September 15, 2024 5:55 PM

তৃতীয় বৰ্গৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তিৰ প্ৰথম দিনৰ পৰীক্ষা শান্তিপূর্ণ আৰু নিয়াৰিকৈ সম্পন্ন হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তোষ প্ৰকাশ

অসম প্ৰত্যক্ষ নিযুক্তি আয়োগৰ অধীনৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তিৰ প্ৰথম দিনৰ পৰীক্ষা শান্তিপূর্ণভাৱে আৰু নিয়াৰিকৈ সম্পন্ন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সকলো বিষয়া-কৰ্মচাৰীৰ লগতে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে...

September 15, 2024 11:58 AM

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতা আৱশ্যক

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.inত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগত...

September 15, 2024 11:54 AM

উপভোক্তাসকলক সুলভ মূল্যত পিঁয়াজ উপলভ্য কৰোৱাৰ বাবে  চৰকাৰৰ পাইকাৰী বিক্ৰীৰ ৰণনীতি গ্রহণ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে উপভোক্তাসকলক সুলভ মূল্যত পিঁয়াজ উপলভ্য কৰোৱাৰ বাবে পাইকাৰী বিক্ৰীৰ ৰণনীতি গ্রহণ কৰিছে। মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে বৰ্ধিত চাহিদা জড়িত পৰিস্থিতি আৰু মূল্য ধাৰাৰ ভিত্তিত পিঁয়াজৰ নিৰ্দিষ্ট আৰু স্থিৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে লগ লাগ...

September 15, 2024 11:51 AM

তিনিদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশা ভ্ৰমণলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি তিনিদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশা ভ্ৰমণলৈ যাব। শ্ৰী মোদীয়ে আজি ঝাৰখণ্ডলৈ যাব আৰু জামছেদপুৰৰ টাটা নগৰ ৰে'লৱে ষ্টেচনৰ পৰা টাটা নগৰ-পাটনা বন্দে ভাৰত ৰে'ল গাড়ীকে ধৰি ৬ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ীৰ যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰিব। ৰে'ল নেটৱৰ্ক...

September 15, 2024 11:47 AM

গোৱালপাৰা মহাবিদ্যালয়ত স্থাপন কৰা এফ এম ৰেডিঅ’ কেন্দ্ৰটো শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৰ উদ্বোধন

গোৱালপাৰা মহাবিদ্যালয়ত স্থাপন কৰা এফ এম ৰেডিঅ' কেন্দ্ৰটো কালি শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৰেডিঅ' কেন্দ্ৰটোৰ উদ্বোধনী সভাখনত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সুভাষ বর্মনে সভাপতিত্ব কৰে। সভাত মন্ত্রাগৰাকীয়ে মহাবিদ্যালয়ৰ আন্তঃগাঁথনি আৰু ছাফ-চিকুণতা তথা ছাত্ৰ-ছাত্ৰীৰ শৃংখলাবদ্...

September 15, 2024 11:41 AM

দূৰদৰ্শনৰ গৌৰৱময় যাত্ৰাৰ ৬৫ বছৰ সম্পূৰ্ণ

দূৰদৰ্শনে আজি নিজৰ গৌৰৱময় যাত্ৰাৰ ৬৫ বছৰ সম্পূৰ্ণ কৰিছে। ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰত প্ৰতিষ্ঠা হোৱা দূৰদৰ্শনৰ জৰিয়তে ভাৰতে সম্প্ৰচাৰ যুগৰ পাতনি মেলিছিল। সেই সময়ৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্র প্রসাদে আনুষ্ঠানিকভাবে দূৰদৰ্শনৰ এই যাত্ৰাৰ শুভাৰম্ভ কৰিছিল। ১৯৭৫ চনলৈকে দূৰদৰ্শন অল ইণ্ডিয়া ৰেডিঅ'ৰ এটা অংশ আছিল। ১৯...

September 15, 2024 11:39 AM

ফ্ৰান্সৰ প্ৰযুক্তি কোম্পানী দাছল্টৰ অসমত ২০০ কোটি টকা বিনিয়োগৰ সিদ্ধান্ত

ফ্ৰান্সৰ প্ৰযুক্তি কোম্পানী দাছল্টে অসমত ২০০ কোটি টকা বিনিয়োগৰ সিদ্ধান্ত গ্রহণ কৰিছে। ৰাজ্যৰ প্রযুক্তি আৰু উদ্ভাৱনী প্ৰযুক্তিৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত কোম্পানীটোৱে এই ধনৰাশি বিনিয়োগ কৰিব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই প্ৰকল্পত ৰাজ্য চৰকাৰে ৪০ কোটি টকা বৰঙণি আগবঢ়াব। অসম অভিযান্...

September 15, 2024 11:31 AM

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বন উপদেষ্টা পৰিষদৰ অসমৰ গিবন অভয়াৰণ্যত তৈল খননৰ অনুমতি

কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰ্যালয়ৰ অধীনস্থ বন উপদেষ্টা পৰিষদে ৰাজ্যৰ গিবন অভয়াৰণ্যত তৈল খননৰ অনুমতি প্রদান কৰিছে। বেদান্ত তেল আৰু গেছ কোম্পানীক গিবন অভয়াৰণ্যৰ ৪.৪-৯ হেক্টৰ ভূমিত তৈল খননৰ অনুমতি প্ৰদান কৰা হৈছে। যোৰহাটৰ হোলোঙাপাৰৰ গিবন অভয়াৰণ্যত প্রতিষ্ঠানটোক তৈল খনন চলোৱাৰ বাবে কেন্দ্ৰীয় চৰক...

September 15, 2024 11:24 AM

ৰাজ্যৰ ভিন ভিন জিলাত তৃতীয় বৰ্গৰ পদৰ বাবে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা আৰম্ভ

ৰাজ্যৰ ভিন ভিন জিলাত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰীক্ষাৰ বাবে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা ইতিমধ্যে আৰম্ভ হৈছে। ৰাজ্যৰ মুঠ  ২৩০৫ টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত ১১,২৩ ২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। এই নিযুক্তি পৰীক্ষাৰ বাবে প্ৰতিখন জিলা প্রশাসনে কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আইন শৃংখলাৰ দিশ...

September 14, 2024 8:43 PM

সুলভ মূল্যত উপভোক্তাসকলক পিঁয়াজ উপলভ্য কৰোৱাৰ বাবে চৰকাৰৰ পাইকাৰী বিক্ৰীৰ ৰণনীতি গ্ৰহণ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে উপভোক্তাসকলক সুলভ মূল্যত পিঁয়াজ উপলভ্য কৰোৱাৰ বাবে পাইকাৰী বিক্ৰীৰ ৰণনীতি গ্ৰহণ কৰিছে। মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে বৰ্ধিত চাহিদা জড়িত পৰিস্থিতি আৰু মূল্য ধাৰাৰ ভিত্তিত পিঁয়াজৰ নিৰ্দিষ্ট আৰু স্থিৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে লগ লাগ...