April 22, 2024 11:23 AM
প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূর্ণ নির্দেশনা
প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে এটা গুৰুত্বপূর্ণ নির্দেশনা দিছে। ইতিমধ্যে, জিলা প্রাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকললৈ নিৰ্দেশনাটো প্ৰেৰণ কৰা হৈছে । সেই অনুসৰি শিক্ষা বিভাগৰ সংশ্লিষ্ট বিষয়াসকলে বিদ্যালয়লৈ গৈ শিক্ষাৰ্থীসকলৰ বেগৰ ওজন পৰীক্ষা...