April 24, 2024 5:36 PM

উত্তৰ-পূব ভাৰতত ২৯ এপ্ৰিললৈকে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৯ এপ্ৰিললৈকে উত্তৰ-পূব ভাৰতত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে অহা ২-৩ দিনত পশ্চিমবংগ, ওড়িশা আৰু ছিকিমত বৰষুণ দিব পাৰে বুলি পূর্বাভাস প্ৰকাশ কৰিছে। মধ্য মহাৰাষ্ট্ৰ, মাৰাথৱাড়া আৰু দক্ষিণ ভাৰতৰ কেইবাটাও অঞ্চলত বৰষুণ-ধুমুহা আৰু বজ্ৰপাত...

April 24, 2024 5:34 PM

ত্ৰিপুৰাত তীব্ৰ গৰমৰ বাবে ২৭ এপ্ৰিললৈ সকলো বিদ্যালয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

তীব্ৰ গৰমৰ পৰিপ্ৰেক্ষিতত ত্ৰিপুৰা ৰাজ্য চৰকাৰে অহা চাৰিদিনৰ বাবে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে। শিক্ষা বিভাগৰ সচিবে প্ৰেছ বিজ্ঞপ্তিযোগে ৰাজ্যখনৰ সকলো চৰকাৰী, চৰকাৰী সাহায্যপ্রাপ্ত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় আজিৰপৰা ২৭ এপ্ৰিললৈ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জনসাধাৰণক ৰ'দৰ ...

April 24, 2024 5:32 PM

আই পি এল ক্রিকেটত আজি গুজৰাট টাইটানছ আৰু দেলহি কেপিটেলছৰ খেল

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ দেলহি কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইফালে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱানিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছক ৬ উইকেটত প...

April 23, 2024 8:28 PM

আজিৰে পৰা চীনৰ ছাংঘাইত আৰ্ছাৰী বিশ্বকাপ ২০২৪ আৰম্ভ

আৰ্ছাৰী বিশ্বকাপ ২০২৪ আজি চীনৰ ছাংঘাইত আৰম্ভ হ'ব। ৩ বাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰা দিপিকা কুমাৰীয়ে এই প্ৰতিযোগিতাত ভাৰতীয় প্ৰত্যাহ্বানৰ গুৰি ধৰিব। ভাৰতে ২৩ৰ পৰা ২৮ এপ্ৰিললৈ হবলগীয়া প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰাৰ বাবে এটা ১৬ জনীয়া দল প্ৰেৰণ কৰিছে।

April 23, 2024 8:21 PM

আসন আৱণ্টন কৰাটো সুনিশ্চিত কৰিবলৈ বিমান পৰিবহণ সংস্থাসমূহলৈ নির্দেশ

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে একে পি এন আৰ নম্বৰেৰে ভ্ৰমণ কৰা ১২ বছৰ বয়স পর্যন্ত শিশুক পিতৃ-মাতৃ অথবা অভিভাৱকৰ সৈতে আসন আৱণ্টন কৰাটো সুনিশ্চিত কৰিবলৈ বিমান পৰিবহণ সংস্থাসমূহক নির্দেশ দিছে। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিবৃতি অনুসৰি ১২ বছৰ বয়সৰ তলৰ শিশুক পিতৃ-মাতৃ অথবা অভিভাৱকৰ সৈতে আসন আৱ...

April 23, 2024 8:19 PM

আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ প্ৰথম ভৱিষ্যত মঞ্চক সম্বোধন ড° এছ জয়শংকৰৰ

বিদেশ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে আজি কৈছে যে প্রশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া পৰিকাঠামোেত শক্তিশালী আৰু ঐক্যবদ্ধ দক্ষিণ পূৱ এছিয় ৰাষ্ট্ৰগোষ্ঠী আছিয়ানে গঠনমূলক ভূমিকা পালন কৰিব পাৰে বুলি ভাৰতে সচাকৈ বিশ্বাস কৰে। আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ প্ৰথম ভৱিষ্যত মঞ্চত ভার্চুৱেল ব্যৱস্থাৰে সম্বোধন ...

April 23, 2024 8:15 PM

কংগ্ৰেছে নিৰ্বাচনত জয়লাভ কৰাৰ বাবে তোষামোদৰ ৰাজনীতি কৰিছে : অমিত শ্বাহ

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আই এন ডি আই মিত্রজোট ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব বুলি মন্তব্য কৰাৰ বাবে কংগ্ৰেছ নেতা পি চিদাম্বক সমালোচনা কৰিছে। দিল্লীত সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয় যে, কংগ্ৰেছে নিৰ্বাচনত জয়লাভ কৰাৰ বাবে তোষামোদ...

April 23, 2024 8:17 PM

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। প্ৰচাৰ অভিযানৰ সামৰণিৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত ৰোড শ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এই ...

April 23, 2024 7:38 PM

আজিৰে পৰা ২০২৪-২৫ বৰ্ষত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে প’ৰ্টেল মুকলি

২০২৪-২৫ বৰ্ষত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দৰ্পণ নামভৰ্তি প'ৰ্টেল আজিৰে পৰা মুকলি কৰা হৈছে। এই সন্দৰ্ভত শিক্ষা সংসদে জাৰি কৰা নিৰ্দেশনা অনুসৰি ছাত্ৰ- ছাত্ৰীসকলে বিভিন্ন শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বাবে www.darpan.ahseconline.in বা www.ahsec.assam.gov.in ৰ...

April 23, 2024 7:31 PM

অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত প্ৰতিবদেন দাখিল

অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বন্ধ খামৰ ভিতৰত তদন্তৰ অগ্ৰগতিৰ প্ৰতিবদেন দাখিল কৰে। তদন্তকাৰী সংস্থাটোৰ হৈ ৰাজ্য চৰকাৰৰ অধিবক্তাই এই প্রতিবেদন দাখিল কৰে। উল্লেখযোগ্য যে আয়োগৰ পৰীক্ষাত অনিয়মেৰে উত্তীৰ্ণ হৈ একাংশ বিষয়াই চাকৰি লাভ ক...