April 23, 2024 11:45 AM
আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ খেল
আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজি চেন্নাইৰ এম এ চিদম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইপিনে যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ১৮ অভাৰ...