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ জীৱন সুচল কৰি তোলৰ বাবে পহিলা জুলাইৰ পৰা এমাহ জোৰা এই বিশেষ অভিযান আৰম্ভ কৰিছে। এই অভিযানত উৎকৃষ্ট প্ৰদৰ্শন ...

July 6, 2024 11:51 AM

প্ৰতিৰক্ষা বিনিয়োগ অনুষ্ঠান,২০২৪ প্ৰথম পর্যায়ত প্ৰধানমন্ত্ৰীৰ অংশগ্রহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত প্ৰতিৰক্ষা বিনিয়োগ অনুষ্ঠান,২০২৪ প্ৰথম পর্যায়ত অংশগ্রহণ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রী মোদীয়ে কয় যে দেশৰ সৈনিকসকলৰ সাহস আৰু নিষ্ঠাক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰিছো। তেওঁ কয়, তেওঁলোকে সেৱা আৰু ত্যাগৰ উৎকৃষ্ট উদাহৰণ দাঙি ধ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।