নির্বাচন

April 24, 2024 8:53 PM

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দল-নেতাৰ প্ৰচাৰৰ সামৰণি

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ৰ পৰহিলৈ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৯টা সংসদীয় সমষ্টিত ভোটগ্রহণ কৰা হ'ব। ইয়াৰ ভিতৰত অসমৰ দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টি আছে। প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দল...

April 24, 2024 8:41 PM

বৰপেটা-বজালীত তৃতীয় পৰ্যায়ৰ লোকসভা নির্বাচনৰ প্ৰস্তুতিৰ বুজ লয় ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে

অহা ৭ মে'ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত এহেজাৰ ৩৫১ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। এই পৰ্যায়ত দুহেজাৰ ৯৬৩ গৰাকী প্ৰাৰ্থীয়ে ১৫টা সংসদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছিল। ইপিনে, অসমত এই পৰ্যায়ত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো ন...

April 24, 2024 8:32 PM

তৃতীয় পৰ্যায়ৰ লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ প্রস্তুতি

অহা ৭ মে'ত তৃতীয় পৰ্যায়ৰ লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে পূর্ণ গতিত প্রস্তুতি অব্যাহত আছে। সেই অনুসৰি প্ৰথমবাৰৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াত অংশ ল'বলগীয়া প্রিজাইডিং আৰু প’লিং বিষয়াসকলক দুদিনীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। বিষয়াসকলক ইলেকট্র’নিক ভোটিং মেচিন পৰিচালন...

April 24, 2024 8:29 PM

ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্রশাসনৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ

ৰাজ্যখনত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্রশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটগ্রহণ হ'বলগীয়া নগাঁও, বাক্সা,...

April 24, 2024 8:27 PM

অৰুণাচল প্ৰদেশৰ ৪টা বিধানসভা সমষ্টিৰ আঠটা ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্রহণ সম্পন্ন

অৰুণাচল প্ৰদেশৰ চাৰিটা বিধানসভা সমষ্টিৰ আঠটা ভোটগ্রহণ কেন্দ্ৰত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ পুনৰ ভোটগ্রহণ আজি শান্তিপূর্ণভাৱে সম্পন্ন হয়। পুৱা ৬ বজাত আৰম্ভ হোৱা ভোটগ্ৰহণৰ বিয়লি ২ বজাত সামৰণি পৰে। ভোটগ্রহণ সম্পূৰ্ণ হোৱাৰ লগে লগে এই কেন্দ্ৰকেইটাত 17A প্ৰ-পত্ৰ পৰীক্ষা কৰা হয়। এই ভোট কেন্দ্ৰকেইটাত য...

April 24, 2024 8:24 PM

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিৰ লগে লগে ভোটগ্রহণৰ বাবে নির্বাচনী জিলাসমূহৰ প্রস্তুতি প্রায় সম্পূৰ্ণ

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ লগে লগে ভোটগ্রহণৰ বাবে সংশ্লিষ্ট নির্বাচনী জিলাসমূহে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰিছে৷ নির্বাচন আয়োগৰ নিৰ্দেশনামৰ্মে প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ সুবিধা হোৱাকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৫০ শতাংশ ভোটকেন্দ্ৰত ৱেৱ কাষ্টিঙৰ ব্যৱস্থা কৰা হ'...

April 24, 2024 6:55 PM

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি, কেইবাখনো নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি ৫ বজাত সামৰণি পৰিছে। আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলায়। এই পৰ্যায়ত ৰাজ্যৰ ৫ টা সমষ্টি দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত মুঠ ৬১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। বিজ...

April 24, 2024 6:51 PM

নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ সমৰ্থনত ৰোড শ্ব’

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা কংগ্ৰেছ দলে নগাঁৱত দলৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ সমৰ্থনত এটা ৰোড শ্ব’ অনুষ্ঠিত কৰে। নগাঁৱৰ ৰাজীৱ ভৱনৰ পৰা উলিওৱা এই ৰোড শ্ব’ত দলৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যো...

April 24, 2024 6:48 PM

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা বদৰুদ্দিন আজমল আৰু হাগ্ৰামা মহিলাৰীৰ বিভিন্ন স্থানত প্ৰচাৰ

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন স্থানত প্ৰচাৰ চলায়। বি পি এফৰ মুৰব্বীগৰাকীয়ে আজি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ দলটোৰ প্ৰাৰ্থী দুর্গাদাস বড়োৰ হৈ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ সুৱাগপুৰত নির্ব...

April 24, 2024 6:44 PM

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৫টা সমষ্টিৰ বাবে ৬১গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা, ৭৭ লাখৰো অধিক ভোটদাতা

ৰাজ্যত দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত ৫ টা সমষ্টিৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই পর্যায়ত ৭৭ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। উল্লেখযোগ্য যে সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি অসমত প্রায় ২ কোটি ৪৩ লাখ ভোটদাতাই এইবাৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।