September 14, 2024 8:40 PM

কাইলৈ ঝাৰখণ্ডৰ জামছেদপুৰত ৬ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ঝাৰখণ্ডৰ জামছেদপুৰৰ টাটা নগৰ ৰে'লৱে ষ্টেচনৰ পৰা পতাকা জোকাৰি ৬ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই ৰে'লগাড়ীসমূহে ঝাৰখণ্ডক অন্য ৰাজ্যৰ সৈতে সংযুক্ত কৰিব। ৰে'ল নেটৱৰ্কৰ আধুনিকীকৰণ আৰু ঝাৰখণ্ড তথা চুবুৰীয়া ৰাজ্যসমূহৰ যোগাযোগ ব্যৱস্থা সুদৃঢ...

September 14, 2024 8:38 PM

কাইলৈ জামছেদপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকললৈ প্ৰথম কিস্তিৰ ধন হস্তান্তৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ জামছেদপুৰৰ এটা অনুষ্ঠানত ঝাৰখণ্ডৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকললৈ প্ৰথম কিস্তিৰ ধন হস্তান্তৰ কৰিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে কয় যে, প্রধানমন্ত্ৰীয়ে ৰাজ্যখনৰ প্ৰায় ২০ হাজা...

September 14, 2024 8:35 PM

জম্মু-কাশ্মীৰৰ দোদাৰ স্পৰ্টছ ষ্টেডিয়ামত এখন নির্বাচনী সভাক সম্বোধন প্ৰধানমন্ত্ৰীৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ দোদাৰ স্পৰ্টছ ষ্টেডিয়ামত এখন নির্বাচনী সভাক সম্বোধন কৰে। শ্ৰী মোদীয়ে কয় যে, আমি একেলগে নিৰাপদ আৰু সমৃদ্ধিশালী জম্মু-কাশ্মীৰ গঢ়ি তুলিব লাগিব। তেওঁ কয় যে, এইবাৰৰ বিধানসভা নির্বাচনে কেন্দ্রীয় শাসিত অঞ্চলটোৰ ভৱিষ্যৎ নিৰুপণ ...

September 14, 2024 8:26 PM

বিটিআৰত আজি ওড়িয়া জনগোষ্ঠীৰ নুৱাখাই ৰংমহল ভৱনৰ আধাৰশিলা স্থাপন

তামুলপুৰৰ নাগ্ৰিজুলি চাহ বাগিচাত আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে ওড়িয়া জনগোষ্ঠীৰ নুৱাখাই ৰংমহল ভৱনৰ আধাৰশিলা স্থাপন কৰে। ওড়িয়া জনগোষ্ঠীয় কৃষ্টি চিহ্নৰে সজ্জিত হ'বলগীয়া ভৱনটোৰ নিৰ্মাণকাৰ্য শুভাৰম্ভণি অনুষ্ঠানত আজি শ্ৰীবড়োক জনগোষ্ঠীটোৰ পাৰম্পৰিক ৰীতি- নীতিৰে আদৰণি জনোৱা হয়। অনু...

September 14, 2024 8:24 PM

অসম প্রদেশ কংগ্ৰেছ কমিটীৰ বৈঠকত বিভিন্ন দলীয় কার্যকলাপ সম্বন্ধীয় শুনানী গ্রহণ

অসম প্রদেশ কংগ্ৰেছ কমিটীৰ অনুশাসন কমিটীৰ কেইবালানি বৈঠকত কমিটীৰ অধীনস্থ বিভিন্ন জিলা, ব্লক সমিতিসমূহ আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ পৰা নিকট লোকসভা নিৰ্বাচনৰ সময়ত সংঘটিত বিভিন্ন দলীয় কার্যকলাপ সম্বন্ধীয় শুনানী গ্রহণ কৰা হয়। শুনানীকালত অনুশাসন কমিটীয়ে গোৱালপাৰা, কামৰূপ, হাইলাকান্দি, লখিমপুৰ, মাজু...

September 14, 2024 8:21 PM

আজি চাহ জনগোষ্ঠীয় লোকসকলৰ কৃষি ভিত্তিক উৎসৱ কৰম পৰৱ পালন

ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলে আজি কৃষি ভিত্তিক উৎসৱ কৰম পৰৱ পালন কৰে। কৃষিকাৰ্য সুকলমে সম্পন্ন কৰাৰ বাবে চাহ জনগোষ্ঠীৰ লোসকলে এই পূজা বা পৰৱ পালন কৰে। এই উপলক্ষে জনগোষ্ঠীটোৰ যুৱক-যুৱতীসকলে ঝুমুৰ নৃত্য পৰিবেশন কৰি উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে। এই পূজাৰ সৈতে জনগোষ্ঠীটোৰ পৰম্পৰাগত কলা সংস্কৃতি, ৰীতি নীত...

September 14, 2024 8:19 PM

শোভা কন্দলাজৰ আজি দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন

কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম, নিয়োগ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্ৰী শোভা কন্দলাজে আজি দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে। কালি বিয়লি জিলাখনত উপস্থিত হোৱা মন্ত্ৰীগৰাকী আজি পুৱাৰ ভাগত হাতশিঙিমাৰী আৱৰ্ত ভৱনৰ পৰা ভাৰত-বাংলাদেশ সীমান্ত পথেৰে মানকাছৰৰ সাহাপাৰা বি এ...

September 14, 2024 8:17 PM

অহা ১৯ চেপ্তেম্বৰত অৰুণোদয় আঁচনিৰ অধীনত ১৭ লাখ হিতাধিকাৰীলৈ ৰেচন কাৰ্ড প্ৰদান

অসম চৰকাৰে অহা ১৯ চেপ্তেম্বৰত অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনিৰ অধীনত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ১২ লাখ ৬০ হাজাৰ নতুন হিতাধিকাৰীক সামৰি ল'ব। তদুপৰি একেদিনাই ১৭ লাখ হিতাধিকাৰীলৈ নতুন ৰেচন কাৰ্ড প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি তৃতীয় পৰ্যায়ৰ অৰুণোদয় আৰু ৰাষ্ট্ৰীয়...

September 14, 2024 8:12 PM

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ ফুটবলাৰ টছেন বৰাৰ দেহাৱসান

নাহৰকটিয়াৰ কলিয়াপানী, ২ নম্বৰ বৰবামগাওঁ নিৱাসী আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ ফুটবলাৰ টছেন বৰাৰ আজি পুৱতি নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। ভাৰতীয় দলৰ হৈ খেলা ফুটবলাৰ গৰাকী ক্রীড়াপ্ৰেমী ৰাইজে অসমৰ মাৰাদনা হিচাপে অভিহিত কৰিছিল। আজি অসম অলিম্পিক সন্থাই এখন শোকসভাৰ...

September 14, 2024 7:17 PM

তিনিদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্ৰী কাইলৈ ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ যাব। প্ৰথমতে প্রধানমন্ত্ৰীগৰাকী কাইলৈ ঝাৰখণ্ডত উপস্থিত হ'ব। তাত টাটানগৰ জংচন ৰে'ল ষ্টেচনত তেওঁ ছখন বন্দে ভাৰত ৰে'লগাড়ীৰ পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে ৰাজ্যখনত ৬৬০ কোটিৰো অধিক টকাৰ ব্যয়সাপেক্ষ ক...