আন্তৰ্জাতিক সংবাদ

September 3, 2024 6:01 PM

গাজা-ইজিপ্ত সীমান্তৰ ফিলাডেলফি ক’ৰিড’ৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী নিয়োগ কৰি ৰখাটো ইজৰাইলৰ কৌশলগত আৱশ্যকতাঃ বেঞ্জামিন নেতানাহু

ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহুৱে কৈছে যে, গাজা-ইজিপ্ত সীমান্তৰ ফিলাডেলফি ক'ৰিড'ৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী নিয়োগ কৰি ৰখাটো ইজৰাইলৰ কৌশলগত আৱশ্যকতা আৰু দেশখনৰ বাবে অপৰিহাৰ্য্য। শ্ৰী নেতানাহুৱে এটা বিবৃতি যোগে ইজৰাইলৰ বাবে যুদ্ধ লক্ষ্যত উপনীত হোৱাৰ দিশৰ পৰা ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ভূমি ভা...

September 2, 2024 3:46 PM

প্রধানমন্ত্রী বেঞ্জামিন নেত্যানয়াহুৱে হামাছৰ সৈতে যুদ্ধবিৰতি কৰাৰ দাবীত হাজাৰৰো অধিক লোকৰ প্ৰতিবাদ

গাজাত পণবন্দী হৈ থকা লোকসকল সুকলমে ঘূৰি আহিবৰ বাবে প্রধানমন্ত্রী বেঞ্জামিন নেত্যানয়াহুৱে হামাছৰ সৈতে যুদ্ধবিৰতি কৰাৰ দাবীত কালি সমগ্ৰ ইজৰাইলতে হাজাৰৰো অধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীসমূহে পণবন্দী হৈ থকা ছজন লোকৰ উদ্ধাৰ কৰা বুলি কালি পুৱা ঘোষণা কৰাৰ পাছত এই প্রতিবাদ আৰম্...

September 1, 2024 1:07 PM

ইজৰাইলী সেনা আৰু হামাছৰ গাজাত তিনিদিনৰ বাবে অভিযান বন্ধৰ সিদ্ধান্ত

ইজৰাইলী সেনা আৰু হামাছে গাজাৰ তিনিটা পৃথক পৃথক অঞ্চলত তিনিদিনৰ বাবে অভিযান বন্ধ ৰাখিবলৈ সন্মতি প্ৰদান কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এজন জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে ৬ লাখ ৪০ হাজাৰ শিশুক পলিঅ' প্ৰদানৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গাজাত ১০ জনীয়া এটি শিশু প...

September 1, 2024 12:45 PM

মঙলবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰত্নধীৰ জয়ছোৱালে কয় যে, প্রধানমন্ত্রী মোদী ব্রুনেইৰ চুলতান হাজী হছনল বোলকিয়াৰ আমন্ত্ৰম মৰ্মে ৩ ছেপ্তেম্বৰত ব্রুনেৰ ডাৰুচ্ছ...

August 31, 2024 8:53 PM

লাঅ’চস্থিত ভাৰতীয় দূতাবাসে বোকেঅ’ প্ৰদেশত আৱদ্ধ ৪৭ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে

লাঅ’চস্থিত ভাৰতীয় দূতাবাসে বোকেঅ’ প্ৰদেশৰ গোল্ডেন ট্রায়েংগল বিশেষ অর্থনৈতিক ক্ষেত্ৰত অৱস্থিত চাইবাৰ কেলেংকাৰী কেন্দ্ৰত আৱদ্ধ ৪৭ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে। দূতাবাসে সামাজিক মাধ্যমযোগে লাঅ'চ কর্তৃপক্ষই বিশেষ অর্থনৈতিক ক্ষেত্ৰত অবৈধ কাম-কাজৰ বিৰুদ্ধে অভিযান চলাই ২৯ গৰাকী লোকক চমজাই দিয়া বুলি প...

August 29, 2024 8:48 PM

ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল দুদিনীয়া কাৰ্যসূচীৰে কলম্বোত উপস্থিত

ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল দুদিনীয়া কাৰ্যসূচীৰে কলম্বোত উপস্থিত হৈছে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি শ্ৰী দোভালে কলম্বো সুৰক্ষা সন্মিলনৰ আলাপ-আলোচনাৰ পৰ্যালোচনা কৰিব। উল্লেখযোগ্য যে ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপৰ ত্ৰিপাক্ষিক প্ৰচেষ্টাৰ ফলস্বৰূপে আঞ্চলিক উদ্যমৰূপে কলম্বো সুৰক্ষা সন্মিলন আৰম্ভ ...

August 29, 2024 7:07 PM

শ্রীলংকাৰ উত্তৰ অংশত নিৰ্মাণ কৰিবলগীয়া হাইব্রীড বিদ্যুৎ প্ৰকল্পৰ বাবে ভাৰতৰ প্রথম ধনৰাশি আদায়

ভাৰতে শ্রীলংকাৰ উত্তৰ অংশত নিৰ্মাণ কৰিবলগীয়া হাইব্রীড বিদ্যুৎ প্ৰকল্পৰ বাবে প্রথম ধনৰাশি আদায় দিছে। শ্রীলংকাত ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝাই শ্ৰীলংকাৰ শক্তিমন্ত্ৰী ড০ সুলক্ষনা জয়বর্ধনা আৰু দেশখনৰ বহনক্ষম শক্তি প্ৰাধিকৰণৰ অধ্যক্ষ ৰঞ্জিত ছেপালাক এই ধনৰাশি প্ৰদান কৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত ২০২২ চন...

August 29, 2024 11:48 AM

বাংলাদেশৰ ক্ষমতাচ্যুত শ্বেইখ হাছিনাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ সংখ্যা ৭৫লৈ বৃদ্ধি

বাংলাদেশৰ ক্ষমতাচ্যুত শ্বেইখ হাছিনা, তেওঁৰ মন্ত্ৰীসভাৰ প্ৰাক্তন সদস্য আৰু সহযোগীসকলৰ বিৰুদ্ধে আৰু চাৰিটা গোচৰ ৰুজু কৰা হৈছে। ইয়াকে লৈ শ্বেইখ হাছিনাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ সংখ্যা ৭৫ লৈ বৃদ্ধি পাইছে। ঢাকাৰ এখন দৈনিক বাতৰি কাকতে প্ৰকাশ কৰা মতে ৭৬ বছৰীয়া শ্বেইখ হাছিনা সম্প্ৰতি ৭৫টা গোচৰৰ সন্মুখীন হৈ...

August 27, 2024 6:30 PM

ডনাল্ড ট্রাম্পলৈ সমৰ্থন ডেমক্রেটিক দলৰ প্ৰাক্তন সদস্য তুলসী গাবাৰ্ডৰ

ডেমক্রেটিক দলৰ প্ৰাক্তন সদস্য তুলসী গাবার্ডে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আসন্ন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ডনাল্ড ট্রাম্পলৈ সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ইৰাকত সামৰিক সেৱা আগবঢ়োৱা গাবার্ডে ২০২০ চনত ডেম'ক্রেটিক দলৰ ৰাষ্ট্ৰপতিৰ প্রার্থিত্বৰ দৌৰত অৱতীৰ্ণ হৈছিল আৰু দুবছৰ পাছত দল ত্যাগ ...

August 27, 2024 5:57 PM

ঢাকাত ৩৭৮ জন আনচাৰ জোৱানক জে’ললৈ প্ৰেৰণ

দেওবাৰে নিশা ঢাকাৰ কেন্দ্ৰীয় সচিবালয়ৰ সন্মুখত আনচাৰ জোৱান আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা সংঘৰ্ষৰ পাছত বাংলাদেশৰ ঢাকা আদালতে সোমবাৰে ৩৭৮ জন আনচাৰ জোৱান আৰু ছাত্ৰ-ছাত্ৰীক জে'ললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জনোৱা মতে, নাম উল্লেখিত ৪৩৭ আৰু নাম উল্লেখ নথকা ১১ হাজাৰ ১০০ জনক চাৰিটা গোচৰত অভিযুক্ত কৰা হৈছে। ইয়াৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।