জম্মু-কাশ্মীৰ

September 22, 2024 11:13 AM

২৫ ছেপ্তেম্বৰত জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অহা ২৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব। এই পৰ্যায়ত ২৬ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ইপিনে মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ এটা দলে ঝাৰখণ্ডৰ এই বছৰতে হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে পর্যালোচনা কৰিবলৈ কাইলৈৰ পৰা ...

September 17, 2024 12:23 PM

জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সুশাসন আৰু জম্মু-কাশ্মীৰলৈ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়াৰ বাবে বিভিন্ন দিশ সামৰি দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে এই ইস্তাহাৰত দলে জনসাধাৰণৰ আশা, আকাংক্ষাসমূহ পূৰণ কৰাৰ উদ্দেশ্যে কেইবালানিও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি অন্ত...

September 17, 2024 12:20 PM

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ৭ খন জিলাৰ ২৪ খন বিধানসভা আসনৰ কাইলৈ প্রথম পর্যায়ত ভোটগ্রহণ কৰা হ'ব। এই জিলাকেইখন হৈছে অনন্তনাগ, পুলৱামা, শ্বপিয়ান, কুলগাম, দ'দা, ৰামবান আৰু কিষ্টৱাৰ। ইয়াৰে ১৬টা সমষ্টি কাশ্মীৰ মণ্ডলৰ আৰু ৮টা জম্মুৰ মণ্ডলৰ অধীন...

September 15, 2024 8:30 PM

জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাত সন্ত্ৰাসবাদী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ

জম্মু-কাশ্মীৰৰ জম্মু সংমণ্ডলৰ কাঠুৱা জিলাৰ এখন বনাঞ্চলত আজি সন্ত্ৰাসবাদী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। ইফালে পুঞ্চ জিলাত কালি নিশা আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এটা সন্ত্ৰাসবাদী আহত হোৱাৰ সন্দেহ কৰা হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি আজি বিয়লিৰ ভাগত কাঠুৱা জিল...

September 15, 2024 7:40 PM

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাৰ কামাখ্যা মন্দিৰ দৰ্শন

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই আজি কামাখ্যা মন্দিৰ দৰ্শন কৰে। মন্দিৰৰ দলৈ আৰু পৰিচালনা সমিতিৰ সম্পাদকে উপৰাজ্যপালগৰাকীক গামোচা আৰু স্মাৰক চিহ্নৰে আদৰণি জনায়। শ্রীসিনহাই কামাখ্যা মন্দিৰত আধ্যাত্মিক অনুভুতি আৰু পাৰম্পৰিক ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰে।

September 8, 2024 8:45 PM

সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ পুনৰ প্ৰতিষ্ঠাৰ বাবে কংগ্ৰেছৰ দাবীৰ বিৰুদ্ধে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দৃঢ় মত প্ৰকাশ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে কংগ্ৰেছ দলে জনোৱা দাবীৰ বিৰুদ্ধে দৃঢ় মত প্ৰকাশ কৰি কয় যে, বিজেপি দল ক্ষমতাত থকালৈকে এই অনুচ্ছেদ পুনৰ প্ৰতিষ্ঠা কৰা নহ'ব। মন্ত্ৰীগৰাকীয়ে দলটোৰ নেতৃত্বত জম্মু-কাশ্মীৰত পৰিলক্ষিত হোৱা শেহতীয়া অগ্রগতি সন্দৰ্ভত আল...

September 8, 2024 7:13 PM

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল আৰু প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ চলি আছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি আজি ৰামবন আৰু বানিহালত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নির্বাচনী সভাত ভাষণ দিব। ইতিমধ্যে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্ব...

August 26, 2024 11:11 AM

জম্মু-কাশ্মীৰৰ আসন্ন নির্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ গুৰুত্বপূৰ্ণ বৈঠক

জম্মু-কাশ্মীৰত হ'বলগীয়া আসন্ন নির্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ স্থানীয় নেতাসকলে কেন্দ্রীয়শাসিত অঞ্চলটোত ৮খন জনসমাৱেশত অংশগ্ৰহণ কৰিব। জন্ম-কাশ্মীৰৰ নিৰ্বাচনৰ দায়িত্বত থকা দলটোৰ নেতা ৰাম মাধৱ আৰু জি কিষাণ ৰেড্ডী আজি অঞ্চলটোত উপস্থিত হ'ব। উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰত অহা ১৮, ...

July 28, 2024 7:57 PM

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত দুটা সন্দেহজনক উগ্ৰপন্থীৰ সন্ধানত নিৰাপত্তা বাহিনীৰ তালাচী অভিযান

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত দুটা সন্দেহজনক উগ্ৰপন্থী ঘূৰি ফুৰা বুলি কালি তথ্য লাভ কৰাৰ পিছত নিৰাপত্তা বাহিনীয়ে ৰাজ্যখনত ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ বড়োৱা গাঁৱত স্থানীয় লোকসকলে দুজন সন্দেহজনক লোকক গাঁওখনৰ লগতে কাষৰীয়া বনাঞ্চলত ঘূৰি ফুৰা প্ৰত্যক...

July 21, 2024 6:52 PM

বিগত ২২ দিনত ৩ লাখ ৮৬ হাজাৰৰো অধিক ভক্তৰ পবিত্র অমৰনাথ গুহা দৰ্শন

২৯ জুনত অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰে পৰা বিগত ২২ দিনত ৩ লাখ ৮৬ হাজাৰৰো অধিক ভক্তই পবিত্র অমৰনাথ গুহা দৰ্শন কৰিছে। আমাৰ জন্মৰ সংবাদদাতাই জনাইছে যে ৩,১১৩ গৰাকী তীর্থযাত্ৰীৰ ২৩ সংখ্যক দলটোৱে আজি নিচেই পুৱা সৰুবৰ ১২৩ খন বাহনেৰে জম্মুৰ ভগৱতীনগৰ যাত্ৰী নিৱাসৰ মূল শিবিৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। চলিত বৰ্ষত অমৰন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।