ব্যৱসায়

July 23, 2024 9:57 AM

লোকসভাত  আজি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি দিনৰ ১১ বজাত লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত তৃতীয়বাৰলৈ চৰকাৰ গঠন হোৱাৰ পাছত এয়া প্ৰথম বাজেট হ'ব। ইপিনে ২০১৯ বৰ্ষত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব শ্রীসীতাৰমনৰ ক্ৰমাগত সপ...

July 21, 2024 8:16 PM

ষ্টক মার্কেট সন্দৰ্ভত পৰামৰ্শ দিয়া দিপফেক ভিডিঅ সমূহৰ বিৰুদ্ধে দ্রুত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বোম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

নেচনেল ষ্টক এক্সচেঞ্জৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াই ষ্টক মার্কেট সন্দৰ্ভত পৰামৰ্শ দিয়া দিপফেক ভিডিঅ সমূহৰ বিৰুদ্ধে দ্রুত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বোম্বে উচ্চ ন্যায়ালয়ে সামাজিক মাধ্যম মঞ্চৰ মধ্যস্থতাকাৰীক নিৰ্দেশ দিছে। ন্যায়াধীশ আৰ আই চাগলাৰ বিচাৰপীঠে ফেচবুক, ৱাটছএপ, ইনষ্টাগ্ৰাম, টেলি...

July 14, 2024 1:10 PM

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰত্যক্ষ কৰ হিচাপে ৬ লাখ ৪৫ হাজাৰ কোটি টকাতকৈ অধিক ধন সংগ্ৰহ

আয়কৰ বিভাগে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰত্যক্ষ কৰ হিচাপে ৬ লাখ ৪৫ হাজাৰ কোটি টকাতকৈ অধিক ধন সংগ্ৰহ কৰাৰ লগতে চলিত মাহৰ এঘাৰ তাৰিখলৈকে ৭০,৯০২ কোটি টকা ঘুৰাই দিছে। এই সম্পৰ্কত আয়কৰ বিভাগে প্ৰকাশ কৰা তথ্যত মুঠ সংগ্ৰহৰ প্ৰায় ২ লাখ ৬৫ হাজাৰ টকা কৰ্পৰেট কৰ, ৩ লাখ ৬১ হাজাৰ টকা ব্যক্তিগত আয়কৰ আৰু ১,৪...

July 14, 2024 12:26 PM

খাদ্য আৰু ইয়াৰ আনুসংগিক ক্ষেত্ৰসমূহত কৰ্মৰত কোম্পানীসমূহৰ সৈতে কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী ছিৰাগ পাছোৱানৰ বৈঠক

কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী ছিৰাগ পাছোৱানে কালি খাদ্য আৰু ইয়াৰ আনুসংগিক ক্ষেত্ৰসমূহত কৰ্মৰত কোম্পানীসমূহৰ সৈতে হোৱা এখন বৈঠকত অধ্যক্ষতা কৰে। এই আলোচনাত কোম্পানীসমূহৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়েও স্থান পায়। ইয়াৰ লগতে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ১৯ৰ পৰা ২২ ছেপ্তেম্বৰলৈ হ'বলগীয়া বিশ্...

July 7, 2024 8:38 PM

উদ্যোগ আৰু সামাজিক খণ্ডৰ প্ৰতিনিধিৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্রাক বাজেট সমীক্ষা সম্পন্ন

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্রাক বাজেট আলোচনা সম্পূৰ্ণ কৰিছে। বাজেট প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ অংশ হিচাপে বিত্তমন্ত্ৰীগৰাকীয়ে উদ্যোগ আৰু সামাজিক খণ্ডৰ প্ৰতিনিধিকে ধৰি বিভিন্ন অংশীদাৰৰ সৈতে আলোচনা প্রক্রিয়া সম্পূৰ্ণ কৰিছে। যোৱা ১৯ জুনৰ পৰা ৫ জুলাইলৈকে বিত্ত মন্ত্ৰা...

May 1, 2024 8:20 PM

এপ্ৰিলত দেশত ২ লাখ ১০ হাজাৰ কোটি টকাৰ সৰ্বাধিক সামগ্ৰী আৰু সেৱা কৰ সংগৃহঃ বিত্ত মন্ত্ৰ্যালয়

দেশত এপ্ৰিলত ২ লাখ ১০ হাজাৰ কোটি টকাৰ সৰ্বাধিক সামগ্ৰী আৰু সেৱা কৰ সংগৃহীত হৈছে। কেন্দ্রীয় বিত্ত মন্ত্ৰ্যালয়ে কৈছে যে, বার্ষিক ভিত্তিত এই হাৰ ১২.৪ শতাংশ বৃদ্ধি পাইছে। ঘৰুৱা লেন-দেন আৰু আমদানি বৃদ্ধিৰ বাবে এই হাৰ বৃদ্ধি পোৱা বুলি কোৱা হৈছে। মন্ত্ৰ্যালয়ে কৈছে যে, এপ্রিলত সংগৃহীত মুঠ জি এছ টিৰ ভিতৰত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।