May 20, 2024 8:57 PM

আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৪টা সন্ত্ৰাসবাদীক আটক

গুজৰাট এণ্টি টেৰ’ৰিষ্ট স্কোৱাডে (এ টি এছ) আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৪টা সন্ত্ৰাসবাদীক আটক কৰিছে। স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, আটক কৰা আটাইকেইটা সন্ত্ৰাসবাদী শ্ৰীলংকাৰ বাসিন্দা হোৱাৰ লগতে ইছলামিক ষ্টেটৰ সৈতে জড়িত হৈ আছিল। সন্ত্ৰাসবাদী কেইটাই শ্ৰীলংকাৰ পৰা চেন...

May 20, 2024 8:55 PM

জাপানত অনুষ্ঠিত পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ দীপ্তি জীৱনজীৰ সোণৰ পদক অৰ্জন

ভাৰতৰ দীপ্তি জীৱনজীয়ে জাপানৰ ক’বেত অনুষ্ঠিত পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপ-২০২৪ত আজি মহিলাৰ ৪০০ মিটাৰ T20 শাখাত সোণৰ পদক অৰ্জনৰ লগতে বিশ্ব অভিলেখ গঢ়িছে। দীপ্তিয়ে ৫৫ দশমিক ০-৭ ছেকেণ্ডেৰে আমেৰিকাৰ ব্ৰিয়ানা ক্লার্কৰ পূৰ্বৰ ৫৫ দশমিক ১-২ ছেকেণ্ডৰ বিশ্ব অভিলেখ ভংগ কৰে। আনহাতে ভাৰতৰ যোগেশ কাথুনিয়া...

May 20, 2024 8:53 PM

আইপিএল ক্ৰিকেটৰ প্ৰথমখন কোৱালিফায়াৰত কাইলৈ ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ চলিত বৰ্ষৰ সংস্কৰণৰ প্লেঅফ পৰ্যায়ৰ খেল কাইলৈৰ পৰা আৰম্ভ হ’ব। কাইলৈ প্ৰথমখন কোৱালিফায়াৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ-কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। আনহাতে, একেই ষ্টেডিয়ামতে বুধবাৰে ...

May 20, 2024 8:51 PM

অৰবিন্দ কেজৰিৱালৰ ১৪ দিনীয়া ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধিৰ বাবে আদালতত আবেদন বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ

বিধি বলৱৎকাৰী সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুখ্য সমন্বয়ক অৰবিন্দ কেজৰিৱালৰ ১৪ দিনীয়া ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে আদালতত আবেদন দাখিল কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ অহা ২ জুনত উকলিব। সুৰা কেলেংকাৰীৰ গোচৰত উচ্চতম ন্যায়ালয়ে...

May 20, 2024 8:50 PM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লৈ কঠোৰ-অশোভনীয় মন্তব্য কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীগৰাকীলৈ পত্ৰ কংগ্ৰেছ নেতা পৱন খেৰাৰ

জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাই আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক লৈ কঠোৰ আৰু অশোভনীয় মন্তব্য কৰা বুলি অভিযোগ তুলি মুখ্যমন্ত্ৰীগৰাকীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত নেতাগৰাকীয়ে বিজেপি নেতা তথা মুখ্যমন্ত্ৰী শৰ্মাৰ ৰাজহুৱা অনুষ্ঠানত সংবিধান সন্দৰ্ভত কৰা মন্তব্যই...

May 20, 2024 8:49 PM

অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ভাৰত দক্ষতা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰাজ্যৰ কেইবাগৰাকীও যুৱক-যুৱতীৰ পদক জয়

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ দক্ষতা বিকাশৰ দিশত প্রতিভাসম্পন্ন যুৱক-যুৱতীসকলে অত্যাধুনিক প্রশিক্ষণ লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। শেহতীয়াকৈ অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ভাৰত দক্ষতা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা, ২০২৪-ত অংশ...

May 20, 2024 8:46 PM

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ টিকটবিহীন যাত্ৰীৰ পৰা চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ১৯ মে’পৰ্যন্ত ১০ কোটি ৬৫ লাখৰো অধিক টকা সংগ্ৰহ

উত্তৰ-পূব সীমান্ত ৰে’লৱেই টিকটবিহীনভাৱে যাত্ৰা কৰা যাত্ৰীসকলক চিনাক্ত কৰি প্ৰকৃত যাত্ৰীসকলৰ যাত্ৰা সূচল কৰি তুলিবলৈ চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কালিপর্যন্ত অভিযান চলাই ১০ কোটি ৬৫ লাখৰো অধিক টকা সংগ্ৰহ কৰিছে। আনহাতে যোৱা বছৰৰ এপ্ৰিলৰ পৰা চলিত বছৰৰ মাৰ্চপর্যন্ত চলোৱা অভিযানত টিকটবিহীনভাৱে ভ্ৰমণ ...

May 20, 2024 8:43 PM

কাঁ চলচ্চিত্ৰ মহোৎসৱত পাৰ্থ সাৰথি মহন্ত পৰিচালিত চলচ্চিত্ৰ ‘লাচিত দা ৱাৰিয়ৰ’ প্ৰদৰ্শিত

কাঁ চলচ্চিত্ৰ মহোৎসৱত এইবাৰ অসমৰ পাৰ্থ সাৰথি মহন্ত পৰিচালিত লাচিত দা ৱাৰিয়ৰ নামৰ চলচ্চিত্ৰখন প্ৰদৰ্শিত হৈছে। ১৪ মে’ৰ পৰা চলি থকা এই মহোৎসৱৰ প্ৰতিযোগিতা শাখাৰ বাহিৰেও অন্যান্য শাখাসমূহত ভাৰতীয় চলচ্চিত্ৰ প্ৰদৰ্শিত হৈছে। যোৱা ১৮ মে’ত লাচিত দা ৱাৰিয়ৰ চলিচ্চিত্ৰখন বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ প্ৰ...

May 20, 2024 8:41 PM

গোলাঘাটৰ বোকাখাতত ২৩ মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ

গোলাঘাট জিলাৰ বোকাখাতত অহা ২৩ মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হ'ব। বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ লক্ষ্যৰে জ্ঞান-বিজ্ঞান সমিতি অসমৰ উদ্যোগত এই সমাৰোহৰ আয়োজন কৰা হৈছে। শিশুৰ শাৰীৰিক-মানসিক, বৌদ্ধিক সৃজনীশীলতা, সামাজিক, সামূহিক কাম কৰাৰ কৌশল বিকাশ কৰাৰ উদ্দেশ্যেৰে প্ৰতি ব...

May 20, 2024 8:39 PM

গুৱাহাটীৰ অগপৰ মুখ্য কাৰ্যালয়ত দলৰ কেন্দ্ৰীয় বর্ধিত কাৰ্যনিৰ্বাহকৰ বৈঠক

গুৱাহাটীৰ অগপৰ মুখ্য কাৰ্যালয়ত আজি দলৰ কেন্দ্ৰীয় বর্ধিত কাৰ্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ লগতে ৰাজ্যৰ বিভিন্ন সংসদীয় সমষ্টিৰ বাবে নিযুক্ত অগপৰ পৰ্যৱেক্ষকসকল উপস্থিত থাকে। শেহতীয়া নিৰ্বাচনী কার্যকলাপৰ সৈতে জড়িত বিভিন্ন দিশ পর্যালোচনা কৰা লগতে ব...