স্বাস্থ্য

August 18, 2024 11:16 AM

স্বাস্থ্য কৰ্মীৰ বিৰুদ্ধে সংঘটিত হিংসা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্রীয় আইন প্ৰণয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ভাৰতীয় চিকিৎসা সংস্থাৰ পত্ৰ প্ৰেৰণ

ভাৰতীয় চিকিৎসা সংস্থাই কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছে আৰু স্বাস্থ্য কৰ্মীৰ বিৰুদ্ধে সংঘটিত হিংসা নিয়ন্ত্ৰণ কৰাৰ বাবে এখন কেন্দ্রীয় আইন প্ৰণয়নৰ ক্ষেত্ৰত তেওঁৰ হস্তক্ষেপ বিচাৰিছে। চিকিৎসা সংস্থাই লগতে চিকিৎসালয়সমূহত বিমান বন্দৰৰ ...

August 4, 2024 7:17 PM

বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসাৰ মাচুল বৃদ্ধি

বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে প্ৰতিষ্ঠানখনত শেহতীয়াকৈ চিকিৎসাৰ মাচুল বৃদ্ধি হোৱা বুলি সদৰি কৰিছে। তেওঁ কয় যে, বিগত ২০০২ চনত শেষবাৰৰ বাবে মাচুল বৃদ্ধি কৰাৰ পাছত এইবেলি চিকিৎসাৰ সৈতে জড়িত সকলো ধৰণৰ ব্যয় সামান্য পৰিমাণে বৃদ্ধি কৰা হৈছে। ব্যক্ত...

August 4, 2024 6:52 PM

মৰিগাঁৱত সশস্ত্র সীমাবলৰ স্বেচ্ছামূলক ৰক্তদান শিবিৰ

মৰিগাঁও সশস্ত্র সীমাবলৰ ছাউনীত ১ নম্বৰ বেটেলিয়নৰ উদ্যোগত এটা স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। সশস্ত্ৰ সীমাবলৰ মৰিগাঁৱত থকা বি কোম্পানী, মৰিগাঁও অসামৰিক চিকিৎসালয় আৰু মৰিগাঁও আৰক্ষীৰ লগতে স্থানীয় জনসাধাৰণৰ প্ৰচেষ্টাত এই ৰক্তদান শিবিৰটো অনুষ্ঠিত হয়। শিবিৰত প্ৰায় ৩০জন লোকে স্বেচ্ছামূলকভ...

August 4, 2024 11:48 AM

ৰাজ্যৰ বিভিন্ন স্থানত বিশ্ব স্তনপান সপ্তাহ পালন

ৰাজ্যৰ বিভিন্ন স্থানত কালি বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয়। এই উপলক্ষে মাজুলীৰ পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসালয়ত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। মাজুলী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে আঁতধৰা অনুষ্ঠানটোত মাতৃদুগ্ধৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা হয়। স্তনপানৰ প্ৰণালী তথা গুৰুত্ব সম্পৰ্ক...

August 4, 2024 11:12 AM

কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ৰ স্থলপথ, জলপথ আৰু আকাশীপথ আদি বিভিন্ন মাধ্যমেৰে মানৱ অংগ পৰিবহণৰ মানসম্পন্ন পৰিচালন বিধি জাৰি

কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ে স্থলপথ, জলপথ আৰু আকাশীপথৰ দৰে ভ্ৰমণৰ বিভিন্ন মাধ্যমেৰে মানৱ অংগ পৰিবহণৰ মানসম্পন্ন পৰিচালন বিধি জাৰি কৰিছে। এই মানসম্পন্ন পৰিচালন বিধি সমগ্ৰ দেশত অংগ সংৰোপনৰ সৈতে জড়িতসকলৰ বাবে পথ প্রদর্শক নথি হ'ব। স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰই কয় যে, ইয়াৰ ফলত অংগ সংৰোপনৰ গুণগত ...

July 28, 2024 12:17 PM

ITS TIME FOR ACTION- বাণীৰে বিশ্ব হেপাটাইটিছ দিৱস পালন

যকৃতৰ প্ৰদাহ হেপাটাইটিছ ৰোগত প্ৰতি বছৰে বহু নিযুত লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু মুখত পৰে। বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বত সৰ্বসাধাৰণৰ ৰাইজক হেপাটাইটিছ ৰোগটোৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা, সংক্ৰমণৰ লগে লগে চিনাক্ত কৰা আৰু চিকিৎসাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে আজিৰ দিনটোতে বিশ্ব হেপাটাইটিছ দিৱ...

July 25, 2024 10:22 AM

ৰাজ্যৰ জাপানীজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ বিশেষ ব্যৱস্থা

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনচেফেলাইটিছ ৰোগৰ সংক্ৰমন হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। মৰিগাওঁ জিলাত বানৰ পাছতে কেইবাগৰাকীও লোক এই ৰোগত আক্ৰান্ত হৈছে। জিলাখনত ৩ জন লোকৰ জাপানীজ এনচেফেলাইটিছ আৰু এনে ধৰণৰ ৰোগৰ ফলত মৃত্যু হৈছে। লোককেইজন ৰাজামণি মেধী, ভৱকান্ত নাথ আৰু...

July 22, 2024 12:51 PM

মৰিগাঁৱৰ শিঙিমাৰীত বানাক্ৰান্তৰ মাজত স্বাস্থ্য শিবিৰ

মৰিগাঁৱৰ স্বেচ্ছাসেৱী অগ্ৰণী অনুষ্ঠান বান্ধৈ ৮৪ৰ উদ্যোগত পশুপালন-পশু চিকিৎসা বিভাগ আৰু ভাৰতীয় চিকিৎসা সন্থাৰ সহযোগত শিঙিমাৰীৰ বানাক্ৰান্তৰ মাজত এখন স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই স্বাস্থ্য শিবিৰত পশুধনৰ লগতে পাঁচ শতাধিক লোকক চিকিৎসা প্ৰদান কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত সংগীতা...

July 22, 2024 12:03 PM

কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আইচিএমআৰৰ ছজনীয়া বিশেষজ্ঞৰ দল কোজিকোডত উপস্থিত

কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ- আইচিএমআৰৰ ছজনীয়া বিশেষজ্ঞ এটা দল কোজিকোডত উপস্থিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কেৰালাৰ স্বাস্থ্য বিভাগক নিপা ভাইৰাছ সংক্ৰমণৰ সন্দৰ্ভত বিষয়টোৰ অধিক তদন্ত আৰু কাৰিকৰী সাহায্য প্ৰদানৰ বাবে এটা বিশেষ দল ন...

July 14, 2024 1:05 PM

সম্পূর্ণতা অভিযানৰ অধীনত গৰ্ভৱতী আৰু প্ৰসূতি মহিলাৰ পৰিপুষ্টিৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্য

সম্পূর্ণতা অভিযানৰ অধীনত গৰ্ভৱতী আৰু প্ৰসূতি মহিলাৰ পৰিপুষ্টিৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত সম্পূর্ণতা অভিযান আৰু পৰিপুষ্টি শীৰ্ষক আলোচনাত অংশগ্ৰহণ কৰি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ মুৰববী অধ্যাপক ডাঃ মৌচুমী কৃষ্ণাত্রে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।