May 23, 2024 12:15 PM
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় তেহৰাণত উপস্থিত
ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী হুছেইন আমিন আব্দুল্লাহিয়ানৰ স্মৃতিত আয়োজন কৰা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় কালি তেহৰাণত উপস্থিত হয়। তেহৰাণত উপস্থিত হোৱাৰ পাছত ইৰাণ কৰ্তৃপক্ষই তেওঁ আদৰণি জনায় আৰু ইয়াৰ পাছতেই তেওঁ প্ৰয়াত ৰাষ্ট্ৰপতি ড০ ...