April 28, 2024 8:20 PM

বিহাৰৰ গোপালগঞ্জ জিলাত সংঘটিত দুৰ্ঘটনাত নির্বাচনী কর্তব্যৰত দুজন আৰক্ষীৰ মৃত্যু

বিহাৰৰ গোপালগঞ্জ জিলাৰ চিৱালিয়া আৰক্ষী চকীৰ অন্তৰ্গত বৰহিমা বজাৰৰ সমীপত সামগ্ৰী কঢ়িওৱা এখন বাহন আৰু বাছৰ মাজত সংঘটিত দুৰ্ঘটনাত নির্বাচনী কর্তব্যত থকা দুজন আৰক্ষীৰ লোকৰ মৃত্যু হয়। গোপালগঞ্জৰ আৰক্ষী অধীক্ষক স্বর্ণ প্রভাতে কয় যে, নির্বাচন অনুষ্ঠিত হ'বলগীয়া চপৌল জিলালৈ আৰক্ষীৰ লোকক লৈ যোৱা ৩ খন বাছ...

April 28, 2024 8:14 PM

জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত সন্ত্ৰাসবাদীৰে গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত

জম্মু-কাশ্মীৰৰ জম্মু খণ্ডৰ উধমপুৰ জিলাত আজি সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত হয়। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিয়া মতে উধমপুৰ জিলাৰ বসন্তগড় অঞ্চলত আজি পুৱা সন্ত্ৰাসবাদীৰ সৈতে আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীৰ এটা যুটীয়া দলৰ গুলিয়াগুলীৰ সূত্ৰপাত হয় । নিহত লো...

April 28, 2024 8:04 PM

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত বুধবাৰৰ পৰা প্ৰৱল বৰষুণৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অনাগত ৪ টা দিনত পশ্চিমবংগ, ওড়িশা, বিহাৰ আৰু ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্রবাহ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। ইয়াৰ উপৰি কৰ্ণাটকৰ মধ্যভাগ, তামিলনাড়ু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কেৰালা আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তত গ্রীষ্ম প্রবাহ অব্যাহত থাকিব বুলি অৱগত কৰিছে। বতৰ ...

April 28, 2024 8:00 PM

উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ মহিলা দলৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

চীনৰ চেংডুত অনুষ্ঠিত উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ছিংগাপুৰৰ বিপক্ষে ৪-১ ফলাফলত জয়লাভ কৰি ভাৰতৰ মহিলা দলটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। গ্ৰুপ এৰ একক শাখাৰ খেলত অস্মিতা চলিহাই বিশ্ব ক্ৰমৰ অষ্টাদশ স্থানৰ খেলুৱৈ ইঅ' জিয়া মিনৰ হাতত ১৫-২১, ১৮-২১ পোনপটীয়া ছেটত পৰাস্ত হয় ৷ পাছত ৰাষ্ট্ৰীয় চেম্পিয়...

April 28, 2024 7:56 PM

আই পি এল ক্রিকেটঃ গুজৰাট টাইটানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ৯ উইকেটত জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে - গুজৰাট টাইটানছক ৯ উইকেটত পৰাস্ত কৰে। বেংগালুৰুয়ে ২০১ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰত এটা উইকেট হেৰুৱাই ২০৬ ৰাণ কৰি বিজয় সাব্যস্ত কৰে। বেংগালুৰুৰ হৈ উইল জেকচে সৰ্...

April 28, 2024 7:24 PM

অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ তেজপুৰ কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ পৰিচালনাত ৰাজ্যৰ ৭খন ঠাইৰ লগতে তেজপুৰত স্থাপন কৰা কেন্দ্ৰটোৱে আজি তৃতীয় বছৰত পদার্পণ কৰে। এই উপলক্ষে তেজপুৰ কেন্সাৰ চেণ্টাৰত অনুষ্ঠিত এখন সভাত কেন্দ্ৰটোৰ অধীক্ষক অৱসৰপ্ৰাপ্ত লেফটেনেন্ট কর্নেল ডাঃ সঞ্জীৱ হাজৰিকাই যোৱা দুটা বছৰ...

April 28, 2024 7:20 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে শাসক-বিৰোধীৰ  প্ৰচাৰ অভিযান অব্যাহত

লোকসভা নিৰ্বাচনত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্রগতিত অব্যাহত আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। নিৰ্বাচনী জনসভাত সম্বোধন কৰি ড° শৰ...

April 28, 2024 6:43 PM

উজনি অসমৰ বিভিন্ন ঠাইত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষয়-ক্ষতি

উজনি অসমৰ বিভিন্ন ঠাইত যোৱা নিশা আৰু আজি পুৱাৰ ভাগত অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষয়-ক্ষতি কৰে। শিৱসাগৰৰ মগৰাঘাটত আজি পুৱাতে অহা ধুমুহাৰ ফলত ডেৰ শতাধিক পৰিয়ালৰ বাসগৃহৰ ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। জিলাখনৰ মগৰাঘাট, গায়নগাঁও, দোলাকাষৰীয়া, চাংমাইকে ধৰি ১০ খন গাঁৱত ধুমুহাৰ ফলত ক্ষতি হোৱা বুল...

April 28, 2024 6:33 PM

মণিপুৰৰ ৬ টা ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্রহণৰ বাবে নির্বাচন আয়োগৰ নিৰ্দেশ

মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে ৬ টা ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। ভাৰতীয় নির্বাচন আয়োগে আজি এই সন্দৰ্ভত বিশেষ নির্দেশনা জাৰি কৰিছে। পৰহিলৈ অৰ্থাৎ অহা ৩০ এপ্রিলত পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্রহণ কেন্দ্রকেইটাত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে যোৱা ২৬ এপ্ৰি...

April 28, 2024 6:21 PM

চাংহাইত অনুষ্ঠিত আৰ্ছাৰীৰ বিশ্বকাপত ভাৰতৰ পুৰুষ ৰিকাৰ্ভ দলৰ সোণৰ পদক লাভ

ভাৰতৰ পুৰুষৰ ৰিকাৰ্ভ দলে পূৰ্বৰ অলিম্পিক চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাজিত কৰি চাংহাইত অনুষ্ঠিত আৰ্ছাৰীৰ বিশ্বকাপত সোণৰ পদক লাভ কৰিছে। খেলুৱৈত্ৰয় ক্ৰমে ধিৰাজ বোম্বাদেৱড়া, তৰুণদেৱ ৰয় আৰু প্ৰবীন যাদৱৰে গঠিত ভাৰতীয় দলটিৰ এই জয়ে বিশ্বকাপ আৰ্ছাৰীত খেলুৱৈত্ৰয় প্ৰথমটো ঐতিহাসিক জয় হিচাপে পৰিগণিত হোৱাৰ...