May 11, 2024 10:56 AM

যোৰহাটৰ তিতাবৰত আজিৰ পৰা সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ

যোৰহাট জিলাৰ তিতাবৰত আজিৰ পৰা সপ্তম সংখ্যক সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ প্রতিযোগিতা অনুষ্ঠিত হ'ব। অসম পেনচাক ছিলাট সংস্থাৰ উদ্যোগত হ'বলগীয়া প্ৰতিযোগিতাখনত খেলুৱৈসকলে কেইবাটাও বিভাগত প্রতিদ্বন্দ্বিতা কৰিব। এই প্ৰতিযোগিতাখনৰ পৰাই ১১ জুনৰ পৰা ১৩ জুনলৈ ওড়িশাত হ'বলগীয়া ৰাষ্ট্ৰীয় পেনচাক ছিলাট প...

May 10, 2024 8:08 PM

উত্তৰাখণ্ডত পবিত্ৰ চাৰিধাম যাত্ৰা আৰম্ভ

উত্তৰাখণ্ডত পবিত্ৰ চাৰিধাম যাত্ৰা আজি আৰম্ভ হৈছে। অক্ষয় তৃতীয়া উপলক্ষে কেডাৰনাথ, গংগোত্ৰী, যমুনোত্রী ধামৰ দ্বাৰ ভক্তৰ বাবে খোলা হৈছে। কেডাৰনাথ ধামৰ দ্বাৰ আজি পুৱা বৈদিক মন্ত্ৰোচ্চাৰণ আৰু পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে মুকলি কৰা হয় আৰু ইয়াৰ লগে লগে চাৰিধাম যাত্রাও আৰম্ভ হয়। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু...

May 10, 2024 8:05 PM

আন্তঃসেৱা সংস্থা কমাণ্ড, নিয়ন্ত্ৰণ আৰু অনুশাসন আইন অধিসূচিত

আন্তঃসেৱা সংস্থা কমাণ্ড, নিয়ন্ত্ৰণ আৰু অনুশাসন আইন অধিসূচিত কৰা হৈছে। আন্তঃসেৱা সংস্থাৰ ফলপ্ৰসূ কমাণ্ড নিয়ন্ত্ৰণ আৰু দক্ষ কাম-কাজৰ উদ্দেশ্যে যোৱা বছৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত সংসদৰ উভয় সদনে বিধেয়কখন গ্ৰহণ কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে, এই আইনখনে আন্তঃসেৱা সংস্থাৰ কমাণ্ডাৰ ইন চীফ আৰু অফ...

May 10, 2024 7:59 PM

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২১ দিনৰ বাবে অন্তৱর্তী জামিন

উচ্চতম ন্যায়ালয়ে আজি দিল্লী সুৰা নীতি কেলেংকাৰীৰ সৈতে জড়িত ক'লা ধন বৈধকৰণ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২১ দিনৰ বাবে অন্তর্বর্তী জামিন প্ৰদান কৰে। সৰ্বোচ্চ ন্যায়ালয়ে আম আদমী পাৰ্টীৰ মুৰীগৰাকীক সাতটা পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সমাপ্ত হোৱাৰ এদিন পাছত ২ জুনত আত্ম-সমৰ্পণ কৰ...

May 10, 2024 7:57 PM

ভাৰত আৰু মলদোভাৰ কূটনৈতিক আৰু চৰকাৰী পাছপৰ্টৰ ভিছা ৰেহাইৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু মলদোভাই আজি নতুন দিল্লীত কূটনৈতিক আৰু চৰকাৰী পাছপহৰ্টৰ ভিছা ৰেহাইৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে ভিছা অবিহনে যিকোনো এখন দেশৰ কূটনৈতিক আৰু চৰকাৰী পাছপহৰ্টধাৰীয়ে আনখন দেশলৈ ভ্ৰমণ কৰিব পাৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পশ্চিম বিভাগৰ সচিব পৱন কাপুৰ আৰু মলদোভাৰ ৰাষ্ট্ৰদূত আনা টাবানে...

May 10, 2024 7:48 PM

দেশত লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্য্যায়ৰ ব্যাপক প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্য্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্য্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্য্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। নির্বাচনী প্ৰচাৰৰ সামৰণিৰ এদিন পূৰ্বে আজি বিজেপি, কংগ্ৰেছ, তৃ...

May 10, 2024 7:08 PM

শিৱসাগৰত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দশক বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আয়োজন

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দশক বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত কৰা হয়। শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এই দিৱসৰ সৈতে সংগতি ৰাখি আচাম ট্ৰিব্রিউন কাকতৰ কাৰ্যবাহী সম্পাদক তথা মিডিয়া কোষৰ অধ্যক্ষ প্ৰশান্ত জ্যোতি বৰুৱাক ২০২৪ বৰ্ষৰ ব্রহ্মপুত্র উপত্যকা ...

May 10, 2024 7:02 PM

অক্ষয় তৃতীয়া উপলক্ষে ৰাম মন্দিৰত ৰাম লালাক অসমৰ এৰী আৰু মুগা সুতাৰ বিশেষ বস্ত্ৰ পৰিধান

অক্ষয় তৃতীয়া উপলক্ষে আজি অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লালাক অসমৰ বিখ্যাত এৰী আৰু মুগা সুতাৰে প্ৰস্তুত কৰা বিশেষ বস্ত্ৰ পৰিধান কৰোৱা হয়। ৰাম মন্দিৰৰ অফিচিয়েল ডিজাইনাৰ মনিষ ত্রিপাঠীয়ে শিশু ৰামৰ বাবে এই বিশেষ সাজ প্ৰস্তুত কৰিছে। এই বিশেষ পোছাকৰ জৰিয়তে অসম বস্ত্ৰ শিল্পৰ প্ৰতিচ্ছবি ভগৱান ৰামৰ জৰিয়তে ব...

May 10, 2024 6:54 PM

গুৱাহাটীত কমনৱেল্থ সংসদীয় সংস্থাৰ উত্তৰ-পূব সংমণ্ডলৰ কাৰ্যনিৰ্বাহকৰ বৈঠক

গুৱাহাটীত আজি কমনৱেল্থ সংসদীয় সংস্থাৰ উত্তৰ-পূব সংমণ্ডলৰ কাৰ্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত হয়। উত্তৰ-পূবৰ ৮ খন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষই অংশগ্ৰহণ কৰা এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৰুণাচল বিধানসভাৰ অধ্যক্ষৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত আঠটা তৰাযুক্ত সংস্থাৰ নতুন ...

May 10, 2024 6:30 PM

আই পি এল ক্রিকেটত আজি চেন্নাই ছুপাৰ কিংছ আৰু গুজৰাট টাইটানছৰ খেল

গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ, গুজৰাট টাইটানছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুই যোৱানিশা হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত খেলত পাঞ্জাব কিংছক ৬০ ৰানত পৰাস্ত কৰে। পাঞ্জাব কিংছে...