নির্বাচন

April 30, 2024 7:46 PM

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহৰ পশ্চিমবংগৰ নির্বাচনী সভাত অংশগ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কৈছে যে, পশ্চিমবংগৰ সন্দেশখালীৰ ঘটনাৰ সৈতে জড়িত সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব। বর্ধমান পূৱ লোকসভা সমষ্টিত আজি এখন নির্বাচনী সভাত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, পশ্চিমবংগত অনুপ্ৰৱেশ এটা গুৰুতৰ সমস্...

April 30, 2024 7:24 PM

গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান

ৰাজ্যৰ চাৰিটা সমষ্টি ক্ৰমে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত ৭ মে'ত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। এই চাৰিটা সমষ্টিত বর্তমান বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ লগতে নেতা-কৰ্মীসকলে প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন আকৰ্ষণৰ চেষ্টা কৰি...

April 30, 2024 5:41 PM

কংগ্ৰেছে ভুৱা প্ৰচাৰ চলোৱা বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অভিযোগ

বিজেপিয়ে ৪০০খনতকৈ অধিক আসন লাভ কৰিলে সংৰক্ষণ ব্যৱস্থাৰ অৱসান ঘটাব বুলি কংগ্ৰেছে ভুৱা প্ৰচাৰ চলোৱা বুলি বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অভিযোগ তুলিছে। গুৱাহাটীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে অভিযোগ কৰে। শ্ৰী শ্বাহে কয় যে এই দাবী সঁ...

April 30, 2024 5:26 PM

বিগত দহ বছৰত ২৫ কোটি জনসাধাৰণ দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে বুলি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকাশ

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে জনসাধাৰণে মোদী চৰকাৰৰ ১০ বছৰ আৰু কংগ্ৰেছ শাসনৰ ৬০ বছৰৰ প্ৰভেদ প্ৰত্যক্ষ কৰিছে। মহাৰাষ্ট্ৰৰ মাচাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰী মোদীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ শাসনকালত প্ৰধানমন্ত্ৰীয়ে ‘গৰীৱি হতায়েংগে’ ধবনি আও...

April 30, 2024 11:07 AM

মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে আজি পুনৰ ভোটগ্রহণ

মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে ৬ টা ভোটগ্রহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। ভাৰতীয় নির্বাচন আয়োগে দিয়া এক নিৰ্দেশনাৰ ভিত্তিত পুনৰ ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত হৈছে। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্রহণ প্রক্রিয়া আবেলি ৪ বজাত সমাপ্ত হ'ব। উল্লেখযোগ্য যে যোৱা ২৬ এপ্রিলত এই ৬...

April 29, 2024 8:30 PM

কৰ্ণাটকৰ য়াদগিৰ জিলাৰ গুলৱাৰগা সংসদীয় সমষ্টিত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ নির্বাচনী প্ৰচাৰ

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেই আজি কৰ্ণাটকৰ য়াদগিৰ জিলাৰ গুলৱাৰগা সংসদীয় সমষ্টিৰ গুৰমিটকলত এখন নির্বাচনী প্ৰচাৰ সভাত অংশ লয়। ভাষণ প্ৰসংগত শ্রীখার্গেই দেশত বৃদ্ধি পোৱা নিবনুৱা সমস্যা আৰু বর্ধিত মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণ ক্ষোভিত হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে, যদিহে আই এন ডি আই বিৰোধী ঐক্য...

April 29, 2024 8:29 PM

উত্তৰ গুজৰাটৰ পাটানত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ নির্বাচনী প্ৰচাৰ সভা

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি উত্তৰ গুজৰাটৰ পাটানত এখন নির্বাচনী সভাত অংশ গ্ৰহণ কৰে। শ্ৰীগান্ধীয়ে দেশত বৃদ্ধি পোৱা মুদ্রাস্ফীতিৰ হাৰ আৰু নিবনুৱা সমস্যাৰ বাবে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ এন ডি এ চৰকাৰৰ বিৰুদ্ধে একাংশ বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠানৰ বুজন সংখ্যক ঋণ ৰেহাই দিয়া ...

April 29, 2024 8:28 PM

উত্তৰ প্ৰদেশত কেন্দ্রীয় মন্ত্রীদ্বয় ৰাজনাথ সিং আৰু স্মৃতি ইৰাণীৰ মনোনয়ন পত্র দাখিল

উত্তৰ প্ৰদেশত আজি জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রীদ্বয় ৰাজনাথ সিং আৰু স্মৃতি ইৰাণীয়ে তেওঁলোকৰ মনোনয়ন পত্র দাখিল কৰে। ৰাজনাথ সিঙে লক্ষ্ণৌ লোকসভা সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। জ্যেষ্ঠ বিজেপি নেতা তথা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্তৰ সিং ধামি আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্...

April 29, 2024 8:25 PM

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ লগতে আন দলসমূহৰ ব্যাপক প্ৰচাৰ, গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ গতিত অব্যাহত আছে। বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ বাবে ভিন ভিন নির্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহা...

April 29, 2024 8:20 PM

ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত লোকসভা নির্বাচন অনুষ্ঠিত হ’ব

ৰাজ্যখনত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।