নির্বাচন

May 7, 2024 12:13 PM

ৰাজ্যৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত পুৱাৰেপৰা বিভিন্ন ভোটকেন্দ্ৰত ই ভি এম বিকল হৈ ভোটগ্রহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি

♦ ৰাজ্যৰ চাৰিটা সমষ্টিত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত আজি পুৱাৰেপৰা বিভিন্ন ভোটকেন্দ্ৰত ই ভি এম বিকল হৈ ভোটগ্রহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হয়। গোসাইগাঁও সমষ্টিৰ অন্তৰ্গত শ্ৰীৰামপুৰ হাইস্কুলৰ ১৩১ নম্বৰ ভোটকেন্দ্ৰত ই ভি এম বিকল হোৱাৰ ফলত পুৱা ৮.৩০ বজা পর্যন্ত ভোটদান প্ৰক্ৰিয়া আৰম্ভ নোহোৱাকৈ থাকে...

May 7, 2024 12:13 PM

ৰাজ্যত প্ৰতিকুল বতৰৰ মাজতে পুৱা ৭ বজাৰে পৰা লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

♦ ৰাজ্যত আজি প্ৰতিকুল বতৰৰ মাজতে পুৱা ৭ বজাত লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। এই পৰ্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ বাবে ছগৰাকী মহিলাকে ধৰি মুঠ ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যত ৮১ লাখৰো অধিক ভোটদাতাৰ বাবে ৯,৫০০ টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। শীৰ্ষ আৰ...

May 6, 2024 6:48 PM

লোকসভা নির্বাচনৰ তৃতীয় পর্যায়ত ৫০ শতাংশ ভোটগ্রহণ কেন্দ্রত ৱেবকাষ্টিঙৰ ব্যৱস্থা

অসমত কাইলৈ লোকসভা নির্বাচনৰ তৃতীয় পর্যায়ৰ ভোটগ্রহণৰ বাবে নির্বাচনী কর্মী দলসমূহক বিভিন্ন ভোটগ্রহণ কেন্দ্রলৈ পঠিওৱা হৈছে। এই পর্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ বাবে ছগৰাকী মহিলাসহ মুঠ ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যত ৮১ লাখৰো অধিক ভোটদাতাৰ বাবে ৯ হাজাৰ ৫০০ টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছ...

May 6, 2024 6:44 PM

ৰাজ্যত কাইলে লোকসভা নির্বাচনৰ তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ

ৰাজ্যত কাইলে লোকসভা নির্বাচনৰ তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ কৰা হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। ৰাজ্যখনত কাইলৈ লোকসভা নির্বাচনৰ তৃতীয় পর্যায়ৰ ভোটগ্রহণৰ বাবে নির্বাচনী কর্মী দলসমূহক বিভিন্ন ভোটগ্রহণ কেন্দ্রলৈ পঠিওৱা হৈছে। এই পর্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ ...

May 6, 2024 6:39 PM

লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পর্যায়ৰ বাবে কাইলৈ অধিসূচনা জাৰি

লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পর্যায়ৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হব। এই পর্যায়ত ৭খন ৰাজ্য আৰু এটা কেন্দ্রীয়শাসিত অঞ্চলৰ ৫৭খন লোকসভা আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব। এই পর্যায়ত উত্তৰ প্ৰদেশ আক পঞ্জাৱৰ ১৩খনকৈ, পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু কেন্দ্রীয়...

May 6, 2024 2:18 PM

গৃহ মন্ত্ৰী অমিত শ্বাহে বিহাৰৰ সমষ্টিপুৰ জিলাত এখন জনসভাক সম্বোধন কৰিব

♦ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি বিহাৰৰ সমষ্টিপুৰ জিলাত এখন জনসভাক সম্বোধন কৰিব। শ্ৰী শ্বাহে আজি বিয়লি উজিয়াৰপুৰ সংসদীয় সমষ্টিৰ অধীনৰ নাৰঘঘিত বিজেপি প্রার্থী নিত্যানন্দ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব। ইফালে, মিত্ৰজোঁটৰ তৰফৰ পৰা আৰ জে ডিৰ উজিয়া...

May 6, 2024 2:18 PM

সু-শাসন সদায়ে আমাৰ দলৰ মূল কেন্দ্ৰবিন্দু হৈ আহিছেঃ মোদী

◊ জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সু-শাসন সদায়ে আমাৰ দলৰ মূল কেন্দ্ৰবিন্দু হৈ আহিছে। ওড়িশাৰ গঞ্জম জিলাৰ বেৰহামপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত‍ কানিচিত এখন জনসভা সম্বোধন কৰি তেওঁ এইদৰে কয়। প্রধানমন্ত্ৰীয়ে কয় যে উত্তৰ প্ৰদেশ, অসম, ত্ৰিপুৰা আৰু ছট্টিশগড়ৰ উদাহৰণ দিয়ে, য...

May 6, 2024 1:52 PM

কাইলৈ ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ

♦ ৰাজ্যত কাইলৈ লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।এই পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। পূৰ্বে এই পৰ্যায়ত ৯৪ টা সংসদীয় সমষ্টিৰ বাবে ভোট...

May 6, 2024 1:52 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে। প্ৰচাৰ অভিযানৰ অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিভিন্ন ধৰণেৰে প্ৰচাৰ চলাই জনসাধাৰণৰ মন জয় কৰাৰ চেষ্টা কৰে। উল্লেখযোগ্য যে ৰাজ্যত তৃতীয় পৰ্যায়ত কাইলৈ হ'বলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয...

May 6, 2024 1:46 PM

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ

♦ ৰাজ্যত তৃতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। ভোটগ্রহণ হ'বলগীয়া জিলাসমূহত সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে সংশ্লিষ্ট জিলাস...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।