May 29, 2024 7:19 PM

লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ত ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ

ঝাৰখণ্ডতো নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি ডুমকাৰ সাৰৰ্থত এখন নির্বাচনী সভাত ভাষণ দি আই এন ডি আই মিত্রজোট দুৰ্নীতিগ্ৰস্ত নেতাৰ মিত্ৰজোটৰ বাহিৰে আন একোৱেই নহয় বুলি মন্তব্য কৰে। আই এন ডি আই মিত্ৰজোট আৰু ইয়াৰ মিত্ৰ দলসমূহৰ সকলো নেতাই দুর্নীতিগ্রস্ত আৰু বি...

May 29, 2024 7:15 PM

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। নির্বাচনী প্ৰচাৰৰ সামৰণিৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰ...

May 29, 2024 6:49 PM

চাৰ্বিয়াৰ টেনিছ তাৰকা ন’ভাক জক’ভিচ ফ্রেন্স অপেনৰ দ্বিতীয় ৰাউণ্ডলৈ উন্নীত

চাৰ্বিয়াৰ টেনিছ তাৰকা ন'ভাক জক'ভিচ ফ্রেন্স অপেনৰ দ্বিতীয় ৰাউণ্ডলৈ উন্নীত হৈছে। পেৰিছত যোৱা নিশা অনুষ্ঠিত অপেনিং ৰাউণ্ডৰ খেলত পিয়েৰি হিউগছ হাৰবাৰ্টৰ বিৰুদ্ধে খেলি জ'কভিচে জয় লাভ কৰে। দ্বিতীয় ৰাউণ্ডত ৩৭ বছৰীয়া জক'ভিচে স্পেনিয়াৰ্ড ৰবাৰ্ট কাৰ্বালেছ বায়েনাৰ সৈতে মুখামুখি হ'ব। জ'ক'ভিচে এইবাৰ ফ্রেন...

May 29, 2024 6:43 PM

২ জুনত তেলেংগানা ৰাজ্য গঠন দিৱস উদযাপন

অহা ২ জুনত পৃথক তেলেংগানা ৰাজ্য গঠনৰ এটা দশক সম্পূৰ্ণ হ'ব। এই উপলক্ষে ৰাজ্যকনৰ চৰকাৰ আৰু প্ৰধান ৰাজনৈতিক দলসমূহে আড়ম্বৰপূৰ্ণভাৱে তেলেংগানা ৰাজ্য গঠন দিৱস উদযাপনৰ আয়োজন কৰিছে। ২০১৪ চনৰ ২ জুনত অন্ধ্ৰ প্ৰদেশ পুনর্গঠন আইনৰ অধীনত পৃথক তেলেংগানা ৰাজ্য গঠন হৈছিল। ৰাজ্যখনৰ দশম বর্ষপূর্তি পালনৰ বাবে চেকেন্...

May 29, 2024 6:39 PM

চত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত মহিলা বিদ্রোহীসহ ২ মাওবাদী নিহত

চত্তীশগড়ৰ বিজাপুৰ জিলাত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত মহিলা বিদ্রোহীসহ ২ টা মাওবাদী নিহত হয়। আজি পুৱা মাড্ডেদ অঞ্চলৰ বাদ্দেপাৰাত সংঘটিত হোৱা সংঘৰ্ষত আৰক্ষীয়ে বিভিন্ন অস্ত্র-শস্ত্রও উদ্ধাৰ কৰে।

May 29, 2024 6:33 PM

নতুন দিল্লীত এফ আই চি চি আইৰ COLD CHAIN AND LOGISTICS SUMMIT আয়োজন

নতুন দিল্লীত এফ আই চি চি আয়ে COLD CHAIN AND LOGISTICS SUMMIT আয়োজন কৰিছে। এই সন্মিলনৰ লক্ষ্য হৈছে ভাৰতত নষ্ট হ'ব পৰা সামগ্ৰীমূহৰ বাবে সংহত, বহনক্ষম আৰু কাৰ্যক্ষম শীতল শৃংখল পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা। এই সন্মিলনত ভাষণ দি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ দি পি আই আই টিৰ যুট...

May 29, 2024 6:25 PM

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ সাত দিনৰ বৃদ্ধিৰ বাবে জনোৱা আবেদন নাকচ কৰে। অহা ২ জুনত তেওঁ পুনৰ তিহাৰ কাৰাগাৰলৈ যাব লাগিব। উল্লেখযোগ্য যে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা ১০ মে'ত ন্যায়াধীস সঞ্জীৱ খান্না আৰু দিপাংকৰ দত্তৰ পৰা অন্তৱৰ্তীকালীন জামিন...

May 29, 2024 6:19 PM

অহা মাহৰ ৩০ তাৰিখলৈকে আই এ এছ প্রদীপ কুমাৰ ত্ৰিপাঠীক লোকপালৰ সচিব হিচাপে নিযুক্তি

আই এ এছ প্রদীপ কুমাৰ ত্ৰিপাঠীক লোকপালৰ সচিব হিচাপে অহা মাহৰ ৩০ তাৰিখলৈকে নিযুক্তি দিয়া হৈছে। কেবিনেটৰ নিযুক্তি সমিতিয়ে আই এ এছ ৰাকেশ ৰঞ্জনক কৰ্মচাৰী চয়ন আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ বাবেও অনুমোদন জনাইছে। ইয়াৰ লগতে ১৯৯১ বেটছৰ আই এ এছ অমিত যাদৱক সামাজিক, ন্যায় আৰু সবলীকৰণ বিভাগৰ বিশেষ কৰ...

May 29, 2024 6:12 PM

ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শান্তিৰক্ষক দিৱস উপলক্ষে মন্ত্ৰী ড০ এছ জয়শংকৰৰ শুভেচ্ছা জ্ঞাপন

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শান্তিৰক্ষক দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে ড০ জয়শংকৰে সংঘাতৰ ফলত ক্ষতিগ্রস্ত অঞ্চলত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে জীৱন উৎসৰ্গা কৰা বীৰসকলৰ বীৰত্বক প্রণাম জনাইছে। তেওঁ লগতে ৰাষ্ট্ৰসংঘৰ শান্ত...

May 29, 2024 12:17 PM

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি, বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী...