নির্বাচন

May 1, 2024 9:12 PM

views 1

গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চলত নিৰ্বাচন বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী

ৰাজ্যখনত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ ভোটগ্রহণলৈ মাজত ৫ টা দিন বাকী থকা অৱস্থাত নির্বাচন হবলগীয়া সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিখন জিলাতে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবল...

May 1, 2024 8:38 PM

বিজেপি চৰকাৰ সংবিধানৰ পবিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰঃ নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ চৰকাৰ সংবিধানৰ পবিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰ। গুজৰাটৰ বানাচকাণ্ঠাৰ দিছাত আজি এখন নির্বাচনী সভাক সম্বোধন কৰি প্রধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে সংৰক...

May 1, 2024 8:35 PM

অসমত লোকসভা নিৰ্বাচনৰ প্ৰচাৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা

কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি দলীয় প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হকে ধুবুৰীত এখন নির্বাচনী সভা সম্বোধন কৰে। তেওঁ কয় যে, কংগ্ৰেছ দল ক্ষমতালৈ আহিলে অৱহেলিত-বঞ্চিত মহিলাসকলক বছৰি ১ লাখ টকাকৈ প্ৰদান কৰিব আৰু চৰকাৰী খণ্ডত এনে মহিলাৰ বাবে ৫০ শতাংশ চাকৰি সংৰক্ষণ কৰিব। এন ডি এ চৰকাৰক সমালোচনা কৰি...

May 1, 2024 7:12 PM

ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণলৈ মাজত ৬টা দিন বাকী থকা সময়তে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ বাবে ঠায়ে ঠায়ে প্ৰচাৰ সভা অনুষ্ঠিত কৰি জ্যেষ্ঠ নেতাসকলে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি ধুবুৰী সমষ্টিৰ কংগ...

May 1, 2024 1:19 PM

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজনৈতিক দলসমূহে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। ঘাই ঘাই ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটগ্রহণৰ দিন চমু চাপি অহাৰ লগে লগে ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে অন্তিম প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰৰ ...

May 1, 2024 1:16 PM

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ আন চাৰিগৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে চাৰিগৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্রকাশ কৰিছে। দলে অভিনয় জগতৰ পৰা ৰাজনীতিত খোজ দিয়া ৰাজ বাববৰক হাৰিয়ানাৰ গুৰগাঁও আসনৰ পৰা আৰু প্ৰাক্তন কেন্দ্রীয় মন্ত্রী আনন্দ শৰ্মাক হিমাচল প্ৰদেশৰ কাংগ্ৰাৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। একেদৰে ছটপাল ৰায়জাদা হিমাচল প্ৰদেশৰ হামিৰপ...

May 1, 2024 12:10 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৰাজ্যৰ চাৰিটা সমষ্টিত ভোটগ্ৰহণৰ প্ৰস্তুতি ক্ৰমাৎ তীব্ৰ

দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতিয়ে ক্ৰমাৎ তীব্ৰতা লাভ কৰিছে। এইটো পৰ্যায়ত অহা ৭ মে'ত ৰাজ্যৰ চাৰিটা সমষ্টি গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত ভোটগ্ৰহণ কৰা হ'ব। এই চাৰিটা সমষ্টিত বর্তমান বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বি...

May 1, 2024 12:04 PM

লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ প্রথম পর্যায়ত ৬৬.১৪ আৰু দ্বিতীয় পৰ্যায়ত ৬৬.৭১ শতাংশ বুলি নির্বাচন আয়োগৰ প্ৰকাশ

নির্বাচন আয়োগে কালি লোকসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বাবে মুঠ ভোটদানৰ হাৰ প্ৰকাশ কৰিছে। আয়োগে প্রথম পর্যায়ত ৬৬.১৪ শতাংশ আৰু দ্বিতীয় পৰ্যায়ত ৬৬.৭-১ শতাংশ ভোটদান হোৱা বুলি প্ৰকাশ কৰিছে। আয়োগে কৈছে যে প্রথম পৰ্যায়ত ৬৬.২-২ শতাংশ পুৰুষ ভোটদাতা, ৬৬.৭ শতাংশ মহিলা ভোটদাতা আৰু ৩১.৩২ শতাংশ ...

May 1, 2024 11:56 AM

প্রধানমন্ত্ৰী তথা বিজেপি  নেতা নৰেন্দ্ৰ মোদীয়ে জীৱিত থকালৈকে সম্প্ৰদায়ৰ ভিত্তিত অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সাংবিধানিক অধিকাৰ অন্য বৰ্গলৈ হস্তান্তৰ হ’বলৈ নিদিয়ে

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁ জীৱিত থকালৈকে সম্প্ৰদায়ৰ ভিত্তিত অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সাংবিধানিক অধিকাৰ অন্য বৰ্গলৈ হস্তান্তৰ হ'বলৈ নিদিয়ে। তেলেংগানাৰ জহিৰাবাদ সংসদীয় সমষ্টিত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে এইদ...

April 30, 2024 7:50 PM

মধ্য প্ৰদেশৰ খাণ্ডৱা আৰু ৱাৰবাণীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নিৰ্বাচনী প্ৰচাৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি মধ্য প্ৰদেশৰ খাণ্ডৱা আৰু ৱাৰবাণীত দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। তেঁও কয় যে পৃথককৈ বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো এতিয়া বন্ধ কৰা উচিত ৷ তেওঁ প্ৰতি ৫ বছৰৰ ব্যৱধানত দুয়োটা নির্বাচন সমান্তৰালভাৱে অনুষ্ঠিত কৰা উচিত। এইয়া বিজেপিৰ সংকল্প বুলি তেওঁ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।