ৰাষ্ট্ৰীয়

July 13, 2024 9:40 AM

কেইবাখনো দেশৰ বিধানমণ্ডলৰ অধ্যক্ষসকলক সাক্ষাৎ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

● লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি ৰাছিয়াৰ ছেইন্ট পিটাৰ্ছবার্গত তাজিকিস্তান, কাজাখস্তান, বেলাৰুছ, ইজিপ্ত, আৰু উজবেকিস্তানৰ বিধানমণ্ডলৰ অধ্যক্ষসকলক সাক্ষাৎ কৰে। দশম ব্রিকচ সংসদীয় সন্মিলনলৈ যোৱা এটা ভাৰতীয় সংসদীয় প্রতিনিধি দলক অধ্যক্ষগৰাকীয়ে নেতৃত্ব প্ৰদান কৰিছে। তাজিকিস্তানৰ মাজলিছি নমোয়াণ্ডাগনৰ ...

July 13, 2024 9:36 AM

উত্তৰ-পূৰ্বাঞ্চলৰ অর্থনৈতিক বিকাশ ত্বৰান্বিতৰ উদ্দেশ্যৰে অসম আৰু ত্ৰিপুৰাৰ বাবে কেইবাটাও প্রকল্পত অনুমোদন কেন্দ্ৰৰ

● কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাম্য পথ যোগাযোগ সুদৃঢ় কৰাৰ লগতে অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যৰে অসম আৰু ত্ৰিপুৰাৰ বাবে কেইবাটাও প্রকল্পত অনুমোদন জনাইছে। গ্রামোন্নয়ন মন্ত্রালয়ে ৩৭৮ কোটিৰো অধিক টকা বিনিয়োগেৰে অসমত প্রধানমন্ত্রী গ্রাম সড়ক যোজনাৰ অধীনত ৫৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৭৮ট...

July 13, 2024 9:32 AM

আজি ৭ খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা

● সাতখন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা আজি অনুষ্ঠিত হ'ব। পশ্চিমবংগৰ ৰায়গঞ্জ, ৰাণাঘাট দক্ষিণ, বাগ্‌দা আৰু মাণিকতোলা, হিমাচল প্ৰদেশৰ দেহেৰা, হমিৰপুৰ আৰু নালাগড়, উত্তৰাখণ্ডৰ বদ্রীনাথ আৰু মংলোৰ, বিহাৰৰ ৰূপৌলি, মধ্যপ্ৰদেশৰ অমৰৱাড়া, তামিলনাডুৰ ৱিক্ৰৱন্দি আৰু পাঞ্জাৱৰ জলন্ধৰ পশ্চিম আস...

July 13, 2024 9:29 AM

মুম্বাইৰ গোৰেগাঁৱৰ এন ই এছ চি অ’ প্রদর্শনী কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে কেইটাবাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ গোৰেগাঁৱৰ এন ই এছ চি অ' প্রদর্শনী কেন্দ্ৰত ২৯ হাজাৰ ৪০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, ৰে'লৱে আৰু বন্দৰ খণ্ডৰ কেইটাবাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লিৰ ভাগত শ্ৰীমোদীয়ে ভাৰতীয় বাতৰি সেৱা সচিবালয়ত আই এন এছ টাৱাৰ মুকলি কৰিব। ভ্রমণকালত ...

July 12, 2024 8:36 PM

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনক লৈ বিজেপি নেতা বাঞ্চুৰী স্বৰাজৰ মন্তব্য

ভাৰতীয় জনতা পাৰ্টীয়ে দিল্লীৰ আৱকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনক লৈ আম আদমী পাৰ্টীয়ে জনসাধাৰণ আৰু সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰাৰ অভিযোগ তুলিছে। বিজেপি নেতা বাঞ্চুৰী স্বৰাজে কয় যে, ই ডিৰ গোচৰত উচ্চতম ন্যায়ালয়ে কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ ...

July 12, 2024 8:31 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ মুম্বাই ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মহাৰাষ্ট্ৰৰ মুম্বাইলৈ যাব। এই ভ্রমণকালত শ্রীমোদীয়ে গোৰেগাঁৱৰ NESCO প্রদর্শনী কেন্দ্ৰত ২৯ হাজাৰ ৪০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, ৰে'লৱে আৰু বন্দৰ খণ্ডৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লিৰ ভাগত শ্ৰীমোদীয়ে আই এন এছ টাৱাৰ মুকলি কৰাৰ বাবে ই...

July 12, 2024 8:27 PM

২৫ জুনৰ দিনটো সংবিধান হত্যা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত কেন্দ্ৰৰ

চৰকাৰে প্ৰতি বছৰে ২৫ জুনৰ দিনটো সংবিধান হত্যা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১৯৭৫ চনৰ এই দিনটোতে প্রাক্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশৰ জৰুৰীকালীন অৱস্থা বলবৎ কৰিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি সামাজিক মাধ্যমযোগে কয় যে, অত্যাচাৰী চৰকাৰৰ হাতত আতিশায্যৰ সন্মুখীন হোৱা ...

July 12, 2024 8:24 PM

মুম্বাইৰ নৰ্চি মোঞ্জি ব্যৱস্থাপনা অধ্যয়ন প্রতিষ্ঠানৰ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিৰ ভাষণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, দেশত ইতিবাচক শাসনৰ বাবেই বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে বৃহৎ পৰিৱৰ্তনৰ সূচনা হৈছে। মুম্বাইৰ নৰ্চি মোঞ্জি ব্যৱস্থাপনা অধ্যয়ন প্রতিষ্ঠানত আয়োজিত এটা অনুষ্ঠানত সৱল ভাৰতঃ ২০৪৭ চনলৈকে ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ ভূমিকা সন্দ...

July 12, 2024 8:19 PM

প্রধানমন্ত্ৰী মোদীক বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীৰ সাক্ষাৎ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শান্তিপূর্ণ, সমৃদ্ধিশালী, সুশৃংখলিত আৰু নিৰাপদ বিমস্টেক অঞ্চলৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰকাশ কৰি আৰ্থ-সামাজিক বিকাশৰ চালিকা শক্তি হিচাপে বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতা উদ্যম বিমস্টেকৰ ভূমিকাত গুৰুত্ব আৰোপ কৰিছে। বিমষ্টেকৰ সদস্য ৰ...

July 12, 2024 7:20 PM

অসম আৰু মেঘালয়লৈ অহা ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া গুৱাহাটীত উপস্থিত

উত্তৰ-পূবক দেশৰ উন্নয়নৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি গুৱাহাটীত প্ৰকাশ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী শ্ৰী ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।