May 5, 2024 7:13 PM

কাৰ্বি সাহিত্য সভাৰ উদ্যোগত ডিফুত দিনজোৰা মত-বিনিময় অনুষ্ঠান

কাৰ্বি সাহিত্য সভা অর্থাৎ কাৰ্বি লামমেত আমেইৰ উদ্যোগত আজি ডিফুত থকা সভাৰ মুখ্য কাৰ্যালয়ত প্রাক্তন সভাপতি, সম্পাদক আৰু সদস্যসকলৰ সৈতে এটা দিনজোৰা মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই উপলক্ষে সভাৰ সম্পাদক কান্সিং হান্সেৰ পৌৰোহিত্যত আয়োজিত অনুষ্ঠানটোত প্রাক্তন সভাপতি আৰু সম্পাদকসকলৰ লগতে অন্যান্য...

May 11, 2024 5:04 PM

বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ দুর্গম ভোটগ্রহণ কেন্দ্ৰসমূহলৈ নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দল ৰাওনা

তৃতীয় পৰ্যায়ত নির্বাচন হ'বলগীয়া চাৰিটা লোকসভা সমষ্টিৰ অন্তৰ্গত জিলাসমূহৰ যাতায়তৰ ক্ষেত্ৰত দুর্গম ভোটগ্রহণ কেন্দ্ৰসমূহলৈ নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দল আজিয়েই আগতীয়াকৈ ৰাওনা হয়। পৰহিলৈ বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ বাবে আজি বৰপেটা জিলাতো ভোটগ্রহণকাৰী দলসমূহে প্ৰান্তীয় আৰু ভিতৰুৱা ...

May 5, 2024 7:06 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ সামৰণি

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত বিভিন্ন ধৰণেৰে প্ৰচাৰ চলাই ৰাইজৰ মন জয় কৰাৰ চেষ্টা কৰে। বিজেপি নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মহানগৰীৰ আ...

May 5, 2024 2:03 PM

জম্মু-কাশ্মীৰত গুলিয়াগুলীৰ ঘটনাত  শ্বহীদ বীৰ সৈনিক বিক্কি পহাড়েলৈ ভাৰতীয় বায়ু সেনা বাহিনীৰ শ্রদ্ধার্ঘ

সুৰক্ষা বাহিনীয়ে জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী পুঞ্চ জিলাত কালি বিয়লি ভাৰতীয় বায়ু সেনা বাহিনীৰ কনভয়ৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা সংক্রান্তত ৪ জন লোকক আটক কৰিছে। এই আক্ৰমণত বায়ু সেনা বাহিনীৰ এজন জোৱান শ্বহীদ হৈছিল আৰু ৫ জন আহত হৈছিল। গ্ৰেপ্তাৰ কৰা লোককেইজনে আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীক সহায় কৰা বুলি ...

May 11, 2024 5:21 PM

খাদ্য সামগ্ৰীত প্ৰয়োগ কৰা কীটনাশকৰ পৰিমাণৰ ক্ষেত্ৰত ভাৰতৰ মান গোলকীয় পৰ্যায়ৰঃ চৰকাৰ

কেন্দ্ৰীয় চৰকাৰে খাদ্য সামগ্ৰীত প্ৰয়োগ কৰা কীটনাশকৰ পৰিমাণৰ ক্ষেত্ৰত ভাৰতৰ মান গোলকীয় পৰ্যায়ৰ আৰু ভিন ভিন খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত বেলেগ বেলেগ মাত্রাত কীটনাশক প্ৰয়োগ কৰা হয় বুলি স্পষ্ট কৰি দিছে। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধীকৰণে বনৌষধি আৰু মছলাৰ ক্ষেত্ৰত ১০ গুণ অধিক কীটনাশক প্ৰয়োগৰ অনু...

May 5, 2024 1:31 PM

কাজাখস্তানত অনুষ্ঠিত এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং প্রতিযোগিতাত চাৰিগৰাকী ভাৰতীয় বক্সাৰৰ ফাইনেলত প্ৰৱেশ

কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত ২২ বছৰৰ অনুৰ্ধৰ এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং প্রতিযোগিতাত চাৰিগৰাকী ভাৰতীয় বক্সাৰ আকাশ গোৰখা, বিশ্বনাথ সুৰেশ, নিখিল আৰু প্ৰীত মালিকে পুৰুষৰ ২২ বছৰ অনুৰ্ধৰ শাখাত ফাইনেলত প্ৰৱেশ কৰিছে। এই সফলতাই বিভিন্ন শাখাত ভাৰতীয় বক্সাৰে লাভ কৰা পদক সংখ্যা ৪৩লৈ বৃদ্ধি কৰিলে। আকা...

May 11, 2024 5:21 PM

আই পি এল ক্রিকেটঃ পাঞ্জাব কিংছ- চেন্নাই ছুপাৰ কিংছৰ আৰু কলকাতা নাইট ৰাইডাৰ্ছ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত বিয়লি চাৰে ৩ বজাত হ'বলগীয়া প্ৰথমখন খেলত পাঞ্জাব কিংছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত সন্ধিয়া চাৰে ৭ বজাত হ'বলগীয়া দ্বিতীয়খন খেলত কলকাতা নাইট ৰাইডাৰ...

May 5, 2024 1:14 PM

পিয়াঁজৰ ৰপ্তানিত আৰোপ কৰা নিষেধাজ্ঞা চৰকাৰৰ প্রত্যাহাৰ

চৰকাৰে পিয়াঁজৰ ৰপ্তানিৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্রত্যাহাৰ কৰিছে। বিদেশ বাণিজ্য সঞ্চালকালয়ে এখন অধিসূচনা যোগে প্রতি মেট্রিক টনত ৫৫০ ডলাৰৰ ন্যূনতম ৰপ্তানি মূল্যৰে এই নিৰ্দেশ ততালিকে প্রযোজ্য হোৱা বুলি প্ৰকাশ কৰিছে। চলিত বৰ্ষত ৰবি শস্যৰ আনুমানিক ভাল উৎপাদন, বৰষুণ স্বাভাৱিকতকৈ অধিক হোৱাৰ বাবে খাৰিফ ...

May 5, 2024 1:10 PM

আই এন ডি আই মিত্রজোঁট ক্ষমতালৈ আহিলে অগ্নিবীৰ আঁচনি বন্ধ কৰা হ’ব বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ঘোষণা

আই এন ডি আই মিত্রজোঁট ক্ষমতালৈ আহিলে অগ্নিবীৰ আঁচনি বন্ধ কৰা হ'ব বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঘোষণা কৰিছে। নতুন দিল্লীত কালি এখন জনসভাত ভাষণ দি শ্রীগান্ধীয়ে কয় যে, ঠিকাভিত্তিক নিযুক্তি ব্যৱস্থাই সেনা বাহিনীক দুৰ্বল কৰিব। অগ্নিবীৰ আঁচনিয়ে সেনা বাহিনীৰ মনোবল হ্ৰাস কৰা বুলি কংগ্ৰেছ নেতাগৰাকীয়ে...

May 5, 2024 1:05 PM

জনসাধাৰণক নির্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনা পৰিলক্ষিত হ’লে চি-ভিজিল এপৰ জৰিয়তে নিৰ্বাচন আয়োগক জনাবলৈ আহ্বান

দেশৰ নিৰ্বাচন আয়োগে জনসাধাৰণক নির্বাচনী আচৰণ বিধি উলংঘা কৰাৰ ঘটনা পৰিলক্ষিত হ'লে চি-ভিজিল এপৰ জৰিয়তে আয়োগক জনাবলৈ আহ্বান জনাইছে। চি-ভিজিল এপ ডাউনল'ড কৰি ফটো, ভিডিঅ' আৰু অডিঅ'ৰ জৰিয়তে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ বিষয়ে আয়োগক অৱগত কৰিব পাৰি। এই বিষয়ে জিলা নির্বাচনী বিষয়াকো পোনপটীয়াকৈ অভিযোগ দিব...