April 9, 2024 11:51 AM

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন নতুন ভাৰতৰ সর্ববৃহৎ সফলতাৰ কাহিনী হিচাপে চিহ্নিত হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সম্প্রতি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন নতুন ভাৰতৰ সর্ববৃহৎ সফলতাৰ কাহিনী হিচাপে চিহ্নিত হৈছে। তেওঁ লগতে কয় যে , যোৱা পাঁচ বছৰত অঞ্চলটোৰ উন্নয়নৰ বাবে কৰা বিনিয়োগ কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ শাসনৰ সময়ত আবণ্টন দিয়া ধনৰ তুলনাত প্ৰায় চাৰিগুণ বেছি। এখন বাতৰি কাকতৰ সৈতে ...

April 9, 2024 11:43 AM

দেশত নক্সালবাদ সম্প্ৰতি দুৰ্বল হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এন ডি এ চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰ বাবে কেৱল মহাৰাষ্ট্ৰতে নহয়, সমগ্র দেশতে নক্সালবাদ সম্প্ৰতি দুৰ্বল হৈ পৰিছে। নক্সালবাদৰ বাবে এসময়ত পৰিচিত গাড়াচিৰোলি বর্তমান তীখা উদ্যোগ আৰু উন্নয়নৰ বাবে জনাজাত হৈছে । চন্দ্ৰপুৰ আৰু গাড়াচিৰোলিৰ লোকসভা সমষ্টিৰ বিজেপি প্রার...

April 8, 2024 8:35 PM

অহা ২৪ ঘণ্টালৈকে দেশৰ একাংশ উপদ্বিপীয় অঞ্চলত গ্রীষ্মপ্ৰৱাহ অব্যাহত থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰকাশ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ একাংশ উপদ্বিপীয় অঞ্চলত অহা ২৪ ঘণ্টালৈকে গ্রীষ্মপ্ৰৱাহ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। এই সময়ছোৱাত অন্ধ্ৰপ্ৰদেশৰ উপকুলীয় অঞ্চল, য়ানাম, ৰেয়ালচিমা, তেলেংগানা আৰু উত্তৰ কৰ্ণাটকৰ কিছু অংশত গ্ৰীষ্ম প্রবাহৰ প্ৰভাৱ অনুভুত হব। আনহাতে, বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনু...

April 8, 2024 8:33 PM

জম্মু-কাশ্মীৰৰ চানাচাৰৰ টিউলিপ বাগিচাখন পৰ্যটকৰ বাবে মুকলি

জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ বিশাল সেউজীয়া ঘাহনিৰ মাজত মনোমোহা চানাচাৰ বাগিচাত প্ৰায় ২ লাখ ৫ হাজাৰ টিউলিপ ফুলে পর্যটকক আকৰ্ষণ কৰিছে। আকাশবাণী জন্মৰ সংবাদদাতাই প্ৰকাশ কৰা মতে, চানাচাৰৰ টিউলিপ বাগিচাখন পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। এইবছৰ বাগিছাখনত ২৫ টা প্ৰজাতিৰ টিউলিপ ৰোপণ কৰা হৈছে। একে স্থানতে...

April 8, 2024 8:31 PM

নতুন দিল্লীত ভাৰত-পেৰুৰ মাজৰ সপ্তমলানি বাণিজ্য চুক্তি আলোচনা

ভাৰত-পেৰুৰ মাজৰ সপ্তমলানি বাণিজ্য চুক্তি আলোচনা আজি নতুন দিল্লীত আৰম্ভ হৈছে। দুয়োখন দেশৰ মাজৰ বাণিজ্য আৰু বিনিয়োগ খণ্ডৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰি তোলাৰ লক্ষ্য আগত ৰাখি এই বৈঠক আয়োজন কৰা হৈছে। বাণিজ্য আৰু উদ্যোগ বিভাগে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে...

April 8, 2024 8:29 PM

চৈত্র শুক্লাদি, ওগাড়ি, গুড়িপাড়ৱা, চেতি চান্দ, নৱৰেহ, আৰু চাজিবু চেইৰাউবা উপলক্ষে জনসাধাৰণলৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে চৈত্র শুক্লাদি, ওগাড়ি, গুড়িপাড়ৱা, চেতি চান্দ, নৱৰেহ, আৰু চাজিবু চেইৰাউবা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাইছে। শ্ৰীমতী মুর্মুৱে এটা বাৰ্তাত কয় যে, বসন্ত ঋতু তথা ভাৰতীয় নতুন বৰ্ষক আদৰাৰ বাবে এই উৎসৱসমূহ পালন কৰা হয়। তেওঁ কয় যে, দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা...

April 8, 2024 8:28 PM

মধ্য প্ৰদেশত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীৰ অংশগ্ৰহণ

কংগ্ৰেছৰ তাৰকা প্ৰচাৰক ৰাহুল গান্ধীয়ে আজি মধ্য প্ৰদেশৰ চিউনী জিলাত ধানৌৰা অঞ্চলত এখন ৰাজহুৱা সভা সম্বোধন কৰে। শ্ৰীগান্ধীয়ে কয় যে, জনজাতীয় লোকসকল হৈছে এই দেশ তথা এই মাটিৰ প্ৰথম স্বত্তাধিকাৰী আৰু সেইবাবেই কংগ্ৰেছ দলে তেওঁলোকক আদিবাসী নামেৰে অভিহিত কৰিছে। আনহাতে, বিজেপি তথা প্রধানমন্ত্ৰী মোদী আৰু অ...

April 8, 2024 8:26 PM

দেশৰ প্ৰতিটো জনজাতীয় পৰিয়ালৰ জীৱন উন্নত কৰাটোৱে হৈছে মোদী গেৰাণ্টী :- প্ৰধানমন্ত্ৰী

বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশৰ প্ৰতিটো জনজাতীয় পৰিয়ালৰ জীৱন উন্নত কৰাটোৱে হৈছে মোদী গেৰাণ্টী। চত্তিশগড়ৰ বাষ্টাৰ খণ্ডৰ আমাবল গাওঁত অনুষ্ঠিত এখন জনসভাত ভাষণ দি আজি শ্রীমোদীয়ে কয় যে, জনসাধাৰণৰ সপোনেই হৈছে মোদীৰ গেৰাণ্টী। তেওঁ কয় যে, তেওঁৰ লক্ষ্য হৈছে দেশৰ বিক...

April 8, 2024 7:59 PM

ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰথম দিক্ষান্ত সমাৰোহত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ অংশগ্ৰহণ

ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি হোজাইৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ত প্ৰথম দিক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। সমাৰোহত বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ পৰ্যায়ৰ ৫৪৫ গৰাকী শিক্ষার্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। ৰাজ্যপালগৰাকীৰ লগতে বিশ্ববিদ্যালয়খনৰ উপাচায্য সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই সমাৰ...

April 8, 2024 7:54 PM

আসন্ন লোকসভা নির্বাচনত ভোটাৰসকলক সজাগ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ পদক্ষেপ গ্রহণ

আসন্ন লোকসভা নির্বাচনত ভোটাৰসকলক সজাগ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে কেইবাটাও পদক্ষেপ গ্রহণ কৰিছে। গোলাঘাট জিলাৰ বোকাখাটত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষৰ উদ্যোগত আজি চাইকেল ৰেলীৰ আয়োজন কৰা হয়। বোকাখাট মহকুমাধিপতি কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই ৰেলী বোকাখাট উচ্চতৰ মাধ্যমি...