April 25, 2024 6:48 PM
ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ
ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে আজি সংসদ ভৱনত ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰায়। শপত বাক্য পাঠ কৰা সদস্যসকলৰ ভিতৰত দেৱেন্দ্ৰ প্ৰতাপ সিং, তেজবীৰ সিং আৰু মহেন্দ্ৰ ভাট আছে।
খেলা অডিঅ' দপুুরের খবর
April 25, 2024 6:48 PM
ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে আজি সংসদ ভৱনত ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰায়। শপত বাক্য পাঠ কৰা সদস্যসকলৰ ভিতৰত দেৱেন্দ্ৰ প্ৰতাপ সিং, তেজবীৰ সিং আৰু মহেন্দ্ৰ ভাট আছে।
April 25, 2024 6:44 PM
বিজেপিয়ে কংগ্ৰেছৰ দলীয় ইস্তাহাৰ ভুলকৈ ব্যাখ্যা কৰা বুলি দলটোৱে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয় যে দলে ভাৰত জোড়ো যাত্ৰা আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত লাভ কৰা জনসাধাৰণৰ মতামত অনুযায়ী দলীয় ইস্তাহাৰ যুগুতাই উলিয়াইছে।...
April 25, 2024 6:39 PM
নির্বাচন আয়োগে বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নির্বাচনী আচৰণবিধি উলংঘা কৰা বুলি উত্থাপিত অভিযোগৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। আয়োগে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কংগ্রেছ সভাপতি মল্লিকার্জুন খাৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰি ২৯ এপ্ৰিলৰ দিনৰ ১১ বজাৰ ভি...
April 25, 2024 6:21 PM
লোকসভা নিৰ্বাচনৰ চতুর্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। কাইলৈ মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছুক প্রার্থীসকলে ২৯ এপ্ৰিললৈকে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। চতুর্থ পৰ্যায়ত উত্তৰ প্ৰদেশ, মধ্য প্রদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ, অন্ধ্রপ্রদেশ, তেলেংগানা...
April 25, 2024 6:15 PM
দ্বিতীয় পৰ্যায়ত কাইলৈ ৰাজ্যৰ ৫ টা সমষ্টিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ দৰং-ওদালগুবি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ'ব। সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্রশাসন তথা...
April 25, 2024 5:53 PM
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অর্থাৎ কাইলৈ আৰু ৭ মে'ৰ দুপৰীয়া ১ বাজি ২০ মিনিট আৰু সন্ধিয়া ৭ বাজি ২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্বাচনী প্ৰচ...
April 25, 2024 5:48 PM
জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিজেপিয়ে সবকা সাথ, সবকা বিকাশ মন্ত্ৰেৰে কাম কৰি আছে। মধ্য প্ৰদেশৰ ম'ৰেনাত পুলিচ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত জনসভাত ভাষণ দি শ্রী মোদীয়ে কৈছে যে বিজেপিৰ বাবে দেশতকৈ আন কোনো ডাঙৰ নহয় ৷ জাতি আৰু ধৰ্ম নিৰ্বিশেষে দেশৰ কোটি কোটি দৰিদ্ৰক বিনামূল...
April 25, 2024 5:43 PM
টকিঅ’ত কালি দশম ভাৰত-জাপানৰ নিৰস্ত্ৰীকৰণ, পাৰমানবিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ আৰু ৰপ্তানি নিয়ন্ত্ৰণৰ আলোচনা অনুষ্ঠিত হয়। পাৰমাণৱিক, ৰাসায়নিক আৰু জৈৱিক, বহিঃ মহাকাশ সুৰক্ষা, গতানুগতিক অস্ত্ৰ-শস্ত্ৰ আৰু ৰপ্তানি নিয়ন্ত্ৰণৰ সৈতে জড়িত বিষয় আৰু উন্নয়নৰ বিষয়ে আলোচনা কৰা হয়। ভাৰতীয় প্ৰতিনিধি দলটোক বৈদেশি...
April 25, 2024 5:29 PM
অসমত দ্বিতীয় পৰ্যায়ত কাইলৈ ৫ টা সমষ্টিৰ বাবে হ'বলগীয়া নিৰ্বাচনত ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ৰাজ্যত দ্বিতীয় পৰ্যায়ত সামৰি লোৱা সমষ্টিকেইটাৰ ভিতৰত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টি আছে। বিজেপিৰ হৈ ৰাজ্যৰ পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপান...
April 25, 2024 5:22 PM
লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ উপৰি ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। মধ্য প্ৰদেশৰ বেটুল সংসদীয় সমষ্টিৰ বাবেও দ্বিতীয় পৰ্যায়তে ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও বি এছ পিৰ প্ৰা...
গোপনীয়তা নীতি | কপিৰাইট © 2026 নিউজ অন আইআৰ। সকলো অধিকাৰ সংৰক্ষিত
শেষ আপডেট কৰা হৈছে: 11th Apr 2026