May 27, 2024 6:21 PM
ঘূৰ্ণী বতাহ ৰেমলৰ তীব্ৰতা হ্ৰাস পাইছে : এন ডি আৰ এফ
ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনীৰ উপ-মহাপৰিদৰ্শক মোহছেন শ্বাহিদীয়ে কৈছে যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া তথ্য অনুসৰি ঘূৰ্ণী বতাহ ৰেমলৰ তীব্ৰতা হ্ৰাস পাইছে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে প্ৰতি ঘণ্টাত ১১০ৰ পৰা ১২০ কিলোমিটাৰ বেগত অহা ৰেমলৰ গতিবেগ বর্তমান ৬০ৰ পৰা ৭০ কিলোমিটাৰ হৈছে। শ্ৰীশ্বাহিদীয়ে...