ঝাৰখণ্ড

September 15, 2024 5:59 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ৰাঁচী বিমান বন্দৰৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে ৬ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাঁচী বিমান বন্দৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৬ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। পূৰ্বতে জামছেদপুৰৰ পৰা এই বন্দে ভাৰত ৰেলগাড়ীকেইখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰাৰ কথা আছিল যদিও ধাৰাষাৰ বৰষুণৰ বাবে প্রধানমন্ত্ৰী জামছেদপুৰত উপস্থিত হ'ব নোৱাৰাত ৰাঁচীৰ পৰাই...

September 15, 2024 11:51 AM

তিনিদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশা ভ্ৰমণলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি তিনিদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশা ভ্ৰমণলৈ যাব। শ্ৰী মোদীয়ে আজি ঝাৰখণ্ডলৈ যাব আৰু জামছেদপুৰৰ টাটা নগৰ ৰে'লৱে ষ্টেচনৰ পৰা টাটা নগৰ-পাটনা বন্দে ভাৰত ৰে'ল গাড়ীকে ধৰি ৬ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ীৰ যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰিব। ৰে'ল নেটৱৰ্ক...

July 22, 2024 1:00 PM

ৰাজ্যৰ বান পীড়িত ৰাইজলৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ দুই কোটি টকাৰ সাহায্য

ৰাজ্যৰ বান পীড়িত ৰাইজলৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে দুই কোটি টকাৰ সাহায্য আগবঢ়াইছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যম এক্স যোগে এই কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এই বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক এই মহানুভৱতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আনহাতে অসম আৰক...

July 21, 2024 12:18 PM

NEET-UGৰ প্ৰশ্নকাকত ফাদিল গোচৰত আৰু তিনিজনক গ্ৰেপ্তাৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET-UGৰ প্ৰশ্নকাকত ফাদিল গোচৰ সংক্ৰান্তত আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত ৰাজস্থানৰ ভৰতপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুজন শিক্ষাৰ্থী আছে। সূত্ৰৰ পৰা...

June 30, 2024 7:48 PM

নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ সন্দৰ্ভত অভিযুক্তক চি বি আইৰ জেৰা

কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে আজি নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা অভিযোগ সন্দৰ্ভত অভিযুক্তক বিহাৰৰ পাটনাৰ বিউৰ মুখ্য কাৰাগাৰত জেৰা কৰে। এই সন্দৰ্ভত সংস্থাটোৱে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে জেৰা অব্যাহত ৰাখে। উল্লেখযোগ্য যে নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত চি বি আয়ে এতিয়...

May 19, 2024 9:10 PM

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঝাৰখণ্ডৰ জামছেদপুৰত  নিৰ্বাচনী প্ৰচাৰ

ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ জামছেদপুৰত দলৰ প্ৰাৰ্থী বিদ্যুৎ বৰণ মাহাতোৰ হৈ প্ৰচাৰ চলায়। এইবাৰৰ লোকসভা নির্বাচনে দেশৰ বৰ্তমান আৰু ভৱিষ্যত শক্তিশালী কৰি তুলিব বুলি শ্রী মোদীয়ে দ...

May 19, 2024 7:59 PM

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৪৯ টা সমষ্টিত ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কাইলৈ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিত হবলগীয়া ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। তৃতীয় পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪ টা, মহাৰাষ্ট্ৰৰ ১৩টা, পশ্চিমবংগৰ ৭টা, ঝাৰখণ্ডৰ ৩টা, বিহাৰ আৰু ওড়িশাৰ ৫ টাকৈ লগতে জম্মু কাশ্মীৰ তথা লাডাখত এ...

May 19, 2024 7:08 PM

ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণ গতিত

ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ জামছেদপুৰত দলৰ প্ৰাৰ্থী বিদ্যুৎ বৰণ মাহাতোৰ হৈ প্ৰচাৰ চলায়। এইবাৰৰ লোকসভা নির্বাচনে দেশৰ বৰ্তমান আৰু ভৱিষ্যত শক্তিশালী কৰি তুলিব বুলি শ্রী মোদীয়ে দ...

April 21, 2024 12:49 PM

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটীৰ পৰা দুখন বিশেষ গ্ৰীষ্মকালীন ৰে’ল চলাচলৰ ব্যৱস্থা

গ্রীষ্মকালীন বন্ধৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৱাহাটীৰ পৰা দুখন বিশেষ গ্ৰীষ্মকালীন ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। ৰে'ল দুখনৰ এখন গুৱাহাটী আৰু ওড়িশাৰ সম্বলপুৰৰ মাজত চলাচল কৰাৰ বিপৰীতে আনখন গুৱাহাটী আৰু জম্মুৰ কাটৰাৰ মাজত চলাচল কৰিব। উভয় দিশত দুয়ো...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।