July 28, 2024 6:45 PM
দেশৰ ভিন্ন অংশৰ শিল্পীসকলে হস্ততাঁতক জনপ্ৰিয় কৰাত যোগোৱা অৱদানৰ বাবে প্ৰধানমন্ত্ৰীৰ সন্তোষ প্ৰকাশ
দেশৰ হস্ততাঁত উদ্যোগৰ সন্দৰ্ভত কবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত আত্মসহায়ক গোটত যোগদান কৰা আৰু কাপোৰত ৰঙৰ বাহাৰ তোলা হাৰিয়ানাৰ ৰোহটক জিলাৰ ২৫০ গৰাকী মহিলাৰ কামৰ ভূয়সী প্ৰশংসা কৰে। এই মহিলাসকলে আত্মসহায়ক গোটত যোগদান কৰি ব্লক প্রিণ্টিং আৰু ডায়িঙৰ প্ৰশিক্ষণ গ্ৰ...