May 6, 2024 8:30 PM
বিজেপি দল শাসনলৈ আহিলে ওড়িশাৰ সৰ্বাঙ্গীন প্রগতি নিশ্চিত বুলিও প্ৰধানমন্ত্ৰীৰ প্ৰকাশ
জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিজেপি দলে সদায়ে সু-শাসনত গুৰুত্ব আৰোপ কৰি আহিছে। আজি ওড়িশাৰ গঞ্জম জিলাৰ বেৰহামপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কানিশিত এখন জনসভাক সম্বোধন কৰি শ্ৰীমোদীয়ে এইদৰে কয়। তেওঁ লগতে উত্তৰ প্ৰদেশ, অসম, ত্ৰিপুৰা আৰু ছট্টিশগড়ৰ উদাহৰণ দি কয় যে এই ...