May 16, 2024 6:34 PM

ভাৰতৰ ফুটবল তাৰকা সুনীল চেত্ৰীৰ অৱসৰৰ কথা ঘোষণা

ভাৰতৰ ফুটবল তাৰকা সুনীল চেত্ৰীয়ে খেলুৱৈ জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত খেলুৱৈগৰাকীয়ে কয় যে কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অহা ৬ জুনত কুৱেইটৰ বিৰুদ্ধে খেলিবলগীয়া খেলখন হ'ব তেওঁৰ কেৰিয়াৰৰ অন্তিমখন খেল। ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ বৰ্তমানৰ অধিনায়ক চেত্ৰীয়ে ২০০৫ চনৰ ১২ ...

May 16, 2024 6:32 PM

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। হায়দৰাবাদে বৰ্তমানলৈকে ১৪ পইণ্ট অৰ্জন কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে। শুভমন গিল ন...

May 16, 2024 2:28 PM

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ ঘোষণা

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰিছে। ১২৫টা গঁড়, ২৬টা বাঘৰ উপৰি হাতী, হৰিণ আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ বিচৰণ ভূমিৰ এই ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী আৰু হাতী চাফাৰী বন্ধ থাকিব বুলি মঙলদৈ বন্যপ্রাণী সংমণ্ডলে ঘোষণা কৰিছে। উল্লেখযোগ্য যে, প্রতি বছৰৰ দৰে এইবাৰো বাৰিষা আগতীয়াক...

May 16, 2024 2:26 PM

অসম এথলেটিকছ সন্থাৰ কার্যনির্বাহক সভা

খানাপাৰাত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত কালি অসম এথলেটিকছ সন্থাৰ এখন কার্যনির্বাহক সভা অনুষ্ঠিত হয়। কেবিনেট মন্ত্ৰী তথা সন্থাৰ সভাপতি জয়ন্ত মল্লবৰুৱাই এই সভাখনত অধ্যক্ষতা কৰি ৰাজ্যৰ উদীয়মান খেলুৱৈসকলৰ উন্নতমানৰ প্ৰশিক্ষণৰ বাবে গুৱাহাটীত এখন এথলেটিকছ একাডেমী নিৰ্মাণৰ সম্পৰ্কত সন্থাৰ সদ...

May 16, 2024 2:21 PM

চৰকাৰী বিভাগৰ বিভিন্ন আঁচনিৰ কাম- কাজৰ খতিয়ান সন্দৰ্ভত মাহিলী পর্যালোচনা বৈঠক

কামৰূপ মহানগৰ জিলাত চৰকাৰী বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম- কাজৰ খতিয়ান সন্দৰ্ভত কালি মাহিলী পর্যালোচনা বৈঠক সম্পন্ন হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত কামৰূপ মহানগৰ জিলা উন্নয়ন সমিতিৰ আয়ুক্ত পাৰিজাত ভূঞাই অধ্যক্ষতা কৰে। সভাত বিভিন্ন চৰকাৰী আঁচনিসমূহ নিৰ্...

May 16, 2024 2:18 PM

আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস

আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস। ডেংগু সন্দৰ্ভত জনসাধাৰণৰ মাজত সচেতনতা আৰু সতর্কতা বৃদ্ধি কৰাৰ লগতে প্ৰতি বছৰে আজিৰ দিনটোত বিভিন্ন সজাগতা সভা, বাটৰ নাট আদি অনুষ্ঠিত কৰি অহা হৈছে। এই বছৰৰ ডেংগু দিৱসৰ বিষয় বস্তু – সম্প্ৰদায়ৰ সৈতে সংযোগ স্থাপন, ডেংগু নিয়ন্ত্রণ। দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যতো ৰাষ্ট্ৰীয় ...

May 16, 2024 11:29 AM

গুৱাহাটীত অনুষ্ঠিত আই পি এলৰ খেলত ৰাজস্থান ৰয়েলছক পাঞ্জাব কিংছৰ ৫ উইকেটত পৰাস্ত

পাঞ্জাব কিংছে যোৱানিশা গুৱাহাটীত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৪৪ ৰান কৰে। ৰাজস্থানৰ হৈ ৰিয়ান পৰাগে ৩৪টা বলত ৪৮ ৰান কৰে। পাঞ্জাব কিংছে আৰম্ভণিতে ...

May 16, 2024 11:25 AM

ফেডাৰেচন কাপ প্রতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত নীৰজ চোপ্ৰাৰ সোণৰ পদক অর্জন

অলিম্পিকত সোণৰ পদক বিজেতা নীৰজ চোপ্ৰাই কালি ভূৱনেশ্বৰত অনুষ্ঠিত ফেডাৰেচন কাপ প্রতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত সোণৰ পদক অর্জন কৰে। ২৬ বছৰীয়া চোপ্ৰাই প্রতিযোগিতাৰ প্ৰাৰম্ভিক ৰাউণ্ডত সংঘর্ষ কৰিবলগীয়া হয় আৰু প্ৰথম তিনিটা ৰাউণ্ডৰ অন্তত দ্বিতীয় স্থানত থাকে। খেলুৱৈগৰাকীয়ে চতুৰ্থ ৰাউণ্ডত ২৮ দশমিক ২-৭ মিটাৰল...

May 16, 2024 11:23 AM

গুলীবিদ্ধ হোৱা শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ অৱস্থা এতিয়াও সংকটজনক

এখন চৰকাৰী বৈঠকত ভাগ লোৱাৰ পাছতে কালি গুলীবিদ্ধ হোৱা শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ অৱস্থা এতিয়াও সংকটজনক হৈ আছে। দেশখনৰ মন্ত্ৰী মাটুছ সুতাজ এষ্টকে এই আক্রমণক দেশখনৰ ওপৰত হোৱা আক্রমণ বুলি অভিহিত কৰে। আক্রমণকাৰীয়ে শ্রীফিকোক লক্ষ্য কৰি পাঁচবাৰ গুলী চলোৱা বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে ...

May 16, 2024 11:21 AM

দ্য ইণ্ডিয়া স্কিলছ ২০২৪ শীৰ্ষক ভাৰতৰ সৰ্ববৃহৎ দক্ষতা প্রতিযোগিতা আৰম্ভ

নতুন দিল্লীত কালিৰে পৰা দ্য ইণ্ডিয়া স্কিলছ ২০২৪ শীৰ্ষক ভাৰতৰ সৰ্ববৃহৎ দক্ষতা প্রতিযোগিতা আৰম্ভ হৈছে। প্রতিযোগিতাৰ চাৰিটা দিনত ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে পৰম্পৰাগত শিল্পকৰ্মৰপৰা আৰম্ভ কৰি শেহতীয়া প্রযুক্তিলৈকে ৬১টা ভিন্ন ক্ষেত্রত দক্ষতা প্ৰদৰ্শন কৰিব। উদ্বোধনী অনু...