April 6, 2024 12:48 PM
দীপৰ বিলৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্রত্যাহাৰৰ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক লৈ জাননী জাৰিত নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ে দীপৰ বিলৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্রত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে গ্ৰহণ কৰা সিদ্ধান্তক লৈ জাননী জাৰি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাজ্যৰ অন্যতম বৃহৎ জলাশয়টোৰ সুৰক্ষাক লৈ ন্যায়ালয়ত বিচাৰাধীন এটা গোচৰত দাখিল কৰা এখন হস্তক্ষেপমূলক আবেদনৰ শুনানিৰ পাছত মুখ্...