ডি ডি নিউজ

September 23, 2024 8:17 PM

শিৱসাগৰত বিজেপিৰ সদস্যতা অভিযান সন্দৰ্ভত গুৰুত্বপূৰ্ণ পর্যালোচনা সভা

বিজেপিৰ সদস্যতা অভিযানৰ সৈতে সংগতি ৰাখি শিৱসাগৰৰ পুৰণি পুখুৰীত এখন গুৰুত্বপূৰ্ণ পর্যালোচনা সভা অনুষ্ঠিত হয়। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী পীযূষ হাজৰিকাকে ধৰি ভালে কেইগৰাকী নেতাই বৈঠকত অংশগ্ৰহণ কৰে। সভাত যোৰহাট লোকসভা স...

September 22, 2024 8:22 PM

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলৰ দ্বাৰা  ছিংগাপুৰত বিনিয়োগ ভাৰতৰ নতুন কাৰ্যালয় মুকলি

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলে আজি ছিংগাপুৰত বিনিয়োগ ভাৰতৰ নতুন কাৰ্যালয় মুকলি কৰে। এই কাৰ্যালয়টোৱে বিভিন্ন ক্ষেত্ৰত ভাৰতত বিনিয়োগ কৰিব বিচৰা কোম্পানীসমূহৰ বাবে যোগাযোগৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে কাম কৰিব আৰু ইয়াৰ ফলত সহযোগিতা বৃদ্ধি পাব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চল...

September 20, 2024 8:00 PM

চৰকাৰে দেশলৈ কাৰ্যক্ষমতা আৰু দায়বদ্ধতা অনাৰ লগতে সম্পূৰ্ণ লক্ষ্যত উপনীত হৈছে : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি দৃঢ়তাৰে কয় যে এন ডি এ চৰকাৰে দেশলৈ কাৰ্যক্ষমতা আৰু দায়বদ্ধতা অনাৰ লগতে সম্পূৰ্ণ লক্ষ্যত উপনীত হৈছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰ্যালয়ৰ সফলতাৰ বিষয়ে অৱগত কৰি শ্ৰী নাড্ডাই কয় যে চৰকাৰে আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা সম্প্ৰ...

September 20, 2024 7:58 PM

তিনিদিনীয়া ভ্রমণসূচীৰে উপ-ৰাষ্ট্ৰপতি কেন্দ্ৰীয়শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলী, দমন আৰু ডিউত উপস্থিত

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তিনিদিনীয়া ভ্রমণসূচীৰে আজি কেন্দ্ৰীয়শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলী, দমন আৰু ডিউত উপস্থিত হৈছে। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ এয়া প্ৰথম কেন্দ্ৰীয় শাসিত অঞ্চল ভ্ৰমণ। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰী ধনখড়ে দমনৰ জামপ’ৰত এটা পক্ষী গৃহ মুকলি কৰে। তেওঁ লগতে জামপ্ৰিনৰ এটা স্বাস্থ্য কেন্দ্...

September 20, 2024 6:57 PM

নলবাৰী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত চিটিস্কেন যন্ত্ৰ মুকলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত শেহতীয়া সুবিধাৰে সমৃদ্ধ চিটিস্কেন যন্ত্ৰ মুকলি কৰে। তেওঁ কয় যে, ইয়াৰ জৰিয়তে অঞ্চলটোৰ স্বাস্থ্য সেৱা খণ্ডত এটা গুৰুত্বপূৰ্ণ অগ্রগতি হ'ব। স্থানীয় লোকসকলৰ উপৰি সমীপৰ অঞ্চলসমূহৰ ৰোগী তথা ৰোগীৰ পৰিয়াল এই শ...

September 20, 2024 6:17 PM

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেল দুদিনীয়া ভ্ৰমণসূচীৰে লাউচ ভ্ৰমণ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি দুদিনীয়া ভ্ৰমণসূচীৰে লাউচলৈ যাব। তাত তেওঁ ২১ সংখ্যক আছিয়ান-ভাৰত অৰ্থনীতি মন্ত্ৰীসকলৰ বৈঠক আৰু দ্বাদশ পূব এছিয়া সন্মিলন অর্থনীতি মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দুয়োখন বৈঠকত অংশ লোৱাৰ আপাহতে অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসম...

September 15, 2024 11:41 AM

দূৰদৰ্শনৰ গৌৰৱময় যাত্ৰাৰ ৬৫ বছৰ সম্পূৰ্ণ

দূৰদৰ্শনে আজি নিজৰ গৌৰৱময় যাত্ৰাৰ ৬৫ বছৰ সম্পূৰ্ণ কৰিছে। ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰত প্ৰতিষ্ঠা হোৱা দূৰদৰ্শনৰ জৰিয়তে ভাৰতে সম্প্ৰচাৰ যুগৰ পাতনি মেলিছিল। সেই সময়ৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্র প্রসাদে আনুষ্ঠানিকভাবে দূৰদৰ্শনৰ এই যাত্ৰাৰ শুভাৰম্ভ কৰিছিল। ১৯৭৫ চনলৈকে দূৰদৰ্শন অল ইণ্ডিয়া ৰেডিঅ'ৰ এটা অংশ আছিল। ১৯...

September 14, 2024 8:37 PM

সমগ্র দেশতে আজি হিন্দী দিৱস পালন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, হিন্দী ভাষাই দেশক ঐক্যবদ্ধ কৰাত অভূতপূৰ্ব ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে, হিন্দী ভাষা আৰু অন্য ভাষাসমূহৰ মাজত কোনো ধৰণৰ প্ৰতিযোগিতা নাই কাৰণ সেইবোৰৰ পৰস্পৰৰ পৰিপূৰক । নতুন দিল্লীত আজি ৰাজভাষাৰ হীৰক জয়ন্তী সমাৰোহ আৰু চতুৰ্থ অখিল ভাৰতীয় ৰাজভাষা সন্মিলনৰ...

September 14, 2024 10:47 AM

সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান অসম সত্ৰ মহাসভাৰ

■ অসম সত্ৰ মহাসভাই সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে। সোণাপুৰত জনজাতি বেল্টৰ ভূমি দখলমুক্ত কৰাৰ অভিযানৰ দৰে অসমৰ সত্ৰসমূহৰ মাটিও দখলমুক্ত কৰাৰ বাবে সত্র মহাসভাই আহ্বান জনাইছে। অসম সত্র মহাসভাই সোণাপুৰত ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযানক আদৰণি জনাই প্ৰকাশ কৰিছে যে অসমত থকা সত্ৰস...

September 9, 2024 6:54 PM

ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পোষণ মাহৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ

সন্তান সম্ভৱা, মাতৃ আৰু শিশুৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পোষণ মাহৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী সংহত শিশু উন্নয়ন প্রকল্প বিষয়া কাৰ্যালয়ত আজি ৰাষ্ট্ৰীয় পোষণ মাহৰ উদ্বোধন কৰা হয়। জিলাখনৰ ২০৪খন অংগনবাড়ী কেন্দ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।