ডি ডি নিউজ

May 20, 2024 9:00 PM

ইৰানৰ উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবৰক কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে নিয়োগ, কাইলৈ ভাৰতত ৰাষ্ট্ৰীয় শোক ঘোষণা

ইৰানৰ সৰ্বোচ্চ নেতা আয়াতোল্লা আলী খামেনিয়ে উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবৰক দেশখনৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে নিয়োগ কৰিছে। ইৰানৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। খামেনিয়ে লগতে ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত ৫ দিনীয়া ৰাষ্ট্ৰীয় শোক পালন...

May 14, 2024 6:25 PM

বিজেপিৰ নেতা সুশীল কুমাৰ মোদীৰ মৃত্যুত বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ শোক প্ৰকাশ

বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবার্তাত শ্ৰী আৰ্লেকাৰে কয় যে সুশীল কুমাৰ মোদী লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ এগৰাকী মহান অনুৰাগী আছিল আৰু দুৰ্নীতিবিৰোধী যুঁজত গ্ৰহণ কৰা ভূমিকাৰ বাবে ত...

May 13, 2024 11:20 AM

অসম প্ৰতিৰক্ষা খণ্ডৰ নিৰ্মাণ তথা উৎপাদনৰ অংশীদাৰ হোৱাৰ দিশত সকলো ধৰণৰ সাজু : মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰ প্ৰতিৰক্ষা খণ্ডৰ নিৰ্মাণ তথা উৎপাদনৰ অংশীদাৰ হোৱাৰ দিশত সকলোধৰণে সাজু হৈ উঠিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই কথা প্ৰকাশ কৰি কয় যে প্ৰতিৰক্ষা উদ্যোগ নীতিৰ নতুন সংস্কৰণ আৰম্ভ কৰাৰ বাবে ৰাজ্যই যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। পেট্ৰ’লিয়াম শোধন আৰু ছেম...

May 11, 2024 11:16 AM

নতুন দিল্লীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গঠিত কাৰ্য বাহিনীৰ পঞ্চমখন বৈঠক সম্পন্ন

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গঠন হোৱা কাৰ্য বাহিনীৰ পঞ্চমখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হৈ যায়। এই বৈঠকত পৰ্যটন বিকাশৰ বাবে সামর্থ বিকাশ, প্ৰশিক্ষণ নীতি, বিপণন আৰু প্ৰচাৰৰ সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। বৈঠকখনত অসম, অৰুণাচল প্রদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্...

May 10, 2024 7:57 PM

ভাৰত আৰু মলদোভাৰ কূটনৈতিক আৰু চৰকাৰী পাছপৰ্টৰ ভিছা ৰেহাইৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু মলদোভাই আজি নতুন দিল্লীত কূটনৈতিক আৰু চৰকাৰী পাছপহৰ্টৰ ভিছা ৰেহাইৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে ভিছা অবিহনে যিকোনো এখন দেশৰ কূটনৈতিক আৰু চৰকাৰী পাছপহৰ্টধাৰীয়ে আনখন দেশলৈ ভ্ৰমণ কৰিব পাৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পশ্চিম বিভাগৰ সচিব পৱন কাপুৰ আৰু মলদোভাৰ ৰাষ্ট্ৰদূত আনা টাবানে...

April 30, 2024 11:07 AM

মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে আজি পুনৰ ভোটগ্রহণ

মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে ৬ টা ভোটগ্রহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। ভাৰতীয় নির্বাচন আয়োগে দিয়া এক নিৰ্দেশনাৰ ভিত্তিত পুনৰ ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত হৈছে। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্রহণ প্রক্রিয়া আবেলি ৪ বজাত সমাপ্ত হ'ব। উল্লেখযোগ্য যে যোৱা ২৬ এপ্রিলত এই ৬...

April 27, 2024 11:33 AM

আই পি এল ক্রিকেট প্রতিযোগিতাৰ খেলত পাঞ্জাব কিংছৰ হাতত কলকাতা নাইট ৰাইডাৰ্ছ ৮ উইকেটত পৰাস্ত

 যোৱা নিশা কলকাতাৰ ইডেনগাৰ্ডেছত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত কলকাতা নাইটৰাইডাৰ্ছক ৮ উইকেটত পৰাস্ত কৰে। পাঞ্জাব কিংছে ২৬২ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু ৪ টা বলত ২টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। পাঞ্জাবৰ হৈ জনী বেয়ৰষ্টোই ১০৮ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ...

April 25, 2024 6:44 PM

বিজেপিয়ে কংগ্ৰেছৰ দলীয় ইস্তাহাৰ ভুলকৈ ব্যাখ্যা কৰা বুলি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ অভিযোগ

বিজেপিয়ে কংগ্ৰেছৰ দলীয় ইস্তাহাৰ ভুলকৈ ব্যাখ্যা কৰা বুলি দলটোৱে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয় যে দলে ভাৰত জোড়ো যাত্ৰা আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত লাভ কৰা জনসাধাৰণৰ মতামত অনুযায়ী দলীয় ইস্তাহাৰ যুগুতাই উলিয়াইছে।...

April 23, 2024 8:17 PM

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। প্ৰচাৰ অভিযানৰ সামৰণিৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত ৰোড শ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এই ...

April 23, 2024 6:20 PM

হনুমান জয়ন্তী উপলক্ষে দেশবাসীক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওলগ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হনুমান জয়ন্তী উপলক্ষে দেশবাসীক ওলগ জনাইছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে ভগৱান হনুমানক স্মৰণ কৰি কৈছে যে সকলো ৰাম ভক্তৰ বাবে পৱন পুত্ৰৰ নিষ্ঠা সদায় অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব। তেওঁ লগতে ভগৱান হনুমানৰ আশিষে বিকশিত ভাৰতৰ সংকল্পত নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা প্রকাশ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।